Latest Sports ১-৪ৰ পৰা উভতি আহি ইতিহাস: কালিন্সকায়াৰ প্ৰথম ফ্ৰেন্স অপেন কোৱাৰ্টাৰ, ক’বলিৰো জয় June 2, 2026 Tarali সোমবাৰে আনাস booze টাছিয়া পটাপোভাক ৬-৪, ২-৬, ৭-৬ (১০-৭) ব্যৱধানত পৰাজিত কৰি আন্না কালিন্সকায়াই প্ৰথমবাৰৰ বাবে ফ্ৰেন্স অপেনৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে আৰু নিজেই নিজৰ এই প্ৰদৰ্শনত আচৰিত হৈ পৰে।ৰাছিয়ান…
Assam মাধুৰ্য বৰ্মন ৰামায়ণৰ জটায়ু স্বৰূপঃ নলবাৰীৰ ভুক্তভোগী যুৱতীটোলৈ ‘হিন্দু চেতনা বঁটা’ ঘোষণা সত্যৰঞ্জন বৰাৰ June 2, 2026 Paromita মাধুৰ্য বৰ্মন ৰামায়ণৰ জটায়ু পক্ষী স্বৰূপ। এগৰাকী নাৰীক বচাবলৈ গৈ তেওঁ মৃত্যুক সাবটিব লগাত পৰিল। নলবাৰীৰ গংগাপুৰৰ নৃশংস হত্যাকাণ্ডৰ উত্তপ্ত পৰিস্থিতিৰ মাজতে মঙলবাৰে এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে হিন্দুত্ববাদী নেতা সত্যৰঞ্জন…
Assam বিজেপিৰ বিৰুদ্ধে ‘ৰাজনৈতিক সন্ত্ৰাসবাদ’ৰ অভিযোগ; কলকাতাত প্ৰতিবাদ সাব্যস্ত মমতা বেনাৰ্জীৰ June 2, 2026 Paromita পশ্চিম বংগত শেহতীয়া নিৰ্বাচন পৰৱৰ্তী হিংসাত্মক ঘটনা আৰু দলীয় নেতা-কৰ্মীৰ ওপৰত হোৱা ধাৰাবাহিক আক্ৰমণৰ প্ৰতিবাদত মঙলবাৰে কলকাতাৰ ৰাজপথত এক ধৰ্না কাৰ্যসূচী ৰূপায়ণ কৰে তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জীয়ে। শেহতীয়া বিধানসভা…
News Technology নৱীকৰণযোগ্য শক্তিয়ে জলবায়ু পৰিৱৰ্তন ৰোধ কৰিব পাৰে, বহনক্ষম ভৱিষ্যত নিশ্চিত কৰিব পাৰে: মেঘালয়ৰ মুখ্যমন্ত্ৰী June 2, 2026 Tarali মুখ্যমন্ত্ৰীৰ সৌৰ অভিযানৰ অধীনত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই মঙলবাৰে শ্বিলঙৰ ছেইণ্ট মেৰীজ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৫০ কিলোৱাট ক্ষমতাসম্পন্ন সৌৰ ফটোভল্টিক (পিভি) প্ৰকল্প উদ্বোধন কৰে। ইয়াৰ জৰিয়তে ৰাজ্যখনত নৱীকৰণযোগ্য শক্তি…
Assam Sports ডবা প্ৰতিযোগিতাত হৰ্ষদ্বীপ, হৃদিকাৰ চেম্পিয়ন খিতাপ June 2, 2026 Tarali শনিবাৰে সৰুসজাই ক্ৰীড়া প্ৰকল্পত সামৰণি পৰা ৪৯ সংখ্যক সদৌ অসম অনুৰ্ধ-১৫ আৰু অনুৰ্ধ-৯ অপেন তথা ছোৱালীৰ আন্তঃজিলা ডবা প্ৰতিযোগিতা ২০২৬-ত গুৱাহাটীৰ হৰ্ষদ্বীপ ডেকা আৰু হৃদিকা দাসে ক্ৰমে অনুৰ্ধ-১৫ অপেন আৰু…
