Author: Business Bureau

মেদাণ্ট ছুপাৰ স্পেচিয়েলিটি হাস্পতালে গুৱাহাটীত মুকলি কৰিলে ৪০০+ বিচনাযুক্ত অত্যাধুনিক চিকিৎসালয়

দেশৰ অন্যতম প্ৰাইভেট মাল্টি স্পেচিয়েলিটি চিকিত্সা সেৱা আগবঢ়োৱা প্ৰতিষ্ঠান গ্লবেল হেল্থ লিমিটেড-মেদাণ্টই গুৱাহাটীত এখন অত্যাধুনিক ৪০০+ বিচনাযুক্ত হাস্পতাল স্থাপনৰ পৰিকল্পনাৰ কথা ঘোষণা কৰিছে। গুৱাহাটী মহানগৰীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ…

ভাৰতৰ অৱসৰৰ সূচকাংক ৪৮ লৈ বৃদ্ধি: এক্সিছ মেক্স লাইফ আই আৰ আই এছ ৫.০ত নগৰীয়া ভাৰতীয়সকলৰ মাজত সজাগতা আগতীয়া পৰিকল্পনা অধিক শক্তিশালী

ভাৰতৰ অৱসৰৰ প্ৰস্তুতিৰ ক্ৰমাগত উন্নতি হৈছে, এক্সিছ মেক্স লাইফ ইঞ্চুৰেন্সৰ ইণ্ডিয়া ৰিটায়াৰমেণ্ট ইণ্ডেক্স ষ্টাডী (আইআৰআইএছ) ৫.০ত ৪ বছৰৰ ভিতৰত ৰাষ্ট্ৰীয় সূচকাংক স্ক’ৰ ৪৪ৰ পৰা ৪৮লৈ উৰ্ধ্বগামী হোৱাৰ কথা প্ৰকাশ পাইছে।…

এই ফেষ্টিভ ছিজনত মহিন্দ্ৰাই ট্ৰাক আৰু বাছৰ গ্ৰাহকৰ বাবে মুকলি কৰিলে ১০টা নতুন ডিলাৰশ্বিপ

বিগত ৪ বছৰত এক শক্তিশালী ব্যৱসায়িক বৃদ্ধিৰ পিছত ট্ৰাক আৰু বাছ ব্যৱসায়ত নিজৰ পদাংক আৰু অধিক শক্তিশালী কৰাৰ আকাংক্ষাৰে মহিন্দ্ৰাই এই ফেষ্টিভ ছিজনত ১০টা নতুন ডিলাৰশ্বিপ উদ্বোধন কৰিছে। এই দহটা…

আইকনিক ডাষ্টাৰ উভতি অহাৰ কথা ঘোষণা ৰেনল্টৰ

ফ্ৰান্সৰ গাড়ী নিৰ্মাণকাৰী প্ৰতিষ্ঠান ৰেনল্ট গ্ৰুপৰ সম্পূৰ্ণ মালিকানাধীন সহযোগী প্ৰতিষ্ঠান ৰেনল্ট ইণ্ডিয়াই আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে যে প্ৰতিষ্ঠানটোৰ বহু প্ৰত্যাশিত নতুন এছইউভিখনে আইকনিক নেমপ্লেট – ডাষ্টাৰৰ উত্তৰাধিকাৰ আগুৱাই নিব। মূলতঃ ২০১২…

৪০০ বিছনাযুক্ত চিকিৎসালয়ৰ জৰিয়তে গুৱাহাটীত স্বাস্থ্যসেৱাত বৈপ্লৱিক পৰিৱৰ্তন আনিব মেদান্তাই

মেদাণ্ট নামেৰে জনপ্ৰিয় গ্লবেল হেল্থ লিমিটেড সদৰি কৰিছে যে ২০২৫ চনৰ ৩১ অক্টোবৰত গুৱাহাটীৰ সৰুসজাইৰ ঔদ্যোগিক ক্ষেত্ৰত আগন্তুক ৪০০খন বিচনাযুক্ত ছুপাৰ স্পেচিয়েলী হাস্পতালৰ বাবে ভূমি পূজন অনুষ্ঠান অনুষ্ঠিত কৰিব। এই…

গ্লোবেল পপ সংগীতৰ জ্বৰত আক্ৰান্ত শ্বিলং-মহম্বি লাইভ!

