Political বিলঙিং এ জাৰ্নি অৱ লাভ’ ছোনিয়া গান্ধীৰ আত্মজীৱনী আহিছে ১০ নৱেম্বৰত October 22, 2026 Barnali Ghosh প্ৰথমবাৰৰ বাবে জনপ্ৰিয় সামাজিক মাধ্যম ইনষ্টাগ্ৰামত আত্মপ্ৰকাশ ঘটিল কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী ছোনিয়া গান্ধীৰ। বৃহস্পতিবাৰে নিজৰ ইনষ্টাগ্ৰাম একাউন্ট মুকলি কৰিয়েই নেত্ৰীগৰাকীয়ে তেওঁৰ বহুপ্ৰত্যাশিত আত্মজীৱনী ‘বিলঙিং: এ জাৰ্নি অৱ লাভ’ৰ প্ৰথম ৰূপ…
Assam কাহিলীপাৰাত ৰয়েল এনফিল্ড চুৰি কৰি পলায়নৰ চেষ্টা October 18, 2026 Barnali Ghosh কাহিলীপাৰা আৰক্ষীৰ জালত ২ কুখ্যাত গাড়ীচোৰ । আৰক্ষীয়ে চুৰি বাইকসহ গ্ৰেপ্তাৰ কৰে ছাদ্দাম হুছেইন আৰু চাহজামাল শ্বেইখ।শুকুৰবাৰে পুৱা ৪.৩০ বজাত কাহিলীপাৰাৰ কনকলতা পথৰ পৰা দুই চোৰে চুৰি কৰিছিল AS 01…
Assam প্ৰাক্তন কেবিনেট মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ দ্বাৰা ৰে’লৱে কালীবাৰী কলনীৰ ৭৫সংখ্যক দুৰ্গা পূজাৰ উদ্বোধন October 17, 2026 Barnali Ghosh গুৱাহাটীৰ পাণবজাৰৰ ৰে’লৱে কালীবাৰী কলনীত শ্ৰী শ্ৰী দক্ষিণেশ্বৰী কালীবাৰী দুৰ্গা পূজা সমিতিয়ে এইবাৰ সাৰ্বজনীন দুৰ্গা পূজাৰ ৭৫সংখ্যক বৰ্ষ উদ্যাপন কৰিছে। শুকুৰবাৰে সন্ধিয়া প্ৰাক্তন অসম কেবিনেট মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই মুখ্য অতিথি…
Assam গংগা আৰতিৰ আৰ্হিত আৰতি পৰিৱেশনেৰে মুকলি আঠগাঁও সাৰ্বজনীন পূজা মণ্ডপ October 17, 2026 Barnali Ghosh শাৰদীয় দুৰ্গোৎসৱৰ ষষ্ঠীৰ দিনা শুকুৰবাৰে আঠগাঁও সাৰ্বজনীন দুৰ্গাপূজাৰ বৰ্ণাঢ্য শুভাৰম্ভ হয়। ১৯৮৩ চনত প্ৰতিষ্ঠা হোৱা এই পূজা সমিতিয়ে এইবাৰ ৪৩সংখ্যক বৰ্ষৰ দুৰ্গাপূজা উদযাপন কৰিছে। এইবাৰ পূজাৰ মণ্ডপটো হায়দৰাবাদৰ প্ৰসিদ্ধ শ্ৰী…
Assam খানাপাৰাত ভিএফএছ গ্ল’বেলৰ ভিছা কেন্দ্ৰ October 15, 2026 Barnali Ghosh মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীত উত্তৰ-পূব ভাৰতৰ প্ৰথমটো ভিছা আবেদন কেন্দ্ৰ উদ্বোধন কৰে৷ খানাপাৰৰ আন্তঃৰাজ্যিক বাছ আস্থানৰ ভৱনত ‘ভিএফএছ গ্ল’বেল’-এ স্থাপন কৰা এই কেন্দ্ৰটোৰ জৰিয়তে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ…
Assam দিছপুৰত ভাৰ্টিকেল গাৰ্ডেনৰ শুভাৰম্ভ October 15, 2026 Barnali Ghosh মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ দিছপুৰস্থিত ভগদত্ত উৰণ সেতু-১ৰ তলত গুৱাহাটী পৌৰ নিগমে স্থাপন কৰা সেউজ প্ৰাচীৰ উদ্বোধন কৰে৷ গুৱাহাটী পৌৰ নিগমে ভাৰত চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু…
Assam স্বচ্ছতা হি সেৱা অভিযান পুতলা নাটেৰে ছাত্ৰ-ছাত্ৰীক সজাগ কৰিলে সুৰজিৎ একাডেমীয়ে October 15, 2026 Barnali Ghosh স্বচ্ছতাৰ প্ৰতি সজাগতা সৃষ্টি আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বাৰ্তা ছাত্ৰ-ছাত্ৰীৰ মাজলৈ লৈ যোৱাৰ উদ্দেশ্যে গুৱাহাটীৰ ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰৰ প্ৰেক্ষাগৃহত আজি সুৰজিৎ একাডেমীৰ উদ্যোগত ‘স্বচ্ছতা হি সেৱা’ বিষয়ক দুখন পুতলা নাট সফলতাৰে মঞ্চস্থ…
Assam বীণা চৌধুৰী শ্ৰীমন্ত শংকৰদেৱ ঐতিহ্য মহোৎসৱত সত্ৰীয়া সংস্কৃতিৰ প্ৰদৰ্শন October 15, 2026 Barnali Ghosh গুৱাহাটীৰ শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত আৰু আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ সহযোগত বিশ্ববিদ্যালয় চৌহদত দুদিনীয়া কাৰ্যসূচীৰে ‘বীণা চৌধুৰী শ্ৰীমন্ত শংকৰদেৱ ঐতিহ্য মহোৎসৱ – ২০২৬’ উদযাপন কৰা হয় । উল্লেখ্য যে দুদিনীয়া…
Assam আছুৰ উদ্যোগত মধুপুৰ সত্ৰৰ পুথি ডিজিটেলাইজ October 14, 2026 Barnali Ghosh সদৌ অসম ছাত্ৰ সন্থাৰ উদনন্দ তালুকদাৰ ফাউণ্ডেশ্যন আৰু অসম জাতীয় বিদ্যালয় শৈক্ষিক আৰ্থ সামাজিক ন্যাসৰ সহযোগত মধুপুৰ সত্ৰৰ ঐতিহাসিক পুথি সাঁচিপাত ডিজিটেল সংৰক্ষণ।সত্ৰখনৰ ৪৪ খন পুথি ৩,০৬৫ পৃষ্ঠা সাঁচিপাত আমি…
Assam গীতা নগৰ আৰক্ষী থানাৰ নতুন গৃহ প্ৰৱেশ সম্পন্ন October 14, 2026 Barnali Ghosh নিউ গুৱাহাটী সমষ্টিৰ অন্তৰ্গত গীতা নগৰ আৰক্ষী থানাৰ গৃহ প্ৰৱেশ অনুষ্ঠান আজি সম্পন্ন হয়। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে নিউ গুৱাহাটী সমষ্টিৰ জনপ্ৰিয় বিধায়ক দিপ্লু ৰঞ্জন শৰ্মা।অনুষ্ঠানত অংশগ্ৰহণ…