Business ছলমান খানৰ বাসগৃহলৈ গুলীবৰ্ষণ কৰা দুৰ্বৃত্তক চিনাক্ত April 15, 2024 Dipshikha ছলমান খানৰ বাসগৃহলৈ গুলীবৰ্ষণ কৰা দুৰ্বৃত্তক চিনাক্ত। আৰক্ষীয়ে লাভ কৰিছে গুলীবৰ্ষণ কৰা দুই দুৰ্বৃত্তৰ ফটো। CCTVৰ ফুটেজৰ জৰিয়তে সংগ্ৰহ কৰিছে দুৰ্বৃত্তৰ ফটো। গুলীবৰ্ষণকাৰী বিশাল ৰাহুল ওৰফে কালু লৰেন্স বিষ্ণৈ গোটৰ…
Business সোণাপুৰ আৰক্ষীৰ জালত বাইক চোৰৰ গেং April 13, 2024 Dipshikha সোণাপুৰ আৰক্ষীৰ জালত বাইক চোৰৰ গেং। সোণাপুৰ-ডিমৰীয়াৰ ভিন্নস্থানত চুৰি হৈছিল ৫খন বাইক। মহিলাসহ ৪ বাইক চোৰক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। বাইককেইখন উদ্ধাৰ কৰে মেঘালয়ৰ নংপো অঞ্চলৰ পৰা। চোৰৰ গেংটোক আটক কৰি…
Business নিমাতিৰ পৰা মাজুলীমুখী ফেৰীত অঘটন April 13, 2024 Dipshikha নিমাতিৰ পৰা মাজুলীমুখী ফেৰীত অঘটন। আহি থকা অৱস্থাতে ‘এছ বি চেনিমাই’ত সোমাল পানী । ফেৰীখনত পানী সোমোৱাত যাত্ৰীৰ মাজত লাগে হুৱাদুৱা। পুৱা ৭.৩০ বজাত অফলামুখ অভিমুখে আহিছিল ফেৰীখন। পাছত অন্য…
Business কৰিমগঞ্জৰ নিলামবজাৰত বুজন পৰিমাণৰ নিষিদ্ধ টেবলেট জব্দ April 13, 2024 Dipshikha কৰিমগঞ্জৰ নিলামবজাৰত বুজন পৰিমাণৰ নিষিদ্ধ টেবলেট জব্দ। এখন বাহনৰ পৰা জব্দ ১ লাখ য়াবা টেবলেট। বাহনখনৰ নম্বৰ AS-01FK-2939। ঘটনা সন্দৰ্ভত দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ আৰক্ষীৰ। গ্ৰেপ্তাৰ আব্দুল হাছান আৰু ছাহাৰুল ইছলামক।
Business ভয়ংকৰ পথ দুৰ্ঘটনা April 12, 2024 Dipshikha হাৰিয়ানাৰ মহেন্দ্ৰগড় জিলাত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত ৮ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মৃত্যুৰ পিছতে কঠোৰ হৈছে প্ৰশাসন। হাৰিয়ানা চৰকাৰেও বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। আৰক্ষীয়ে আটক কৰিছে বিদ্যালয়ৰ অধ্যক্ষ দীপ্তী ৰাওক। পোহৰলৈ আহিছে…
Business মহানগৰীত STFৰ সফল অভিযান April 10, 2024 Dipshikha মহানগৰীৰ খানাপাৰাত STFৰ ড্ৰাগছবিৰোধী অভিযান। উৰণসেতুৰ সমীপত অভিযানত জব্দ হেৰ’ইন। হেৰ’ইনভৰ্তি ৫৫টা কণ্টেইনাৰৰ লগতে নিচাযুক্ত টেবলেট জব্দ। প্ৰায় ৭৫ গ্ৰাম ড্ৰাগছসহ গ্ৰেপ্তাৰ ৩টা ড্ৰাগছ ব্যৱসায়ীক। ধৃত ছানিদুল আলী, শুকুৰ আলী,…
Business গুৱাহাটী ৰে’ল ষ্টেচনত জব্দ বুজন পৰিমাণৰ কানি April 9, 2024 Dipshikha গুৱাহাটী ৰে’ল ষ্টেচনত জব্দ বুজন পৰিমাণৰ কানি। নামনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ পৰা জব্দ কানিখিনি। বিহাৰৰ এজন লোকে সৰবৰাহ কৰিছিল প্ৰায় ৪ কেজি কানি। ধৃত লোকজনৰ নাম মনোহৰ কুমাৰ ৰায়। GRPৰ অভিযানত…
Business মহানগৰীৰ পাণ্ডুৰ ব্ৰহ্মপুত্ৰ ঘাটত উদ্ধাৰ যুৱকৰ মৃতদেহ April 9, 2024 Dipshikha মহানগৰীৰ পাণ্ডুৰ ব্ৰহ্মপুত্ৰ ঘাটত উদ্ধাৰ যুৱকৰ মৃতদেহ। বন্ধুৱে হত্যা কৰি নদীৰ পাৰত পেলাই থৈ যোৱাৰ অভিযোগ পৰিয়ালৰ। লুলু বাবু, চনু নামৰ দুই যুৱকে মাতি লৈ গৈছিল অজয় বৰুৱাক। ইতিমধ্যে জালুকবাৰী…
Business ভয়ংকৰ নাও দুৰ্ঘটনা April 8, 2024 Dipshikha মোজাম্বিকত ভয়ংকৰ নাও দুৰ্ঘটনা। দুৰ্ঘটনাত শিশুসহ ৯০জন যাত্ৰীৰ মৃত্যু। নামপুৰা প্ৰভিন্সত সংঘটিত হৈছে এই ঘটনা। ফেৰীখনত আছিল সৰ্বমুঠ ১২০জন যাত্ৰী। এই পৰ্যন্ত উদ্ধাৰ ৫জন যাত্ৰীক। লুংগাৰ পৰা মোজাম্বিক দ্বীপলৈ অহাৰ…
Business হঠাৎ ওফন্দি উঠিছে ৰাজপথৰ এটা অংশ April 7, 2024 Dipshikha ৰুক্মিণীগাঁৱত হঠাৎ ওফন্দি উঠিছে ৰাজপথৰ এটা অংশ। ব্যস্ত পথটোৰ এটা অংশ ওফন্দি উঠাৰ লগতে মেলিছে ফাট। ফুলি উঠা পথৰ অংশটোৰ পৰা ওলাই আছে বোকা-পানী। ঘটনাস্থলী পৰিদৰ্শন বিভাগীয় কৰ্তৃপক্ষৰ।