মেঘালয়ৰ পাহাৰবোৰত ছন্দ, শক্তি আৰু সাংস্কৃতিক সম্প্ৰীতিৰ এটা মায়াময় নিশালৈ উদ্ভৱ হৈছিল যেতিয়া আন্তঃৰাষ্ট্ৰীয় পপ চাঞ্চল্য মহম্বিয়ে ২৫ অক্টোবৰত ম’কাছিয়াঙৰ লাৰিতিত এক শ্বাসৰুদ্ধকাৰী লাইভ কনচাৰ্টৰ জৰিয়তে ভাৰতত আত্মপ্ৰকাশ কৰিছিল, যিয়ে…

উত্তৰ-পূব ভাৰতৰ ২১,০০০ৰো অধিক লোকক উপকৃত কৰিবলৈ অপ্ৰভা এনাৰ্জীয়ে আগবঢ়াইছে সৌৰশক্তিচালিত সমাধান

উত্তৰ-পূৰ্বাঞ্চলৰ জীৱনক বহনক্ষমভাৱে সবলীকৰণৰ দিশত এক ইতিবাচক পদক্ষেপ হিচাপে ভাৰতৰ আগশাৰীৰ সংহত শক্তি সমাধান প্ৰদানকাৰী প্ৰতিষ্ঠান অপ্ৰাভ এনাৰ্জীয়ে চলাৰ ইনষ্টলেচনৰ জৰিয়তে অসম আৰু নাগালেণ্ডৰ সম্প্ৰদায়, স্বাস্থ্য আৰু শৈক্ষিক স্থলসমূহক শক্তি…

“মেন’পজ(ৰজোনিবৃত্তি) কেৱল মহিলাই সহ্য কৰিব নোৱাৰে, পৰিয়ালেও বুজিব লাগিব”

মেন’পজ কোনো ডাঙৰ ঘোষণা কৰি নাহে। ই শান্তভাৱে প্ৰতিফলিত হয় – ৰাতি গৰম অনুভৱ কৰে, কোনো স্পষ্ট কাৰণ নোহোৱাকৈ মেজাজ সলনি হয়, আৰু শক্তিৰ স্তৰ হ্ৰাস পায়। যি কথা বেছিভাগ…

সহজ ভ্ৰমণৰ বাবে এনচিএমচি-সক্ষম খৰচ কাৰ্ডৰ সৈতে টাইডে ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ যাতায়তত পৰিৱৰ্তন আনিছে

ভাৰতৰ ক্ষুদ্ৰ ব্যৱসায় আৰু ফ্ৰিলান্সাৰ ৰূপে কৰ্মৰতসকলৰ বাবে এক ডাঙৰ সকাহ প্ৰদান কৰি এছএমই-ৰ বাবে দেশৰ আগশাৰীৰ বিত্তীয় ব্যৱস্থাপনা প্লেটফৰ্ম টাইডে ৰুপে-চালিত এক্সপেঞ্চ কাৰ্ডত নেচনেল কমন মবিলিটী কাৰ্ড(এনচিএমচি)ৰ সমৰ্থন বা…

অমৃতাৰ মিজোৰাম এছটিআই হাব মুকলিয়ে ষ্টাৰ্টআপ উদ্ভাৱন আৰু জনজাতীয় উদ্যোগীকৰণক ত্বৰান্বিত কৰে

মিজোৰামত সম্প্ৰদায়ৰ দ্বাৰা চালিত উদ্ভাৱন যাত্ৰাৰ এক নতুন অধ্যায় আৰম্ভ হৈছে। মিজোৰাম বিশ্ববিদ্যালয়ত নতুনকৈ উদ্বোধন কৰা বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱন(এছটিআই) হাব ভৱনটোৱেই জীৱন্ত সাক্ষী—য’ত বিজ্ঞানে কৰুণাৰ সৈতে মিলিত হৈছে আৰু…