Month: April 2026

ৰাজা ৰবি বাৰ্মাৰ চিত্ৰকলাই গঢ়িলে নতুন অভিলেখ; ১৬৭.২ কোটি টকাত বিক্ৰী তৈলচিত্ৰ ‘যশোদা আৰু কৃষ্ণ’

ভাৰতীয় চিত্ৰকলাৰ ইতিহাসত এক নতুন অভিলেখ স্থাপন কৰি ১৬৭.২ কোটি টকাত বিক্ৰী হ’ল কিংবদন্তি শিল্পী ৰাজা ৰবি বাৰ্মাৰ তৈলচিত্ৰ ‘যশোদা আৰু কৃষ্ণ’। বুধবাৰে মুম্বাইত অনুষ্ঠিত ‘চেফ্ৰন আৰ্ট’ৰ বসন্তকালীন নিলামত এই…

চাৰি মাহৰ ভিতৰত সমাধান হ’ব হাতী-মানুহৰ সংঘা পলাশবাৰীত গাডকাৰীৰ উপস্থিতিত হিমংশু শেখৰ বৈশ্যৰ ঘোষণা

নিৰ্বাচনী যুঁজত জয়ী হ’লে অহা চাৰিৰ পৰা পাঁচ মাহৰ ভিতৰত পলাশবাৰী আৰু ৰাণী অঞ্চলৰ হাতী-মানুহৰ সংঘাত চিৰদিনৰ বাবে দূৰ কৰা হ’ব। বৃহস্পতিবাৰে ২৯ নম্বৰ পলাশবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰাণীত এক…

কবৰস্থানত চিলিণ্ডাৰৰ ক’লা বজাৰ; হায়দৰাবাদত আৰক্ষীৰ বৃহৎ অভিযানত ৪১৪ টা চিলিণ্ডাৰ জব্দ

ইৰান যুদ্ধৰ গ্ৰাসত পৰা বিশ্বৰ লগতে ভাৰততো এতিয়া ৰন্ধন গেছৰ যোগানত ব্যাপক নাটনিৰ সৃষ্টি হৈছে। মধ্যপ্ৰাচ্যৰ এই সংকটক সুযোগ হিচাপে লৈ একাংশ অসাধু ব্যৱসায়ীয়ে চলাইছে চিলিণ্ডাৰৰ ক’লা বজাৰ। হায়দৰাবাদৰ এটা…

অসম বিধানসভা নিৰ্বাচনত অপৰাধীৰ ছাঁ; প্ৰতি সাতজন প্ৰাৰ্থীৰ ভিতৰত এজনৰ বিৰুদ্ধে গুৰুতৰ গোচৰ

অসম বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটদানলৈ বাকী আছে মাত্ৰ ৫টা দিন। ৰাজ্যজুৰি এতিয়া তুংগত উঠিছে বিভিন্ন ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ। এইবাৰৰ নিৰ্বাচনত মুঠ ৭২২ গৰাকী প্ৰাৰ্থীয়ে নিজৰ ভাগ্য পৰীক্ষা কৰিবলৈ…

মিঞা জীয়াই থকালৈকে জীয়াই থাকিব পৃথিৱীঃ মৰিগাঁৱত হিমন্ত বিশ্ব শৰ্মাক ওৱেইছিৰ প্ৰত্যাহ্বান

মিঞা জীয়াই থকালৈকে এই পৃথিৱী জীয়াই থাকিব। বৃহস্পতিবাৰে মৰিগাঁৱত এই বিস্ফোৰক মন্তব্য কৰে অল ইণ্ডিয়া মজলিছ-ই-ইত্তেহাদুল মুছলিমীনৰ মুৰব্বী তথা সাংসদ আছাদুদ্দিন ওৱেইছিয়ে। নিৰ্বাচনী প্ৰচাৰৰ উত্তপ্ত পৰিৱেশৰ মাজতে জিলাখনত উপস্থিত হৈ…

