Business ভিট্ৰেৰেটিনাল অস্ত্ৰোপচাৰত ডাঃ আহমেদৰ অসাধাৰণ অৱদান March 7, 2024 Business Bureau প্ৰসিদ্ধ চকুৰোগ প্ৰতিষ্ঠান গুৱাহাটীৰ ৰেটিনা চেণ্টাৰে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ১৪সংখ্যক ডাঃ এল চি দত্ত অৰেচনত ভাইট্ৰিঅ’ৰেটিনেল অস্ত্ৰোপচাৰত আগবঢ়োৱা নিজৰ অসামান্য অৱদানৰ বাবে ড০ এছ ইউ আহমেদক স্বীকৃতি প্ৰদান কৰিছে।…