Month: June 2026

অৰুণাচলত চীনৰ আগ্ৰাসনৰ দাবী খণ্ডন ভাৰতীয় সেনাৰ

অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্তত চীনৰ আগ্ৰাসনক লৈ শেহতীয়াকৈ সৃষ্টি হোৱা জল্পনা-কল্পনাৰ মাজতে এইবাৰ আনুষ্ঠানিকভাৱে মুখ খুলিলে ভাৰতীয় সেনাই। অৰুণাচলৰ আপাৰ সুৱনশিৰি জিলাৰ টাকছিং অঞ্চলত চীনা পিপলছ লিবাৰেশ্যন আৰ্মীয়ে (PLA) ভাৰতীয়…

ফিফা বিশ্বকাপত মৰক্কোৰ ঐতিহাসিক জয়

ভাৰতীয় সময় অনুসৰি মঙলবাৰে পুৱা এক ৰোমাঞ্চকৰ ফুটবল মেচত মৰক্কোৱে নেদাৰলেণ্ডছক পেনাল্টী শ্বুটআউটত পৰাস্ত কৰি বিশ্বকাপৰ অন্তিম ১৬ ৰ পৰ্যায়লৈ অগ্ৰসৰ হৈছে। নিৰ্ধাৰিত আৰু অতিৰিক্ত সময়ৰ খেল ১-১ গ’লত ড্ৰ’…

বিশ্বকাপৰ পৰা বাহিৰ চাৰিবাৰৰ চেম্পিয়ন জাৰ্মানী

ফিফা বিশ্বকাপ ২০২৬-ত এক ডাঙৰ অঘটন দেখিবলৈ পোৱা গৈছে। চাৰিবাৰৰ বিশ্ব চেম্পিয়ন জাৰ্মানীক নকআউট কৰিলে ৪১ নম্বৰ ৰেংকিঙত থকা পাৰাগুৱে। নিৰ্ধাৰিত আৰু অতিৰিক্ত সময়ত খেলখন ১-১ গ’লত ড্ৰ’ হোৱাৰ পিছত,…

অসমৰ ড্ৰাগছ বিৰোধী যুদ্ধ: কাছাৰ অভিযানত ১০,০০০ ইয়াবা টেবলেট জব্দ, মুখ্যমন্ত্ৰীয়ে ক’লে ‘আৰক্ষীয়ে এৰা দিয়া নাই’

কাছাৰ জিলাত এক বৃহৎ ড্ৰাগছ বিৰোধী অভিযানত অসম আৰক্ষীয়ে প্ৰায় ১ কোটি টকা মূল্যৰ ১০,০০০ টা ইয়াবা টেবলেট জব্দ কৰিছে। ই ৰাজ্যখনৰ ড্ৰাগছ সৰবৰাহকাৰী নেটৱৰ্কসমূহৰ বাবে আন এক আঘাত। মুখ্যমন্ত্ৰী…

ত্ৰিপুৰাৰ শিশু যত্ন প্ৰতিষ্ঠানৰ আৰ্হি অন্য ৰাজ্যই অনুসৰণ কৰিব লাগে: কেন্দ্ৰীয় মন্ত্ৰী

কেন্দ্ৰীয় মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী অন্নপূৰ্ণা দেৱীয়ে সোমবাৰে ত্ৰিপুৰাৰ শিশু যত্ন প্ৰতিষ্ঠান (CCI) সমূহৰ আৰ্হিৰ প্ৰশংসা কৰি কয় যে ৰাজ্যখনৰ CCI আৰ্হি অন্য ৰাজ্যসমূহে অনুকৰণ কৰাৰ বাবে এক নমুনা…

অৰুণাচলত চীনা সেনাৰ আগ্ৰাসন! ভাৰতীয় ভূখণ্ডত চীনে সামৰিক শিবিৰ স্থাপনৰ অভিযোগ স্থানীয় সংগঠনৰ

ভাৰত-চীন সীমান্তত চীনৰ তৎপৰতা পুনৰ উদ্বেগৰ কাৰণ হৈ উঠিছে। এইবাৰ অৰুণাচল প্ৰদেশৰ আপাৰ সুৱনশিৰি জিলাৰ টাকচিং অঞ্চলত ভাৰতীয় ভূখণ্ড দখল কৰি চীনা পিপলছ লিবাৰেচন আৰ্মি (পিএলএ)-এ সামৰিক শিবিৰ, পথ আৰু…

অৰুণাচলত ভয়াবহ ভূমিস্খলন! কৰ্মৰত অৱস্থাত মৃত্যু অসমৰ যুৱকৰ

জীৱিকাৰ সন্ধানত অৰুণাচল প্ৰদেশলৈ গৈ ভয়ংকৰ ভূমিস্খলনত প্ৰাণ হেৰুৱাবলগীয়া হ’ল অসমৰ এজন যুৱকে। অনজাও জিলাৰ দুৰ্গম ৱালং অঞ্চলত দেওবাৰে নিশা সংঘটিত এই দুৰ্ঘটনাত মৃত্যু ঘটে ফকলেন চালক ৰূপম ৰাভাৰ। মৃত…

৩ বছৰীয়া কণমানিক ধৰ্ষণ-হত্যা! ৬০ দিনৰ ভিতৰতে শুনানি সম্পন্ন কৰি অপৰাধীক মৃত্যুদণ্ড আদালতৰ

মাত্ৰ ৬০ দিনৰ ভিতৰতে বিচাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি তিনি বছৰীয়া কণমানিক ধৰ্ষণ আৰু হত্যাৰ গোচৰত অভিযুক্ত এজন ৬৫ বছৰীয়া লোকক মৃত্যুদণ্ড বিহি নজিৰ সৃষ্টিকাৰী ৰায় দিলে পুনেৰ বিশেষ ফাষ্ট-ট্ৰেক আদালতে।…

বানৰ কৱলৰ পৰা প্ৰাণ বচাবলৈ ওলাই আহিব বন্যপ্ৰাণী; কাজিৰঙা কৰিড’ৰত কটকটীয়া যান-বাহন নিষেধাজ্ঞা

ৰাজ্যজুৰি আৰম্ভ হৈছে বাৰিষাৰ বানৰ তাণ্ডৱ। এই বান পৰিস্থিতিত বন্যপ্ৰাণীৰ নিৰাপদ স্থানান্তৰণ নিশ্চিত কৰিবলৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথত কটকটীয়া যান-বাহন নিষেধাজ্ঞা জাৰি কৰিছে অসম চৰকাৰে। বাৰিষাৰ পানী…

বাৰিষাৰ প্ৰথমটো বানত জুৰুলা অসম! ২২ হাজাৰতকৈ অধিক লোক ক্ষতিগ্ৰস্ত, আংশিকভাৱে ভাঙি পৰিল ৰে’ল দলং

অবিৰাম বৰষুণে পুনৰ বানৰ কৱললৈ ঠেলি দিলে অসমক। ৰাজ্যত এই বৰ্ষৰ প্ৰথমটো বানৰ লহৰে ইতিমধ্যে ২২ হাজাৰতকৈ অধিক লোকক বিপৰ্যস্ত কৰিছে। একে সময়তে বাঢ়নী পানীৰ প্ৰকোপত আংশিকভাৱে ভাঙি পৰিছে ধেমাজি…