Month: March 2026

ৰাজ্যৰ চাৰি জিলাত ঘোষণা স্থানীয় বন্ধ; ফাকুৱাৰ উছাহৰ মাজতে প্ৰশাসনৰ বিশেষ পদক্ষেপ

ৰঙৰ উৎসৱ ফাকুৱাক লৈ ৰাজ্যজুৰি এতিয়া বিৰাজ কৰিছে এক পাৰাপাৰহীন উছাহৰ। আজি পবিত্ৰ দৌল যাত্ৰা আৰু কাইলৈ হোলী উদযাপনৰ ব্যাপক প্ৰস্তুতি চলিছে চাৰিওফালে। ফাকুৱা উপলক্ষে মৰিগাঁও, কামৰূপ মহানগৰ, নগাঁও আৰু…

মামাৰ মহানুভৱতা

বিজেপিৰ ‘জন আশীৰ্বাদ যাত্ৰা’ৰ সোমাবাৰে আছিল তৃতীয় দিন । গহপুৰৰ পৰা লখিমপুৰলৈ যাত্ৰা কৰাৰ সময়ত সমদলটোক নেতৃত্ব প্ৰদান কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । ভোটাৰ তথা দলীয় সমৰ্থকৰ সৈতে…

ডুবাইত আৱদ্ধ দুলীয়াজানৰ ১৮ জনীয়া পৰ্যটকৰ দল

ডুবাইত আৱদ্ধ দুলীয়াজানৰ ১৮ জনীয়া পৰ্যটকৰ দল।দলটোত আছে দুলীয়াজান, ডিব্ৰুগড়, লখিমপুৰৰ পৰ্যটক।যুদ্ধৰ পৰিপ্ৰেক্ষিতত ডুবাইত আৱদ্ধ হৈ পৰিছে দলটো।বুৰ্জ খলিফা দৰ্শনৰ সময়তে ডুবাইত মিছাইল আক্ৰমণ ইৰানৰ।সৌভাগ্যক্ৰমে ক্ষয়-ক্ষতি হোৱা নাই অসমৰ দলটোৰ।

আমেৰিকাৰ ওপৰত আক্ৰমণ ইৰাণৰ

আমেৰিকা,ইজৰাইল,ইৰানৰ মাজত চলি থকা সামৰিক সংঘাতৰ বাবে মধ্যপ্ৰাচ্যৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে। চৌদি আৰৱৰ ৰিয়াধত থকা আমেৰিকাৰ দূতাবাসত ইৰানে চলাইছে আক্ৰমণ। দুখন ড্ৰ’নেৰে এই আক্ৰমণ সংঘটিত কৰাৰ লগতে দূতাবাসত…

মধ্য প্রাচ্যৰ যুদ্ধত ভাৰতীয়ৰ মৃত্যু

মধ্য প্রাচ্যৰ যুদ্ধত ভাৰতীয়ৰ মৃত্যু।ওমানত ইৰাণৰ আক্ৰমণত মৃত্যু ভাৰতীয় নাগৰিকৰ।মস্কটৰ তৈলখাদত কৰ্মৰত আছিল ভাৰতীয়জন।তেল পৰিবাহী জাহাজৰ নাবিকৰূপে কৰ্মৰত আছিল।আক্রমণত চূর্ণ-বিচূর্ণ MKD VYOM নামৰ জাহাজখন।

এনএমআইপিএল-এ ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহৰ বাবে ১০,৫৬৫খনতকৈ অধিক বাহনৰ একত্ৰিত বিক্ৰীৰ কথা ঘোষণা কৰিছে

নিছান মটৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেড(এনএমআইপিএল)-এ ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহৰ বাবে ১০,৫৬৫খনতকৈ অধিক বাহনৰ একত্ৰিত বিক্ৰীৰ কথা ঘোষণা কৰিছে, যিয়ে সমগ্ৰ ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত অবিৰত ব্যৱসায়িক গতিবেগক শক্তিশালী কৰি তুলিছে…

সুদীপ্ত সেনে আগন্তুক লোককথাৰ থ্ৰিলাৰ ছবি ‘চৰক’ৰ ট্ৰেইলাৰ আনুষ্ঠানিকভাৱে মুকলি কৰে

কেৰালা ষ্টৰী চিনেমাখনৰ পৰিচালক সুদীপ্ত সেনে আগন্তুক লোককথাৰ থ্ৰিলাৰ ছবি ‘চৰক’ৰ ট্ৰেইলাৰ আনুষ্ঠানিকভাৱে মুকলি কৰে, যিখন চিনেমাৰ প্ৰযোজকৰ দায়িত্বত আছে জনপ্ৰিয় পৰিচালকজন। ‘চৰক’ৰ ট্ৰেইলাৰ মুকলি অনুষ্ঠানত প্ৰযোজক সুদীপ্ত সেনে নৱনিৰ্মিত…

আমেৰিকা বিশ্বকাপত নেখেলিব পাৰে ইৰানে; যুদ্ধৰ পৰিৱেশৰ মাজতে ফুটবলক লৈ অনিশ্চয়তা

আমেৰিকা যুক্তৰাষ্ট্ৰত অনুষ্ঠিত হ’বলগীয়া ফিফা বিশ্বকাপ ফুটবলত ইৰানৰ অংশগ্ৰহণক লৈ এতিয়া তীব্ৰ অনিশ্চয়তাই দেখা দিছে। আমেৰিকা আৰু ইজৰাইলৰ যৌথ আক্ৰমণৰ পাছত সৃষ্টি হোৱা যুদ্ধসদৃশ পৰিৱেশৰ পৰিপ্ৰেক্ষিতত ইৰানে বিশ্বকাপৰ পৰা নাম…

শিক্ষকৰ প্ৰহাৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ; বজালীত তীব্ৰ চাঞ্চল্য

বজালী জিলাৰ বঙালীপাৰাত অৱস্থিত ষ্টেলা মেৰিছ স্কুলত সোমবাৰে এক অনাকাংক্ষিত ঘটনাই তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰে। বিদ্যালয়খনৰ এগৰাকী কম্পিউটাৰ শিক্ষকৰ বিৰুদ্ধে চতুৰ্থ শ্ৰেণীৰ এজন ছাত্ৰক শৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগ উত্থাপন হৈছে।…

পৰাজয়ৰ গ্লানিৰ মাজতে পাকিস্তান ক্ৰিকেটত হাহাকাৰ; প্ৰতিজন খেলুৱৈক বিহা হ’ল ৫০ লাখৰ জৰিমনা

টি-২০ বিশ্বকাপৰ ছুপাৰ-৮ পৰ্যায়ৰ পৰা লজ্জাজনক বিদায় লোৱাৰ পাছতে পাকিস্তান ক্ৰিকেট দলৰ খেলুৱৈসকলৰ বিৰুদ্ধে অভূতপূৰ্ব কঠোৰ স্থিতি গ্ৰহণ কৰিছে পাকিস্তান ক্ৰিকেট ব’ৰ্ডে। আইচিচিৰ এই গুৰুত্বপূৰ্ণ টুৰ্ণামেণ্টত দুৰ্বল প্ৰদৰ্শনৰ বাবে এতিয়া…