Month: July 2026

বানৰ কবলত যোৰহাট: বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীৰ অনুপস্থিতিক লৈ প্ৰশ্ন

যোৰহাট: ৰাজ্যৰ কেইবাখনো জিলাত বান পৰিস্থিতি ক্ৰমাৎ অধিক ভয়াৱহ হৈ পৰাৰ সময়তে শিক্ষাৰ নগৰী যোৰহাটতো বানপানীয়ে ব্যাপক ক্ষতিসাধন কৰিছে। বহু লোকৰ ঘৰ-দুৱাৰ ক্ষতিগ্ৰস্ত হোৱাৰ লগতে স্বাভাৱিক জনজীৱন ব্যাহত হৈছে। ইফালে…

গ্লাছগ’ত ২৩সংখ্যক কমনৱেলথ গেমছৰ আৰম্ভ

বৃহস্পতিবাৰে স্কটলেণ্ডৰ গ্লাছগ’ চহৰত ২৩সংখ্যক কমনৱেলথ গেমছ আনুষ্ঠানিকভাবে আৰম্ভ হয়। স্কটলেণ্ডৰ এই ঐতিহাসিক চহৰখনে ১২ বছৰৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে এই বৃহৎ ক্ৰীড়া প্ৰতিযোগিতাখন আয়োজন কৰিছে। ভাৰতৰ হৈ উদ্বোধনী সমাৰোহত অলিম্পিক…

অসমত বৰ্ধিত চাহিদাৰ বাবে ষ্টাৰ হেল্থে বৃদ্ধি কৰিছে বৰ্ষাকালীন স্বাস্থ্যসেৱা

ষ্টাৰ হেল্থ এণ্ড এলাইড ইঞ্চুৰেন্স কোম্পানী লিমিটেডে ৰাজ্যখনত মৌচুমী বতৰৰ আগমনৰ লগে লগে ডেংগু, মেলেৰিয়া, জ্বৰ আৰু অন্যান্য সংক্ৰামক ৰোগৰ প্ৰকোপ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি অসমত ভাৰ্চুৱেল চিকিত্সক পৰামৰ্শ…

গুণাত্মক পৰম্পৰা অভিযানৰ জৰিয়তে সাংস্কৃতিক সংযোগ সুদৃঢ় কৰিছে আশীৰ্বাদে

ভাৰতৰ জনপ্ৰিয় আটা ব্ৰেণ্ড আশীৰ্বাদ-এ গুণাত্মক পৰম্পৰা নামৰ এক নিমজ্জিত সাংস্কৃতিক অভিযান আৰম্ভ কৰিছে। ওড়িশাৰ শতিকা পুৰণি ৰথ নিৰ্মাণ পৰম্পৰাৰ দ্বাৰা অনুপ্ৰাণিত এই অভিযানে বাৰ্ষিক পুৰী ৰথ যাত্ৰাৰ বাবে ভগৱান…

বান আলোচনা বিচাৰি প্ৰতিবাদ, অসম বিধানসভাৰ পৰা এদিনৰ বাবে নিলম্বিত অখিল গগৈ

ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ বৃহস্পতিবাৰে দিনটোৰ বাবে অসম বিধানসভাৰ পৰা নিলম্বিত কৰা হয়। বানপানীৰ অৱস্থাৰ ওপৰত আলোচনাৰ বাবে বিধায়কগৰাকীয়ে আগবঢ়োৱা কাম স্থগিত প্ৰস্তাৱ অধ্যক্ষই নাকচ কৰাৰ প্ৰতিবাদত তেওঁ নিজৰ…

উজনি অসমৰ বান পৰিস্থিতিত সন্ধানহীন শতাধিক লোকঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

উজনি অসমৰ বান পৰিস্থিতিত সন্ধানহীন হৈ আছে এশৰো অধিক লোক। বুধবাৰে শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি এই তথ্য সদৰি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে জানিবলৈ…

২৪ ঘণ্টাত বানৰ ফলত ১০ জন লোকৰ মৃ*ত্যু

অসমত বান পৰিস্থিতি জটিল হৈ পৰিছে। যোৱা ২৪ ঘণ্টাত বানৰ ফলত ১০ জন লোকৰ মৃত্যু হৈছে। ইয়াৰ লগে লগে এই বছৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৪১ জনলৈ বৃদ্ধি পাইছে।…

২০২৫ চনত ৩২.৬ মিলিয়ন কেচ বিক্ৰীৰে বিশ্বৰ হুইস্কি বজাৰত শীৰ্ষস্থান দখল ৰয়েল ষ্টেগৰ

শেহতীয়া আইডব্লিউএছআৰ ২০২৫ৰ ৰেংকিং অনুসৰি পাৰ্নড ৰিকাৰ্ড ইণ্ডিয়া-ই শুকুৰবাৰে সদৰি কৰে যে প্ৰতিষ্ঠানটোৰ ধ্বজাবাহী ব্ৰেণ্ড ৰয়েল ষ্টেগ ২০২৫ বৰ্ষৰ বিশ্বৰ আটাইতকৈ বেছি বিক্ৰী হোৱা হুইস্কি ব্ৰেণ্ড হিচাপে পৰিগণিত হৈছে। ব্ৰেণ্ডটোৱে…

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ সাম্ভাব্য বানৰ বাবে সাজু হৈ উঠিছে

উজনি অসমত ভয়াৱহ বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ সাম্ভাব্য বানৰ বাবে সাজু হৈ উঠিছে । বিভিন্ন সংবাদ মাধ্যমত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বানৰ সংক্ৰান্তত বাতৰি পৰিৱেশন হৈছে যদিও এতিয়ালৈ…

এন​​এইচপিচিৰ সুৰংগ ভাঙি ২০ জনৰ মৃত্যু

ছিকিমৰ নামচি জিলাত তিস্তা ষ্টেজ ষষ্ঠ জলবিদ্যুৎ প্ৰকল্পত সোমবাৰে নিৰ্মাণৰত এন​​এইচপিচি এটা সুৰংগ ভাঙি বৰ্তমান পৰ্যন্ত ২২ জন শ্ৰমিকৰ মৃত্যু হৈছে ৷ সুৰংগত মৃত্যু হোৱা শ্ৰমিকসকলৰ এজনক অসমৰ বুলি চিনাক্ত…