Month: April 2026

অসমত ওৱাইচিৰ নিৰ্বাচনী প্ৰচাৰ; বিজেপি আৰু কংগ্ৰেছক তীব্ৰ সমালোচনা এআইইউডিএফৰ

অসমত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ মঙলবাৰে উপস্থিত হয় সৰ্বভাৰতীয় মজলিছ-ই-ইত্তেহাদুল মুছলিমিনৰ সভাপতি আছাদুদ্দিন ওৱাইচি। বদৰুদ্দিন আজমলৰ নেতৃত্বাধীন অল ইণ্ডিয়া ইউনাইটেড ডেম’ক্ৰেটিক ফ্ৰণ্টৰ সমৰ্থনত তেওঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধাৰাবাহিক জনসভাত অংশ লয়।…

সাফল্যৰ আশা নোপোৱাৰ আগতেই শেষ পথ: ৰাজস্থানত ফলাফলৰ আগতেই ছাত্ৰীৰ দুখজনক মৃত্যু

এক মেধাৱী ছাত্ৰী, নিকিতা, যিনি ৰাজস্থান মাধ্যমিক শিক্ষা বোর্ডৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত ৯৩.৮৮% নম্বৰ অৰ্জন কৰিছিল, মৃত্যুৰ কোলাত শুই পৰিল। তেওঁৰ মৃত্যুৰ যোৱা ২০ মাৰ্চ, গৰুতৰ স্বাস্থ্যজনিত সমস্যাৰ পৰা জৰুৰী…

সাধাৰণ জনতাৰ ওপৰত মাধমাৰ; নিৰ্বাচনী ধামখুমীয়াৰ মাজতে ৰাজ্যত বৃদ্ধি পালে টোল টেক্সৰ হাৰ

নিৰ্বাচনী গৰম বতাহৰ মাজতে সাধাৰণ জনতাৰ বাবে আহিছে এক অতি বেয়া খবৰ। ১ এপ্ৰিল অৰ্থাৎ আজিৰ পৰাই ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহত বৃদ্ধি পালে টোল টেক্সৰ হাৰ। ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্যবৃদ্ধি আৰু…

অসমত এনডিএ চৰকাৰৰ হেট্ৰিক নিশ্চিতঃ ধেমাজিত প্ৰধানমন্ত্ৰীৰ নিৰ্বাচনী হুংকাৰ

অসমত তৃতীয়বাৰৰ বাবে ক্ষমতালৈ আহিব এনডিএ চৰকাৰ। ৰাজ্যত নিৰ্বাচনী প্ৰচাৰ চলাই এই দাবী কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। গোগামুখৰ বিশাল জনসভাত তেওঁ বিৰোধীৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণাত্মক স্থিতি গ্ৰহণ কৰে। প্ৰধানমন্ত্ৰীগৰাকীৰ মতে,…

নিৰ্বাচনৰ প্ৰাকক্ষণত মানকাচৰৰ ৰাজনীতিত নতুন মোৰ: কংগ্ৰেছত যোগদান বিধায়ক আমিনুল ইছলামৰ

অসম বিধানসভা নিৰ্বাচন ২০২৬-ৰ পূৰ্বে পুনৰ দল সলনি কৰিলে মানকাচৰৰ বিধায়ক আমিনুল ইছলামে। মঙলবাৰে এনপিপি এৰি কংগ্ৰেছত যোগদান কৰে আমিনুলে। শেহতীয়া খবৰ অনুসৰি, বিধায়কগৰাকীয়ে কিছুদিন পূৰ্বে নেশ্যনেল পিপলছ পাৰ্টিত যোগদান…

অসমত নিৰ্মাণ হ’বলগীয়া ছেমিকণ্ডাক্টৰ প্ৰকল্পই ৰাজ্যখনলৈ কঢ়িয়াই আনিব বৈপ্লৱিক পৰিৱৰ্তনঃ নৰেন্দ্ৰ মোদী

অনাগত সময়ত অসম কেৱল চাহৰ বাবেই নহয়, বৰঞ্চ ছেমিকণ্ডাক্টৰ বা চিপ উৎপাদনৰ কেন্দ্ৰ হিচাপেও বিশ্ব দৰবাৰত পৰিচিত হ’ব অসম। সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ চলাই বুধবাৰে এই মন্তব্য কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ…

গজালি ওলোৱা মগুৰ উপকাৰিতা

বহুতে মগু খায়। কিছুমানে পুৱা গজালি ওলোৱা মগু খায়। ইয়াত বিভিন্ন প্ৰকাৰৰ পুষ্টিকৰ উপাদান থাকে। পিছে প্ৰশ্ন হয়, প্ৰতিদিনে গজালি ওলোৱা মগু খোৱা ভাল নে বেয়া?গজালি ওলোৱা মগু শৰীৰৰ বাবে…

পুনৰ জনতাক মাধমাৰ

পশ্চিম এছিয়াত চলি থকা সংঘাতৰ ফলত বিশ্বজুৰি তেলৰ মূল্য তীব্ৰভাৱে বৃদ্ধি পাইছে । তেনে সময়তে বুধবাৰে বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ মূল্য ১৯৫.৫০ টকাকৈ বৃদ্ধি পাইছে । অৱশ্যে পৰিয়ালসমূহক আংশিক সকাহ প্ৰদান…

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ তৃতীয়টো দিন

ফাষ্টট্ৰেক আদালতত প্ৰাণৰশিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ তৃতীয়টো দিন।আদালতত উপস্থিত থাকে ৰাজ্যৰ মহাধিবক্তা দেৱজিৎ লন শ‌ইকিয়া ।‘কেচটোত যাতে কোনো বিসংগতি নাথাকে সেয়া আমি পৰ্যায়ক্ৰমে নিৰীক্ষণ কৰি আছো’।‘প্ৰয়োজনত আদালতত যুক্তি দৰ্শাবলৈ…

ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহত বৃদ্ধি পালে টোল টেক্স

ৰাজ্যত নিৰ্বাচনী গৰম বতাহ বলি থকাৰ মাজতে সাধাৰণ জনতাৰ বাবে আহিছে এক অতি বেয়া খবৰ । ১ এপ্ৰিল অৰ্থাৎ আজিৰ পৰাই ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহত বৃদ্ধি পালে টোল টেক্সৰ (Toll Tax)…