Business চিতাৰ আক্ৰমণৰ পিছতে দুলীয়াজানত উত্তেজনা; ৰাইজৰ প্ৰহাৰত মৃত্যু বাঘটোৰ March 5, 2026 Sonakshi Sarkar বুধবাৰে দুলীয়াজানৰ টিপলিং গতিবাৰী অঞ্চলত এক তীব্ৰ আতংকৰ সৃষ্টি হয়, যেতিয়া এক বনৰীয়া চিতা বাঘে স্থানীয় ৰুবুল দত্তক আক্ৰমণ কৰে। দত্তৰ গুৰুতৰ আঘাতৰ ফলত তেওঁক অইল ইণ্ডিয়া হাস্পতালত ভৰ্তি কৰোৱা…
Business টাৱাঙৰ বুদ্ধ পাৰ্কত পৰ্যটকৰ কাণ্ড; চুৰি কৰিও ক্ষমা পালে পশ্চিম বংগৰ যুৱকে March 5, 2026 Sonakshi Sarkar অৰুণাচল প্ৰদেশৰ বিখ্যাত পৰ্যটনস্থলী টাৱাঙৰ বুদ্ধ পাৰ্কত মঙলবাৰে সংঘটিত হয় এক আচৰিত ধৰণৰ চুৰি কাণ্ড। পশ্চিম বংগৰ পৰা অহা এজন পৰ্যটকে পাৰ্কখনৰ পৰা বুদ্ধ মূৰ্তি আৰু কেইবাটাও পবিত্ৰ ধৰ্মীয় সামগ্ৰী…
Business কোচিং চেন্টাৰৰ বিজ্ঞাপনক লৈ চৰকাৰৰ কড়া ভাৱ, APCC প্ৰাৰ্থীৰ ফটো আঁতৰাবলৈ নিৰ্দেশ March 5, 2026 Sonakshi Sarkar অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সফল হোৱা প্ৰাৰ্থীসকলৰ বিষয়ে ৰাজ্য চৰকাৰে কঠোৰবাবে ব্যৱসায় চলোৱা কোচিং চেন্টাৰসমূহৰ বিৰুদ্ধে কাৰ্য্যসূচী গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে লোকসেৱা আয়োগৰ প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীৰ…
Business নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ তৎপৰতা; ৯০ খন আসনৰ প্ৰাৰ্থী তালিকা প্ৰায় চূড়ান্ত গেৰুৱা শিৱিৰৰ March 5, 2026 Sonakshi Sarkar অসম বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শাসকীয় পক্ষই এতিয়া গ্ৰহণ কৰিছে ব্যাপক তৎপৰতা।আগন্তুক নিৰ্বাচনৰ বাবে ৰাজ্যৰ প্ৰায় ৯০ টা সমষ্টিৰ প্ৰাৰ্থী পেনেল বিজেপি দলে ইতিমধ্যে চূড়ান্ত কৰিছে…
Business ২০২৬ৰ ফেব্ৰুৱাৰী মাহত ৩১% বিক্ৰী বৃদ্ধি কৰিবলৈ সক্ষম হৈছে টিভিএছ মটৰ কোম্পানীয়ে March 3, 2026 Business Bureau টিভিএছ মটৰ কোম্পানীয়ে ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহৰ মুঠ বিক্ৰী বছৰি ৩১% বৃদ্ধি হোৱাৰ কথা সদৰি কৰিছে, ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত ৪,০৩,৯৭৬খন বাহনৰ তুলনাত ৫,২৯,৩০৮খন বাহন বিক্ৰী হৈছে। এবছৰৰ পূৰ্বে ৩,৯১,৮৮৯খন…
Assam ইৰাণৰ আক্ৰমণৰ পাছতে ডুবাইত হাহাকাৰ; আৱদ্ধ দুলীয়াজানৰ ১৮ জনীয়া পৰ্যটকৰ দল March 3, 2026 Paromita পশ্চিম এছিয়াত ইৰাণে চলোৱা শেহতীয়া আক্ৰমণৰ পাছত সৃষ্টি হোৱা যুদ্ধসদৃশ পৰিৱেশৰ প্ৰত্যক্ষ প্ৰভাৱ এতিয়া অসমৰ পৰ্যটকৰ ওপৰতো পৰিছে। ইৰাণৰ এই আক্ৰমণৰ পৰিপ্ৰেক্ষিতত আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা ব্যাহত হোৱাৰ ফলত ডুবাইত আৱদ্ধ…
Assam অসমৰ প্ৰাকৃতিক মহিমাৰে অনুপ্ৰাণিত ছিকিমৰ অৰ্কিড বিশেষজ্ঞ; আঠ বছৰীয়া গৱেষণাৰ অন্তত ফুলিল ‘সেউজীয়া কাজিৰঙা’ March 3, 2026 Paromita ছিকিমৰ বিশিষ্ট অৰ্কিড বিশেষজ্ঞ মোহন প্ৰধানে আঠ বছৰীয়া নিৰন্তৰ গৱেষণা আৰু বৰ্ণসংকৰণ প্ৰক্ৰিয়াৰ অন্তত উদ্ভাৱন কৰিছে অৰ্কিডৰ এক নতুন প্ৰজাতি। অসমৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু জৈৱ-বৈচিত্ৰ্যৰ প্ৰতি সন্মান জনাই বিশেষজ্ঞগৰাকীয়ে এই…
Assam মাইবাঙৰ পৰা তিনি শিশু সন্ধানহীন; উদ্ধাৰৰ বাবে পৰিয়ালৰ আকুল আবেদন March 3, 2026 Paromita ডিমা হাছাও জিলাৰ মাইবাং আৰক্ষী থানাৰ অন্তৰ্গত হৰিচন্দ্ৰপুৰৰ পৰা ১ মাৰ্চৰ দুপৰীয়াৰে পৰা তিনিটাকৈ শিশু সন্ধানহীন হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। সন্ধানহীন শিশু কেইটা ক্ৰমে ১২ বছৰীয়া ৰণু…
Assam অসম বিধানসভা নিৰ্বাচনৰ ৰণডংকা; ৪৬ খন আসনত জিকাৰ দাবীৰে নিৰ্বাচনী ৰণাঙ্গনত কংগ্ৰেছ March 3, 2026 Paromita অসম বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশত এতিয়া সৃষ্টি হৈছে এক তীব্ৰ উত্তজনাৰ। নিৰ্বাচন আয়োগে যিকোনো মুহূৰ্ততে সময়সূচী ঘোষণা কৰাৰ সম্ভাৱনাৰ মাজতে বিৰোধী কংগ্ৰেছে ৪৬…
Assam ৰাজ্যৰ সকলো মহাবিদ্যালয় হ’ব আৱাসিক; উচ্চশিক্ষাত ১০০ শতাংশ হোষ্টেলৰ পৰিকল্পনা চৰকাৰৰ March 3, 2026 Paromita অসমৰ উচ্চশিক্ষাৰ পৰিৱেশত এক বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ এতিয়া পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰে। ৰাজ্যৰ সকলো মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ক পৰ্যায়ক্ৰমে সম্পূৰ্ণ আৱাসিক শিক্ষানুষ্ঠানলৈ ৰূপান্তৰ কৰাৰ এক অভিলাষী লক্ষ্য লৈছে চৰকাৰে। সোমবাৰে ডিব্ৰু…