Month: June 2026

বিশ্বকাপৰ পূৰ্ব প্ৰস্তুতি শিবিৰৰ বাবে ফ্ল’ৰিডাত উপস্থিত হ’ল ইংলেণ্ড

অহা ১১ জুনৰ পৰা আৰম্ভ হ’বলগীয়া আগন্তুক ফিফা বিশ্বকাপ ২০২৬-ৰ বাবে ইংলেণ্ড ফুটবল দলে নিজৰ প্ৰস্তুতি আৰম্ভ কৰিছে। হেৰী কেনৰ নেতৃত্বাধীন দলটো বিশ্বকাপৰ পূৰ্ব প্ৰস্তুতি শিবিৰৰ বাবে চহৰখনত উপস্থিত হৈছে।প্ৰধান…

বিশ্ব চাইকেল দিৱস পালন

বিশ্বজুৰি আজি পালন কৰা হৈছে বিশ্ব চাইকেল দিৱস। ৰাষ্ট্ৰসংঘই স্বীকৃতি দিয়া এই বিশেষ দিৱসৰ মূল উদ্দেশ্য হৈছে চাইকেলক এক পৰিৱেশ-অনুকূল, সুলভ আৰু স্বাস্থ্যসন্মত যাতায়াতৰ মাধ্যম হিচাপে প্ৰচাৰ কৰা। ইয়াৰ জৰিয়তে…

আহমেদাবাদত ১৬৬ জন বাংলাদেশী অনুপ্ৰৱেশকাৰীক আটক; দেশৰ পৰা বহিষ্কাৰৰ প্ৰক্ৰিয়া আৰম্ভ

ভাৰত-বাংলাদেশৰ সীমান্তৰে অব্যাহত আছে বাংলাদেশীৰ অবৈধ অনুপ্ৰৱেশ। ইয়াৰ মাজতে এইবাৰ গুজৰাটৰ আহমেদাবাদত আৰক্ষীৰ জালত পৰিল কমেও ১৬৬ জন অবৈধ অনুপ্ৰৱেশকাৰী। কোনো বৈধ নথিপত্ৰ নোহোৱাকৈ বসবাস কৰি থকাৰ অভিযোগত জিলাখনৰ আৰক্ষীয়ে…

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰঃ কাইলৈ উচ্চ ন্যায়ালয়ত অনুষ্ঠিত হ’ব সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি

গুৱাহাটী উচ্চ ন্যায়ালয়ত কাইলৈ অৰ্থাৎ ৪ জুনত অনুষ্ঠিত হ’ব প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ অন্যতম মুখ্য অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি। আদালতৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, পঞ্জীয়নভুক্ত…

জামুগুৰিত ভাওনাক কেন্দ্ৰ কৰি কন্দল; চোকা অস্ত্ৰৰ আক্ৰমণত আহত একেটা পৰিয়ালৰে ৪ সদস্য

স্থানীয় নামঘৰৰ ভাওনা প্ৰদৰ্শনক কেন্দ্ৰ কৰি সূত্ৰপাত হোৱা এটা বিবাদে ল’লে এক ভয়ংকৰ ৰূপ। আৱেগ আৰু ভক্তিৰ পৰিৱেশৰ মাজতে সৃষ্টি হোৱা এই কন্দলৰ পৰিণতিত এটা পৰিয়ালৰ চাৰিগৰাকীকৈ সদস্য চোকা অস্ত্ৰৰ…

মাতৃহাৰা হ’ল অখিল গগৈ! দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত ৯৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ প্ৰিয়দা গগৈৰ

মাতৃহাৰা হ’ল বিধায়ক অখিল গগৈ। শিৱসাগৰ সমষ্টিৰ ৰাইজৰ দল বিধায়ক অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈৰ বুধবাৰে পুৱা দেহাৱসান ঘটে। গুৱাহাটীৰ চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে পুৱা প্ৰায় ৬:২০ বজাত ৯৬ বছৰ বয়সত…

দিল্লীৰ ৰেষ্টুৰেণ্টত ভয়ংকৰ অগ্নিকাণ্ড! অগ্নিদগ্ধ হৈ মৃত্যু কমেও ১০ জনৰ

ৰেষ্টুৰেণ্টত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুক সাৱটিবলগীয়া হ’ল কমেও ১০ জনকৈ লোকে। দিল্লীৰ মালব্য নগৰৰ ‘লেমন গ্ৰীণ ৰেষ্টুৰেণ্ট’ত বুধবাৰে পুৱা সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। প্ৰাপ্ত খবৰ…

কঠোৰ পৰিশ্ৰম আৰু পেছাদাৰী সফলতাৰ প্ৰতীক হেলিকপ্টাৰখনৰ সন্মুখতে প্ৰেয়সীক বিবাহৰ প্ৰস্তাৱ সেনাৰ পাইলটৰ

সামৰিক প্ৰশিক্ষণ সমাপ্তিৰ দীক্ষান্ত সমাৰোহৰ মাজতে এক আৱেগিক তথা অভূতপূৰ্ব মুহূৰ্তৰ সৃষ্টি কৰিলে এগৰাকী নৱনিযুক্ত সেনা বৈমানিকে। মহাৰাষ্ট্ৰৰ নাছিকত অৱস্থিত কম্বাট আৰ্মী এভিয়েচন ট্ৰেনিং স্কুলৰ প্ৰশিক্ষণ সফলতাৰে সম্পূৰ্ণ কৰাৰ পাছতেই…

প্ৰদেশ যুৱ কংগ্ৰেছৰ উপ-সভাপতিৰ পদত তাঞ্জিল হুছেইনৰ নিযুক্তিত স্থগিতাদেশ; দলীয় অন্তৰ্কলহ প্ৰতিপন্ন হোৱাৰ চৰ্চা

নিযুক্তিৰ মাত্ৰ এদিন পাছতেই স্থগিতাদেশ জাৰি কৰা হয় চামগুৰিৰ নৱনিৰ্বাচিত বিধায়ক তাঞ্জিল হুছেইনৰ নতুন পদবীত। দেওবাৰে তেওঁক অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ উপ-সভাপতি হিচাপে নিযুক্তি দিয়া হৈছিল। এই খবৰে ব্যাপক চৰ্চা…

নলবাৰীৰ হত্যাকাণ্ডক লৈ গভীৰ উদ্বেগ প্ৰদেশ কংগ্ৰেছৰ; নাৰী সুৰক্ষা নিশ্চিত কৰিবলৈ চৰকাৰক আহ্বান গৌৰৱ গগৈৰ

নলবাৰীৰ গংগাপুৰত সংঘটিত হোৱা মাধুৰ্য বৰ্মনৰ হত্যাকাণ্ড আৰু মৃদুমুদ্ৰা ডেকা নামৰ যুৱতীগৰাকীৰ ওপৰত চলোৱা আক্ৰমণৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। এই দুৰ্ভাগ্যজনক কাণ্ডক তীব্ৰ গৰিহণা…