Month: March 2026

ফুলকবিৰ উপকাৰী গুণৰ বিষয়ে জানেনে

ফুলকবিৰ উপকাৰীতা ফুলকবি এবিধ অতি পুষ্টিকৰ শীতকালীন পাচলি, যি ভিটামিন, খনিজ আৰু এণ্টিঅক্সিডেণ্টেৰে ভৰপূৰ । ই কেন্সাৰ প্ৰতিৰোধ, হাওঁফাওঁ সুস্থ ৰখা আৰু ওজন হ্ৰাস কৰাত সহায় কৰে । লগতে, ই…

বিপদত আমেৰিকা

আমেৰিকা,ইজৰাইল,ইৰানৰ মাজত চলি থকা সামৰিক সংঘাতৰ বাবে মানৱ সম্পদৰ লগতে সা-সম্পত্তিৰ বিস্তৰ ক্ষতিৰ উপৰিও দেশখনে যথেষ্ট অৰ্থনৈতিক ব্যয়ৰ সন্মুখীন হ’বলগীয়া হৈছে।মধ্যপ্ৰাচ্যত ষষ্ঠ দিনটোতো বিমান আক্ৰমণ অব্যাহত থকাৰ সময়তে ইৰানে পুৱা…

ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থীৰ নাম ঘোষণা

ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থীৰ নাম ঘোষণা।অসমৰ দুখন আসনৰ বাবে ঘোষণা প্ৰাৰ্থীৰ নাম।তেৰছ গোৱালা আৰু যোগেন মহনক প্ৰাৰ্থিত্ব প্ৰদান।বিহাৰ, ছত্তিশগড়, হাৰিয়ানাৰ প্ৰাৰ্থীৰ নামো ঘোষণা।বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ নীতিন নবীনকো প্ৰাৰ্থিত্ব প্ৰদান।বিহাৰৰ…

এফালে দিল্লী, মুম্বাই, বেংগালুৰু , চেন্নাই , কলকাতাত নামঘৰ নিৰ্মাণৰ তৎপৰতা অসম চৰকাৰৰ

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন এন ডি এ মিত্ৰজোটৰ চৰকাৰে ২০২১ চনত অসমৰ শাসনভাৰ লোৱাৰ পাছতেই অসমৰ বাহিৰত বসবাস কৰি থকা অসমীয়া লোকসকলৰ পৰম্পৰাগত ৰীতি – নীতি, কৃষ্টি –…

টি-২০ বিশ্বকাপৰ ফাইনেলত নিউজিলেণ্ড

৩৩ বলত ফিন এলেনৰ অভিলেখ অপৰাজিত শতকেৰে নিউজিলেণ্ডে টি-২০ বিশ্বকাপত সৰ্বোত্তম প্ৰদৰ্শনৰে বুধবাৰে দক্ষিণ আফ্ৰিকাক ৯ উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। তিনি সপ্তাহৰ পাছত কলকাতা নাইট ৰাইডাৰ্ছৰ হৈ আই…

মধ্য প্ৰাচ্যৰ যুদ্ধত প্ৰভাৱিত সাৰুৱা তেল-গেছৰ যোগান

সময় অতিক্ৰম কৰাৰ লগে লগে যিদৰে ইৰাণ, আমেৰিকা আৰু ইজৰাইলৰ মাজত সংঘাত তীব্ৰতৰ হৈ পৰিছে আৰু উপসাগৰীয় সামুদ্ৰিক পথত মিছাইল আৰু ড্ৰ’ন আক্ৰমণ অবাধ হাৰত চলিব ধৰিছে, ইয়াক লৈ এতিয়া…

আদানি ফাউণ্ডেচনৰ সহযোগত অম্বুজা চিমেণ্টে উমৰাংছ’ত উন্নত কৰিছে বিশুদ্ধ খোৱাপানীৰ সুবিধা

বিশ্বজুৰি নৱম বৃহত্তম নিৰ্মাণ সামগ্ৰী সমাধান প্ৰদানকাৰী তথা বৈচিত্ৰ্যপূৰ্ণ আদানী পৰ্টফলিঅ’ৰ অংশ অম্বুজা চিমেণ্টে আদানি ফাউণ্ডেচনৰ সহযোগত উমৰাংছ’ৰ থাৰভেলাংছ’ গাঁৱৰ গ্ৰাম্য লোকসকলৰ বাবে বিশুদ্ধ খোৱাপানীৰ সুবিধা প্ৰদান কৰি স্বাস্থ্য সুৰক্ষা…

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱত অসমৰ চাহ উদ্যোগ চিন্তিত; ৰপ্তানি সংকটৰ আশংকা

মধ্যপ্ৰাচ্যত চলি থকা যুদ্ধই অসমৰ চাহ উদ্যোগৰ বাবে এক গভীৰ সংকটৰ সৃষ্টি কৰিব পাৰে। সাগৰীয় পৰিবহণ পথসমূহ বন্ধ হৈ পৰা বাবে, চাহ ৰপ্তানিত বিৰতি আহিব পাৰে বুলি সাবেক চাহ বৰ্ডৰ…

কংগ্ৰেছত ডাঙৰ ধাক্কা; বিজেপিত যোগ দিলে তিনিগৰাকী নিলম্বিত বিধায়ক

অসম বিধানসভা নিৰ্বাচনৰ দিনৰ নিকটত, ৰাজ্যৰ ৰাজনীতিত শক্তিশালী দলেৰে হেৰুৱা ঘটনা সংঘটিত হৈছে। বিৰোধী কংগ্ৰেছক লক্ষ্য কৰি বিজেপিত তিনিগৰাকী নিলম্বিত বিধায়কৰ যোগদান হোৱাৰ ফলত দলটোৰ শক্তি বৃদ্ধি পাইছে। এই বিধায়কসকল…

মৰিয়নী সমৰত জ্ঞানশ্ৰী; নিৰ্বাচনৰ পূৰ্বে ল’লে ঈশ্বৰৰ আশীৰ্বাদ

আগন্তুক ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ প্ৰসঙ্গত বিৰোধী কংগ্ৰেছৰ লগতে ৰাইজৰ দলেও ১১টা সমষ্টিৰ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে। তালিকাত মৰিয়নী সমষ্টিৰ বাবে ড৹ জ্ঞানশ্ৰী বৰাৰ নাম অন্তৰ্ভুক্ত হৈছে। বুধবাৰৰ নিশা টিকট লাভ…