Month: April 2026

নিৰ্বাচনী মঞ্চত নীতিন নবীনৰ কটাক্ষ; কংগ্ৰেছৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

অসম বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ পাঁচটা দিন পূৰ্বে গুৱাহাটী শহৰত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ তীব্ৰ হৈ উঠিছে। গীতা মন্দিৰ খেলপথাৰতে অনুষ্ঠিত বিজয় সংকল্প সভাত বিজেপিৰ ৰাষ্ট্ৰীয় নেতা নীতিন নবীনে বক্তৃতা দি সমর্থকৰ…

মাজ আকাশত দেৱদূতৰ ৰূপত মণিপুৰী চিকিৎসক; টকিঅ’-দিল্লী বিমানত ৰক্ষা পৰিল যাত্ৰীৰ প্ৰাণ

মধ্য আকাশত দেৱদূতৰ ৰূপত অৱতীৰ্ণ হ’ল এগৰাকী মহিলা চিকিৎসক। বিমানৰ ভিতৰত হঠাৎ অসুস্থ হৈ পৰা এগৰাকী যাত্ৰীক জৰুৰীকালীন চিকিৎসা আগবঢ়াই জীৱন ৰক্ষা কৰে মণিপুৰৰ চিকিৎসক ড° লনী লিৰিনাই। যোৱা ২৮…

বিশ্বাসঘাতকতা মুখ্যমন্ত্ৰীৰ তেজত আছেঃ হিমন্ত বিশ্ব শৰ্মাক লুৰীণজ্যোতি গগৈৰ তীব্ৰ আক্ৰমণ

বিশ্বাসঘাতকতা আৰু পিছফালৰ পৰা ডেগাৰ মৰা নীতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তেজত আছে। ৰাজ্যৰ নিৰ্বাচনী প্ৰচাৰৰ মাজতে শুকুৰবাৰে এই বিস্ফোৰক মন্তব্য কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে। খোৱাঙত এক…

টিভিএছ মটৰৰ ২০২৫-২৬ বিত্তীয় বৰ্ষত বিক্ৰী ২৪% বৃদ্ধি পাই হৈছিল ৫৮.৮৯ লাখ ইউনিট, স্কুটাৰ, বাইক আৰু ইভি বাহন ক্ৰয়ৰ সংখ্যা বৃদ্ধি

টিভিএছ মটৰ কোম্পানীয়ে ২০২৫-২৬ বিত্তীয় বৰ্ষত এইপৰ্যন্ত সৰ্বাধিক বাৰ্ষিক বিক্ৰীৰ কথা সদৰি কৰিছে, ২৪% ব্যৱসায়িক বৃদ্ধিৰে মুঠ পৰিমাণ ৫৯ লাখ ইউনিটত উপনীত হৈছে। প্ৰতিষ্ঠানটোৱে ২০২৬ বিত্তীয় বৰ্ষৰ চতুৰ্থ ত্ৰৈমাসিকত এইপৰ্যন্ত…

ৰাজ্যজুৰি ঘোষণা হ’ল ড্ৰাই ডে’

ৰাজ্যজুৰি ঘোষণা হ’ল ড্ৰাই ডে’। ৭ এপ্ৰিলৰ সন্ধিয়া ৫ বজাৰ পৰা ৯ এপ্ৰিলৰ সন্ধিয়া ৫ বজা পৰ্যন্ত ড্ৰাই ডে’ ঘোষণা। এই সময়চোৱাত সমগ্ৰ ৰাজ্যতে বন্ধ থাকিব সুৰাৰ বিপনী। ৪ মে’ৰ…

হোন্ডা মোটৰচাইকেল এণ্ড স্কুটাৰ ইণ্ডিয়া এ অসমত নিজৰ নেটৱৰ্ক বৃদ্ধি কৰি মৰিগাঁওত নতুন ডিলাৰশ্বিপ মুকলি কৰিলে

হোণ্ডা মটৰ চাইকেল এণ্ড স্কুটাৰ ইণ্ডিয়াই মৰিগাঁৱত নতুন অনুমোদিত প্ৰধান ডিলাৰশ্বিপ আৰডি অটোজ’ন হোণ্ডা উদ্বোধন কৰিছে। নতুন ডিলাৰশ্বিপে ৰাজ্যখনত এইচএমএছআইৰ উপস্থিতি সম্প্ৰসাৰণ কৰাৰ লগতে অঞ্চলটোৰ গ্ৰাহকসকলৰ বাবে হোণ্ডাৰ সামগ্ৰী আৰু…

স্কোডা অটো ইণ্ডিয়াৰ সৰ্বাধিক ত্রিমাসিক বিক্ৰীৰে অভিলেখ

স্কোডা অটো ইণ্ডিয়াই ২০২৬ বৰ্ষত নিজৰ শক্তিশালী বৃদ্ধিৰ ধাৰা অব্যাহত ৰাখিছে, বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকত (জানুৱাৰী–মাৰ্চ) ২০,০২৮খন বাহন বিক্ৰী কৰি এতিয়ালৈকে সৰ্বাধিক ত্ৰিমাসিক বিক্ৰীৰ অভিলেখ গঢ়িছে। যোৱা বছৰৰ একে সময়ছোৱাত…

হত্যাৰ গোচৰত দোষী সাব্যস্ত অমিত যোগী; ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰক কাৰাদণ্ডৰ নিৰ্দেশ

ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অজিত যোগীৰ পুত্ৰ অমিত যোগীক এক ২৩ বছৰ পুৰণি হত্যাৰ গোচৰত শুকুৰবাৰে দোষী সাব্যস্ত কৰে উচ্চ ন্যায়ালয়ে। ২০০৩ চনত নেচনেল কংগ্ৰেছ পাৰ্টিৰ নেতা ৰাম অৱতাৰ জগ্গীৰ হত্যাকাণ্ডৰ…

আপৰ পৰা অপসাৰণৰ পাছত ৰাঘৱ চাড্ডাৰ কটাক্ষ; “মই নোহোৱা নহ’ম”

ৰাজ্যসভাত আম আদমী পাৰ্টীৰ উপ-দলপতিৰ পদৰ পৰা অপসাৰণ কৰাৰ পাছতেই শুকুৰবাৰে পুৱা দলৰ বিৰুদ্ধে সৰৱ হৈ পৰে সাংসদ ৰাঘৱ চাড্ডা। সংসদত তেওঁক কথা ক’বলৈ বাধা দিয়াৰ যি প্ৰচেষ্টা চলিছে, তাৰ…

২০২৬ চনৰ মাৰ্চ মাহত নিছান মটৰ ইণ্ডিয়াৰ ঘৰুৱা বিক্ৰী বৃদ্ধি ৯৮%

নিছান মটৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেডে ২০২৬ চনৰ মাৰ্চ মাহত ঘৰুৱা বিক্ৰীৰ তীব্ৰ উত্থান ঘটাই মাহেকীয়া হিচাপত ৯৮% বৃদ্ধি কৰিবলৈ সক্ষম হৈছে, যাৰ ফলত নতুন এছইউভি নিছান গ্ৰেভাইটৰ মুকলিৰ পিছতে গতিবেগ…