জালুকবাৰী সমষ্টিৰ খানামুখত দীপৰ বিলৰ সমীপত অৰ্দ্ধ শতাধিক সন্দেহযুক্ত নাগৰিকে বিঘাই বিঘাই মাটি কিনি নিৰ্মাণ কৰিছে ঘৰ – দুৱাৰ ; খিলঞ্জীয়া নাগৰিকলৈ ভাবুকি অহাৰ সম্ভাৱনা

অসম বিধানসভাৰ নিৰ্বাচনলৈ মাজতে মাত্ৰ কিছুদিন বাকী থকা অৱস্থাত ৰাজ্যৰ ৰাজনৈতিক পৰিবেশ উতপ্ত হৈ পৰা পৰিলক্ষিত হৈছে। আনকি শাসকীয় বিজেপি প্ৰাৰ্থী ফালৰ পৰা আন বহু দাবীৰ লগতে অবৈধ বাংলাদেশী মুছলমানৰ…

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ দক্ষিণ আফ্ৰিকাৰ ৰাছি ভান ডেৰ ডাচেনৰ

এই বছৰ কেন্দ্ৰীয় চুক্তিৰ পৰা আঁতৰি যোৱাৰ পিছত বৃহস্পতিবাৰে দক্ষিণ আফ্ৰিকাৰ বেটছমেন ৰাছি ভান ডেৰ ডাচেনে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে। কিন্তু তেওঁ নিজৰ ঘৰুৱা দল লায়ন্সৰ…

একেৰাহে তৃতীয়বাৰ লৈ ফিফা বিশ্বকাপ খেলাৰ সুযোগ হেৰুৱালে ইটালীয়ে

বিশ্বকাপ ইউৰোপীয় কোৱালিফায়াৰৰ ফাইনেলত বছনিয়া আৰু হাৰ্জেগোভিনাৰ হাতত পেনাল্টি শ্বুটআউটত ১-৪ গ’লত পৰাস্ত হৈ ইটালীয়ে একেৰাহে তৃতীয়বাৰৰ বাবে ফিফা বিশ্বকাপ খেলাৰ সুযোগ হেৰুৱায়। ১১ জুনৰ পৰা ১৯ জুলাইলৈ আমেৰিকা, কানাডা,…

গজৰাজ ক’ৰ্পছত নেতৃত্ব পৰিবর্তন: নীৰজ শুক্লাৰ হাতত দায়িত্ব, বিদায় গম্ভীৰ সিং

দীর্ঘকালীন অভিজ্ঞতা আৰু দক্ষতার ফলত লেফটেনেণ্ট জেনেৰেল নীৰজ শুক্লাই ১এপ্রিলত দেশৰ গজৰাজ ক’ৰ্পছৰ নতুন দায়িত্ব আধिकारिकভাৱে লাভ কৰে। বিদায়ী লেফটেনেণ্ট জেনেৰেল গম্ভীৰ সিঙৰ পৰা এই মর্যাদাপূৰ্ণ কমাণ্ড লাভ কৰাৰ সময়ত,…

অসমত ৰাজনৈতিক তাপমান বৃদ্ধি; ওৱাইচিৰ প্ৰচাৰত বিজেপি–কংগ্ৰেছৰ ওপৰত তীব্ৰ আক্ৰমণ

দিনটোৰ কাম শেষ কৰি ঘৰলৈ উভতি অহাৰ পথতে এক মৰ্মান্তিক দুৰ্ঘটনাই থিতাতে কাঢ়ি নিলে ৮ গৰাকী মহিলা শ্ৰমিকৰ প্ৰাণ। মহাৰাষ্ট্ৰৰ জালনা জিলাৰ নাগপুৰ-মুম্বাই এক্সপ্ৰেছৱেত বুধবাৰে সন্ধিয়া সংঘটিত হয় এই শোকাৱহ…