Month: June 2026

অসমীয়াৰ বিৰুদ্ধে অনা অসমীয়াৰ যুদ্ধংদেহী ৰূপ

উদণ্ড লোকৰ হাতৰ পৰা সাৰি নগ’ল সাংবাদিক আৰু আৰক্ষী ।সোণৰ অসমত পুনৰ এবাৰ অনা-অসমীয়াই দপদপনি দেখুৱাই দিলে অসমীয়া গ’ বেক ধ্বনি ৷ ইয়াকে লৈ দেওবাৰে গুৱাহাটী মহানগৰীৰ আৰ্য নগৰত উত্তপ্ত…

জুবিন গাৰ্গ হত্যা গোচৰ! আজি চাৰি অভিযুক্তৰ জামিন আবেদনৰ চূড়ান্ত ৰায়দান কৰিব আদালতে

অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ আকস্মিক মৃত্যুক লৈ চলি থকা গোচৰৰ চাৰি অভিযুক্তৰ জামিন আবেদনৰ ওপৰত আজি চূড়ান্ত ৰায়দান কৰিব বিশেষ ফাষ্ট ট্ৰেক আদালতে। বিগত ২০২৫ চনৰ ছেপ্টেম্বৰ মাহত সংঘটিত…

ভাৰতৰ জন্মৰ হাৰক লৈ ডাঙৰ মন্তব্য ইলন মাস্কৰ; প্ৰথমবাৰৰ বাবে প্ৰতিষ্ঠাপন স্তৰতকৈ হ্ৰাস সন্তান জন্মৰ গতি

দেশৰ ইতিহাসত প্ৰথমবাৰৰ বাবে সন্তান জন্মৰ গতিত অহা এক অভূতপূৰ্ব হ্ৰাসে জোকাৰি গৈছে সমগ্ৰ ভাৰতবৰ্ষ।জনসংখ্যা সুস্থিৰ ৰখাৰ বাবে প্ৰয়োজনীয় প্ৰতিষ্ঠাপন স্তৰতকৈও দেশৰ জন্মৰ হাৰ তললৈ নামি যোৱাৰ এক চাঞ্চল্যলকৰ তথ্য…

জম্মু-কাশ্মীৰত কৰ্তব্যৰত অৱস্থাত শ্বহীদ অসম সন্তান লেফটেনেণ্ট বীৰেশ্বৰ গোস্বামীৰ

দেশৰ হকে সীমান্তত কৰ্তব্য পালন কৰি থকাৰ সময়তে শ্বহীদ হ’ল অসম মাতৃৰ সন্তান বীৰেশ্বৰ গোস্বামী। জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাত সন্ত্ৰাসবাদী বিৰোধী এক অভিযানৰ নেতৃত্ব দি থকা অৱস্থাতে দ খাৱৈত পৰি প্ৰাণ…

হৃদয়বিদাৰক! তিস্তাৰ বুকুত গাড়ীসহ উদ্ধাৰ ছিকিমৰ নিৰুদ্দিষ্ট পৰিয়ালৰ মৃতদেহ

অৱশেষত সঁচা প্ৰমাণিত হ’ল সেই ভংয়কৰ আশংকা। বিগত দুটা দিন ধাৰাবাহিক তালাচীৰ অন্তত অৱশেষত তিস্তাৰ বুকুতেই উদ্ধাৰ হ’ল গেংটকৰ নিৰুদ্দিষ্ট পৰিয়ালটোৰ মৃতদেহ। দেওবাৰে পুৱা কৰনেচন ব্ৰীজৰ সমীপৰ নদীৰ বুকৰ পৰা…

ভুৱা MBBS ডিগ্ৰীৰে চৰকাৰী চাকৰি! মধ্যপ্ৰদেশৰ চিকিৎসা খণ্ডত বৃহৎ কেলেংকাৰি পোহৰলৈ অহাৰ পিছতে ২ হাজাৰ চিকিৎসকৰ নথি পৰীক্ষাৰ নিৰ্দেশ

আপুনিও যদি নিজৰ অথবা পৰিয়ালৰ কাৰোবাৰ স্বাস্থ্যৰ কথা চিন্তা কৰি চিকিৎসকৰ কাষ চপাৰ কথা ভাবিছে, আৰু ভাবিছে কোনগৰাকী চিকিৎসক ভাল হ’ব, তেন্তে এতিয়া আপোনাৰ সাৱধান হোৱাৰ সময়। দেশত ভয়ংকৰভাৱে বৃদ্ধি…

বাতৰি কাকতত ‘বড়া পাও’ বা তেলজাতীয় খাদ্য পৰিৱেশনৰ ওপৰত নিষেধাজ্ঞা; মুম্বাইত খাদ্য সুৰক্ষা প্ৰাধিকৰণৰ তীব্ৰ অভিযান

আপুনিও যদি গৰম গৰম চিঙৰা বা পথৰ কাষৰ সোৱাদযুক্ত ‘বড়া পাও’ বাতৰি কাকতৰ টুকুৰাত মেৰিয়াই খোৱাৰ অভ্যাস কৰিছে, তেন্তে এতিয়াই সাৱধান হোৱাৰ সময় আহি পৰিছে। আপোনাৰ এই প্ৰিয় অভ্যাসে অলক্ষিতে…

টিভিএছ মটৰ টিভিএছ পেডক মুকলি কৰাৰ কথা ঘোষণা কৰিছে

দুই আৰু তিনিচকীয়া বাহনৰ ক্ষেত্ৰত এক বিশ্বব্যাপী অগ্ৰণী আৰু টিভিএছ ভেনু-ৰ অংশ টিভিএছ মটৰ কোম্পানী-এ নিজৰ প্ৰিমিয়াম পৰ্টফলিঅ’ৰ বাবে সমৰ্পিত এক সুকীয়া ৰিটেইল চেনেল হিচাপে টিভিএছ পেডক মুকলি কৰাৰ কথা…

শ্বাওমি ইণ্ডিয়াই বজাৰত মুকলি কৰিছে আকৰ্ষণীয় নতুন ধ্বজাবাহী স্মাৰ্টফোন শ্বাওমি ১৭টি

শ্বাওমি ইণ্ডিয়াই বজাৰত মুকলি কৰিছে আকৰ্ষণীয় নতুন ধ্বজাবাহী স্মাৰ্টফোন শ্বাওমি ১৭টি। লাইকা কোম্পানীৰ সহযোগত যুটীয়াভাৱে প্ৰস্তুত কৰা এই ফোনটোত উন্নত ফটোগ্ৰাফী, নিমজ্জিত ডিচপ্লে প্ৰযুক্তি, শক্তিশালী প্ৰদৰ্শন আৰু দীৰ্ঘস্থায়ী বেটাৰী কাৰ্যকৰিতাৰ…

খোৱা তেলৰ পেকেট এতিয়া কেৱল ৯ টা মানক আকাৰত: আয়তন + ওজন দুয়োটা উল্লেখ কৰাটো কেন্দ্ৰৰ বাধ্যতামূলক

গ্ৰাহক পৰিক্ৰমা বিভাগে শনিবাৰে আইনী মেট্ৰ’লজি কাঠামোৰ অধীনত খোৱা তেল কিছুমান নিৰ্দিষ্ট পৰিমাণত পেকেজিং কৰাটো বাধ্যতামূলক কৰিছে। গ্ৰাহকে বিভিন্ন ব্ৰেণ্ডৰ মাজত দাম সহজে তুলনা কৰি সঠিক সিদ্ধান্ত ল’ব পৰাকৈ চৰকাৰে…