Business টিভিএছ মটৰ ২০২৬ চনৰ মে’ মাহত সৰ্বকালৰ সৰ্বোচ্চ মাহেকীয়া বিক্ৰী অৰ্জনৰ কথা সদৰি কৰিছে June 2, 2026 Business Bureau টিভিএছ মটৰ কোম্পানীয়ে ২০২৬ চনৰ মে’ মাহত সৰ্বকালৰ সৰ্বোচ্চ মাহেকীয়া বিক্ৰী অৰ্জনৰ কথা সদৰি কৰিছে। কোম্পানীটোৱে মুঠ ৫,৬৬,৫৮৫ ইউনিট বাহন বিক্ৰী কৰিছে, যি যোৱা বছৰৰ একেটা মাহতে বিক্ৰী হোৱা ৪,৩১,২৭৫…
Business ৰেন’ল্টৰ একেৰাহে নৱম মাহৰ বাবে পাইকাৰী বিক্ৰীত ব্যৱসায়িক বৃদ্ধিৰ অভিলেখ June 2, 2026 Business Bureau ৰেনল্ট গ্ৰুপৰ পূৰ্ণ মালিকানাধীন সহযোগী প্ৰতিষ্ঠান ৰেনল্ট ইণ্ডিয়াই মে’ মাহত ধাৰাবাহিকভাৱে নৱম মাহৰ বাবে পাইকাৰী বিক্ৰী বৃদ্ধি কৰিবলৈ সক্ষম হৈছে, যি বৃদ্ধিৰ ধাৰা ২০২৩ চনৰ ছেপ্টেম্বৰ মাহৰ পৰা অব্যাহত আছে।…
Assam হত্যাকাৰীৰ বিৰুদ্ধে অপৰাধীয়ে ভয় খাব পৰা আইন প্ৰণয়নৰ দাবী; আছু নেতা মাধুৰ্য বৰ্মনৰ বাসগৃহত ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য June 2, 2026 Paromita সমগ্ৰ ৰাজ্য জোকাৰি যোৱা নলবাৰীৰ নৃশংস হত্যাকাণ্ডৰ বলি হোৱা ছাত্ৰ নেতা মাধুৰ্য বৰ্মনৰ চামতাৰ বাসগৃহত মঙলবাৰে উপস্থিত হ’ল সদৌ অসম ছাত্ৰ সন্থাৰ (আছু) মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য। প্ৰয়াত…
Assam ৰাজ্যত বিত্তীয় অন্তৰ্ভুক্তিকৰণৰ অভূতপূৰ্ব সাফল্য; আনুষ্ঠানিক বেংকিং খণ্ডৰ সৈতে সংযোগ ঘটিল ৯১.৭ শতাংশ মহিলাৰ June 2, 2026 Paromita অসমত মহিলা সৱলীকৰণ আৰু বিত্তীয় অন্তৰ্ভুক্তিকৰণৰ ক্ষেত্ৰত এক ঐতিহাসিক সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে ৰাজ্য চৰকাৰ। বৰ্তমান ৰাজ্যখনৰ প্ৰায় ৯১.৭ শতাংশ মহিলাই আনুষ্ঠানিক বেংকিং ব্যৱস্থাৰ সৈতে পোনপটীয়াকৈ জড়িত হৈ পৰিছে।…
Assam অম্বুবাচী মেলা উপলক্ষে পাণ্ডুনাথ দেৱালয়ত ১২টা সাৰ্বজনীন শৌচাগাৰ উদ্বোধন June 2, 2026 Sonakshi Sarkar গুৱাহাটীৰ পাণ্ডুঘাটস্থিত পাণ্ডুনাথ দেৱালয় (প্ৰাচীন গণেশ মন্দিৰ) চৌহদত ৩১ মে’ত ১২টা সাৰ্বজনীন শৌচাগাৰ কমপ্লেক্সৰ উদ্বোধন কৰা হয়। উদ্বোধনী অনুষ্ঠানত বিশিষ্ট উদ্যোগপতি আৰু সমাজসেৱক কৈলাশ চন্দ্ৰ লোহিয়া মুখ্য অতিথি হিচাপে আৰু…