কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এতিয়া আপুনি উঠিব নোৱাৰিব ছেলফি। কিয়নো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত নিষিদ্ধ হ’ব মোবাইল ফোন। এতিয়াৰে পৰা ৰাষ্ট্ৰীয় উদ্যানত মোবাইল ফোন লৈ প্ৰৱেশ কৰিব নোৱাৰিব কোনো পৰ্যটকে।উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি এই সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে। Share this:FacebookX Related Post navigation বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৯৯ জনলৈ বৃদ্ধি ছৌদি আৰৱৰ আল জুবাইলস্থিত ছৌদি আৰামকোৰ বেৰী গেছ প্লান্টত আক্ৰমণ