Month: August 2026

বানপীড়িতৰ কাষত দীপলিনা ডেকা

জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাৰ ‘দীপলিনা ডেকা ফাউণ্ডেশ্বন’ৰ তৰফৰ পৰা এক বিশেষ যোগাত্মক পদক্ষেপ গ্ৰহণ কৰা হৈছে । চলিত বানপানীৰ ফলত সৰ্বস্ব হেৰুওৱা ১০০ টা দুৰ্ভগীয়া পৰিয়ালৰ বাবে ফাউণ্ডেশ্বনে ১০০ টা…

ভাৰতৰ হৈ প্ৰথমটো স্বৰ্ণ পদক অৰ্জন কৰি অস্মিতা দে’ই ইতিহাস ৰচনা কৰে

গ্লাছগো কমনৱেলথ গেমছ ২০২৬ত ভাৰতৰ হৈ প্ৰথমটো স্বৰ্ণ পদক অৰ্জন কৰি অস্মিতা দে’ই ইতিহাস ৰচনা কৰে ৷ অস্মিতাই শুকুৰবাৰে কানাডাৰ হাইডি কোৱাচক ৰোমাঞ্চকৰ ‘গোল্ডেন স্ক’ৰ’ মেচত পৰাস্ত কৰি মহিলাৰ-৪৮ কেজি…

ৰাজ্যত বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৮২ জনলৈ বৃদ্ধি

ৰাজ্যত বান পৰিস্থিতিৰ কিছু উন্নত হৈছে যদিও বানৰ সংহাৰ অব্যাহত আছে ৷ বিশেষকৈ শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বিভিন্ন অঞ্চলত মৃত লোকৰ সংখ্যা বৃদ্ধি পাইয়ে আছে ৷ শুকুৰবাৰে পুনৰ শিৱসাগৰ জিলাৰ…

আজি কমনৱেলথ গেমছৰ ৰিঙত নামিব অসম কন্যা লাভলীনা

স্বৰ্ণ জয়ৰ লক্ষ্যৰে আজি কমনৱেলথ গেমছৰ ৰিঙত নামিব অসম কন্যা লাভলীনা বৰগোহাঁই। মহিলাৰ ৭৫ কিলোগ্ৰাম শাখাৰ ফাইনেলত তেওঁ অষ্ট্ৰেলিয়াৰ এমা-ছু গ্ৰীণ্টিৰ মুখা-মুখী হ’ব।ভাৰতীয় সময় অনুসৰি নিশা ১০.১৫ বজাত এই ফাইনেল…

ডক্টৰ ডুম-অনুপ্ৰাণিত চুপাৰ স্কোৱাড সংস্কৰণেৰে ৰাইডাৰৰ পৰ্টফলিঅ’ শক্তিশালী কৰিলে টিভিএছ মটৰে

টিভিএছ মটৰ কোম্পানীয়ে যুৱ আৰোহীসকলৰ মাজত মটৰচাইকেলৰ আকৰ্ষণ বৃদ্ধিৰ উদ্দেশ্যে এটা নতুন স্পেকট্ৰেল গ্ৰীন ৰঙৰ মাৰ্ভেল ডক্টৰ ডুম-অনুপ্ৰাণিত ভেৰিয়েন্ট মুকলি কৰি টিভিএছ ৰাইডাৰ চুপাৰ স্কোৱাড এডিচন পৰ্টফলিঅ’ৰ সম্প্ৰসাৰণ কৰিছে। সমগ্ৰ…

কমনৱেলথ গেমছত নীৰজ চোপ্ৰাৰ ৰূপৰ পদক অৰ্জন

গ্লাছগোত অনুষ্ঠিত ২০২৬ কমনৱেলথ গেমছৰ পুৰুষৰ জেভলিন থ্ৰ’ প্ৰতিযোগিতাত ভাৰতৰ তাৰকা এথলীট নীৰজ চোপ্ৰাই ৰূপৰ পদক অৰ্জন কৰিছে। তেওঁ নিজৰ দ্বিতীয়টো চেষ্টাৰে ৮৫.৮৩ মিটাৰ জৱেলিন দলিয়াই এই ছিজনৰ শ্ৰেষ্ঠ প্ৰদৰ্শনৰ…

অৱসৰপ্ৰাপ্ত আইএএছ বিষয়া ভাৰত ভূষণ দেৱচৌধুৰীক ৰাজ্যৰ মুখ্য তথ্য আয়ুক্ত নিযুক্তি

দীঘলীয়া প্ৰশাসনিক অভিজ্ঞতাৰ স্বীকৃতি স্বৰূপে অসমৰ মুখ্য তথ্য আয়ুক্ত পদত নিযুক্তি লাভ কৰিছে অৱসৰপ্ৰাপ্ত আইএএছ বিষয়া ভাৰত ভূষণ দেৱচৌধুৰীয়ে। ৰাজ্য চৰকাৰে শেহতীয়াকৈ এই নিযুক্তি প্ৰদান কৰে। ভাৰত ভূষণ দেৱচৌধুৰীয়ে ইয়াৰ…

বানপীড়িত কৃষকৰ বাবে ধানৰ পুলিৰ নাৰ্চাৰী উদ্বোধন কৃষি মন্ত্ৰীৰ

অসমৰ কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযূষ হাজৰিকাই শুক্ৰবাৰে শিৱসাগৰ জিলাৰ বানপীড়িত ডিমৌ আৰু নাজিৰা বিধানসভা সমষ্টি পৰিদৰ্শন কৰে। তেওঁ জিলা প্ৰশাসনে লোৱা সাহায্য আৰু পুনৰসংস্থাপন ব্যৱস্থাৰ লগতে…

পিএনবি মেটলাইফৰ শ্বিলঙত নতুন শাখা মুকলি: উত্তৰ-পূৰ্বাঞ্চলত উপস্থিতি অধিক শক্তিশালী কৰাৰ প্ৰয়াস

দেশৰ অন্যতম আগশাৰীৰ জীৱন বীমা প্ৰতিষ্ঠান পিএনবি মেটলাইফ ইণ্ডিয়া ইঞ্চুৰেন্স কোম্পানী লিমিটেড-এ আজি মেঘালয়ৰ ৰাজধানী শ্বিলঙত এটা নতুন শাখা মুকলি কৰাৰ কথা ঘোষণা কৰিছে। গ্ৰাহকসকল থকা ঠাইতে বীমা সেৱা আৰু…