Assam এনচিইআৰটিৰ বিৰুদ্ধে কঠোৰ উচ্চতম ন্যায়ালয় February 26, 2026 Sonakshi Sarkar এনচিইআৰটিৰ অষ্টম শ্ৰেণীৰ বিতৰ্কিত পাঠ্যপুথিক লৈ কঠোৰ স্থিতি গ্ৰহণ কৰিছে দেশৰ মুখ্য ন্যায়াধীশ সূৰ্য্যকান্তই। বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ত শুনানিৰ সময়ত তেওঁ কয় যে আমি বিনাচৰ্তে ক্ষমাপ্ৰাৰ্থনা গ্ৰহণ নকৰো। কিতাপখন কেনেকৈ প্ৰকাশ…
Assam অসমত জলবায়ু পৰিৱৰ্তনৰ কালিকা; নৱেম্বৰৰ পৰা হ্ৰাস ৭০ শতাংশ বৰষুণ, তীব্ৰ খৰাং সদৃশ পৰিৱেশ February 26, 2026 Sonakshi Sarkar ৰাজ্যত চলিত বৰ্ষত জলবায়ু পৰিৱৰ্তনৰ এক ভয়াৱহ প্ৰভাৱ পৰিলক্ষিত হৈছে। যোৱা নৱেম্বৰ মাহৰ পৰা অসমত বৰষুণৰ পৰিমাণ ৭০ শতাংশতকৈ অধিক হ্ৰাস পোৱাৰ বিপৰীতে ১ জানুৱাৰীৰ পৰা এই নাটনিৰ পৰিমাণ ৯৯…
Business কাজিৰঙাত লক্ষাধিক জলচৰ পক্ষীৰ সমাগম; সপ্তম পক্ষী গণনাৰ পাছতে পোহৰলৈ আহিছে এক আশাব্যঞ্জক তথ্য February 26, 2026 Sonakshi Sarkar কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু লাওখোৱা-বুঢ়াচাপৰীৰ বিশাল জলাভূমি অঞ্চলত যোৱা শীতকালত সম্পন্ন হয় সপ্তম বাৰ্ষিক জলচৰ পক্ষী গণনা। এই গণনাত ১০৭ টা প্ৰজাতিৰ মুঠ ১,০৫,৫৪০ টা পক্ষী নথিভুক্ত কৰিছে উদ্যান কৰ্তৃপক্ষই।…
International ভাৰত–ইজৰাইল সম্পৰ্কত ঐতিহাসিক মুহূৰ্ত, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ কনেছেটৰ বিশেষ সন্মান February 26, 2026 Sonakshi Sarkar প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ইজৰাইলৰ সংসদৰ সৰ্বোচ্চ সন্মান ‘স্পীকাৰ অব দ্য কনেছেট মেডেল’ প্ৰদান কৰা হয়। এই বিশেষ সন্মান মোদীক ইজৰাইল ভ্ৰমণৰ সময়ত সংসদত দিয়া ভাষণৰ পাছত কনেছেটৰ অধ্যক্ষ আমিৰ ওহানাই…
Business বিতৰ্কিত পাঠ্যবস্তু: এনচিইআৰটিয়ে অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ্যপুথি প্ৰত্যাহাৰ কৰি ক্ষমা বিচাৰিলে February 26, 2026 Sonakshi Sarkar এনচিইআৰটিয়ে অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ নতুন পাঠ্যপুথি “Exploring Society: India and Beyond, Vol II” প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে। কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে পাঠ্যপুথিখনৰ চতুৰ্থ অধ্যায়ত, “The Role of Judiciary in…
Political জোট ৰাজনীতিত অনিশ্চয়তা: ৰাইজৰ দল প্ৰসংগত গৌৰৱ গগৈ সংযত, কংগ্ৰেছৰ মাজত গোপন বৈঠক অব্যাহত February 26, 2026 Sonakshi Sarkar আগন্তুক বিধানসভা নিৰ্বাচনক লৈ অসমৰ ৰাজনীতিত মিত্ৰতাৰ অংক তীব্ৰ হৈছে। কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে ৰাইজৰ দলৰ সৈতে মিত্ৰতাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰি, যদিও তেওঁ উৎসাহৰ অভাৱ অনুভৱ কৰিছে। কেইবাটাও ৰাজনৈতিক…
Assam ট্ৰলী বেগত ৪ কোটি টকা লুকুৱাইও নহ’ল ৰক্ষা; উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল খনি বিষয়া February 25, 2026 Paromita দুৰ্নীতিৰ বিৰুদ্ধে চলোৱা এক তীব্ৰ অভিযানত ওড়িশাৰ দুৰ্নীতি নিবাৰণ শাখাই শেহতীয়াকৈ লাভ কৰিছে এক অভূতপূৰ্ব সফলতা। ৰাজ্যখনৰ খনি বিভাগৰ এজন শীৰ্ষ বিষয়াৰ বাসগৃহত তালাচী চলাই উদ্ধাৰ কৰা হৈছে ৪ কোটিৰো…
Assam চেন্সৰ বোৰ্ডৰ পাছত এতিয়া আদালতত ‘দ্য কেৰালা ষ্ট’ৰী-২’; মুক্তিৰ পূৰ্বেই বিপাঙত প্ৰযোজক February 25, 2026 Paromita বিতৰ্কিত ছবি ‘দ্য কেৰালা ষ্ট’ৰী’ৰ দ্বিতীয়টো খণ্ডৰ মুক্তিৰ পূৰ্বে এতিয়া সৃষ্টি হৈছে এক তীব্ৰ আইনী জটিলতা। অহা ২৭ ফেব্ৰুৱাৰীত ছবিখন মুক্তি পোৱাৰ কথা আছিল যদিও ইয়াৰ বিৰুদ্ধে কেৰেলা উচ্চ ন্যায়ালয়ত…
Assam ‘কেৰালাম’ হ’লে বাসিন্দাসকলক কি বুলি মাতিব? থাৰুৰৰ শব্দ-বিভ্ৰান্তিৰ প্ৰত্যুত্তৰত জন ব্ৰিটানৰ তীব্ৰ কটাক্ষ February 25, 2026 Paromita কেৰালাৰ নাম সলনি কৰি ‘কেৰালাম’ কৰাৰ কেন্দ্ৰীয় কেবিনেটৰ সিদ্ধান্তৰ পাছতে এতিয়া দেশজুৰি আৰম্ভ হৈছে ভাষিক আৰু পৰিচয় কেন্দ্ৰিক এক আমোদজনক চৰ্চা। মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত বহা কেবিনেট বৈঠকত এই…
Assam দেশৰ ভিতৰতে এইচআইভি সংক্ৰমণত শীৰ্ষত মেঘালয়; পৰিস্থিতি চম্ভালিবলৈ ২৫ কোটিটকীয়া বিশেষ অভিযান February 25, 2026 Paromita প্ৰতিবেশী ৰাজ্য মেঘালয়ত এতিয়া এইচআইভি মহামাৰীয়ে এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। বুধবাৰে বিধানসভাত এই উদ্বেগজনক তথ্য সদৰী কৰি স্বাস্থ্য মন্ত্ৰী ডব্লিউ শ্বাইলাই জনায় যে বৰ্তমান ৰাজ্যখনত ১০ হাজাৰৰো অধিক লোক…