Month: March 2026

শিৱসাগৰৰ প্ৰাৰ্থিত্বক লৈ মিত্ৰজোঁটত অনিশ্চয়তা; অখিল গগৈৰ মিত্ৰতাক নাটক আখ্যা মুখ্যমন্ত্ৰীৰ

আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে মিত্ৰজোঁটৰ ভিতৰচ’ৰাত আসন বুজাবুজিৰ কুচকাৱাজ চলি থকাৰ মাজতে শিৱসাগৰ সমষ্টিৰ প্ৰাৰ্থিত্বক লৈ এতিয়াও কোনো চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা নাই শাসকীয় দলে। শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী…

মধ্যপ্ৰাচ্যৰ যুদ্ধ পৰিস্থিতিৰ মাজতে নতুন দিল্লীলৈ সকাহ; ৰাছিয়াৰ তেল ক্ৰয়ৰ বাবে বিশেষ ৰেহাই আমেৰিকাৰ

উপসাগৰীয় অঞ্চলত সৃষ্টি হোৱা তীব্ৰ উত্তেজনাৰ মাজতে ভাৰতৰ শক্তিৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাছিয়াৰ তেল ক্ৰয়ৰ ক্ষেত্ৰত ৩০ দিনৰ বাবে বিশেষ ৰেহাইৰ অনুমতি প্ৰদান কৰিছে আমেৰিকাই। হৰমুজ প্ৰণালীৰ মাজেৰে হোৱা…

ইউটিউবাৰ অনুৰাগ ডোভালৰ বিস্ফোৰক দাবী, পৰিয়ালক লক্ষ্য কৰি ভিডিঅ’যোগে কড়া সতর্কবাণী

‘বিগ বছ ১৭’ৰ প্ৰাক্তন প্ৰতিযোগী তথা জনপ্ৰিয় ইউটিউবাৰ অনুৰাগ ডোভালৰ এটা শেহতীয়া ভিডিঅ’ই এতিয়া ইন্টাৰনেটত তীব্ৰ খলকনিৰ সৃষ্টি কৰিছে। ‘দ্য ৰিয়েল ষ্ট’ৰী অফ মাই লাইফ’ নামেৰে প্ৰায় ২ ঘণ্টা জোৰা…

টি-২০ বিশ্বকাপৰ ফাইনেলত ভাৰত; ৰোমাঞ্চকৰ ছেমি ফাইনেলত ইংলেণ্ডক বিদায় দি খিতাপৰ দৌৰত সূৰ্য বাহিনী

ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত টি-২০ বিশ্বকাপৰ দ্বিতীয়খন ছেমি ফাইনেলত ৭ ৰাণৰ এক শ্বাসৰুদ্ধকৰ জয় সাব্যস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে ভাৰতে। মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত এই খেলখনত জয়লাভ কৰাৰ লগে লগে ভাৰতীয়…

বিধানসভা নিৰ্বাচনৰ পূৰ্বে পশ্চিমবংগৰ ৰাজ্যপালৰ পদত্যাগ; অতিৰিক্ত দায়িত্ব লাভ আৰ এন ৰবিৰ

পশ্চিমবংগত বিধানসভা নিৰ্বাচনৰ ডংকা বাজিবলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাতে ৰাজ্যপাল চি ভি আনন্দ বসুৱে নিজৰ পদৰ পৰা পদত্যাগ কৰে। বৃহস্পতিবাৰে সন্ধিয়া নতুন দিল্লীত এক আকস্মিক ঘোষণাৰ জৰিয়তে…

ব্ৰহ্মপুত্ৰৰ বুকুত পোনপ্ৰথমবাৰলৈ নৈপৰীয়া লাইটহাউচ; ৮৪ কোটি টকীয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন সৰ্বানন্দ সোণোৱালৰ

দেশৰ আভ্যন্তৰীণ জলপৰিবহণৰ ইতিহাসত এক নতুন মাত্ৰা যোগ কৰি ব্ৰহ্মপুত্ৰ নদীৰ পাৰত চাৰিটাকৈ নৈপৰীয়া লাইটহাউচ নিৰ্মাণৰ বাবে বৃহস্পতিবাৰে আধাৰশিলা স্থাপন কৰে কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। গুৱাহাটীৰ…

নিৰ্বাচনৰ পূৰ্বে প্ৰশাসনত ব্যাপক ৰদবদল; ১৫ গৰাকী জ্যেষ্ঠ বিষয়াক নতুন দায়িত্ব অৰ্পণ ৰাজ্য চৰকাৰৰ

আগন্তুক বিধানসভা নিৰ্বাচনৰ ক্ষণ চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ প্ৰশাসনিক যন্ত্ৰত এক ব্যাপক ৰদবদল ঘটাইছে অসম চৰকাৰে। বুধবাৰে পাৰ্ছনেল বিভাগৰ সচিব মনিতা বৰগোহাঁইয়ে জাৰি কৰা এক নিৰ্দেশ মৰ্মে মুঠ…

ৰাজ্যসভা নিৰ্বাচনত বিজেপি-এ আই ইউ ডি এফৰ গোপন মিত্ৰতা; হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ আক্ৰমণ গৌৰৱ গগৈৰ

আগন্তুক ৰাজ্যসভা নিৰ্বাচনক কেন্দ্ৰ কৰি শাসকীয় বিজেপিৰ বিৰুদ্ধে এ আই ইউ ডি এফৰ পৰা সমৰ্থন বিচৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই…

আকাশত ভয়ংকৰ অগ্নিকাণ্ড: কাৰ্বি আংলঙত খহি পৰিল বায়ুসেনাৰ বিমান, নিহত দুই পাইলট

নিয়মীয়া প্ৰশিক্ষণৰ বাবে যোৰহাটৰ পৰা উৰা মৰা এখন যুঁজাৰু বিমান হঠাৎ আকাশৰ পৰা খহি পৰাত কৰুণ মৃত্যুক সাৱটি লয় দুগৰাকী পাইলটে। বৃহস্পতিবাৰে সন্ধিয়া কাৰ্বি আংলঙত সুখয়-৩০ এম কে আই নামৰ…

মধ্যপ্ৰাচ্যত অব্যাহত যুদ্ধ

মধ্যপ্ৰাচ্যত ষষ্ঠ দিনৰ বাবে বিমান আক্ৰমণ অব্যাহত থকাৰ সময়তে ইৰাণে বৃহস্পতিবাৰে পুৱা ইজৰাইলৰ ওপৰত ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰে ৷ ইফালে আমেৰিকাৰ এখন ছাবমেৰিনে ইৰাণৰ এখন যুদ্ধজাহাজ ধ্বংস কৰাৰ বিপৰীতে ইৰাণে সমগ্ৰ…