Month: February 2026

কংগ্ৰেছৰ চৰিত্ৰ সলনি হ’লেহে পদত্যাগ উঠাই লোৱাৰ কথা চিন্তা কৰিমঃ ভূপেন বৰা

ৰাজ্যিক কংগ্ৰেছৰ নেতৃত্বক কেন্দ্ৰ কৰি সৃষ্টি হোৱা তীব্ৰ মতভেদৰ মাজতে মঙলবাৰে এক গুৰুত্বপূৰ্ণ চৰ্ত আৰোপ কৰে প্ৰাক্তন সভাপতি ভূপেন বৰাই। সোমবাৰে দলীয় পদৰ পৰা পদত্যাগ কৰা বৰাই এতিয়া স্পষ্ট কৰি…

অসমক ১০ লাখ কোটিৰ অৰ্থনীতি গঢ়ি তোলাৰ লক্ষ্যৰে ঘোষণা বাজেটঃ শিক্ষা, স্বাস্থ্য আৰু আন্তঃগাঁথনিত অভূতপূৰ্ব গুৰুত্ব

২০২৬-২৭ বৰ্ষৰ ৰাজ্যিক বাজেটৰ অধীনত অসম ২০২৮ চনৰ ভিতৰত ১০ লাখ কোটিটকীয়া অৰ্থনীতিলৈ ৰূপান্তৰিত হোৱাৰ লক্ষ্য স্থানান্তৰ কৰিছে। বিত্ত মন্ত্ৰী অজন্তা নেওগে এই বাজেট বিধানসভাত উপস্থাপন অৰ্থনৈতিক বিকাশ, সমাজ কল্যাণ,…

ভূপেন বৰা বিজেপিত যোগদান কৰিব নেকি? — দেবব্ৰত শইকীয়াৰ বিস্ফোৰক মন্তব্যত কঁপি উঠিল ৰাজ্যৰ ৰাজনীতি, জল্পনা তুংগত

কংগ্ৰেছ ত্যাগৰ হুংকাৰ দিয়া প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই অতি শীঘ্ৰেই গেৰুৱা দলত যোগদান কৰাৰ সম্ভাৱনা এতিয়া তীব্ৰতৰ হৈ পৰিছে। মঙলবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ আগত বিৰোধী দলপতি দেবব্ৰত শইকীয়াই…

কেলিফৰ্ণিয়া আলমণ্ডছ দৈনন্দিন পুষ্টিৰ সৈতে সোৱাদৰ সংমিশ্ৰণ ঘটোৱা পছন্দৰ বিকল্প হিচাপে আত্মপ্ৰকাশ কৰিছে

ভেলেণ্টাইন ডে’ৰ উপহাৰ দিয়াৰ ট্ৰেণ্ডসমূহ চকলেট আৰু ফুলৰ দৰে পৰম্পৰাগত সামগ্ৰীৰ পৰা অধিক চিন্তাশীল, সুস্থতামুখী পছন্দলৈ পৰিৱৰ্তন হোৱাৰ সাক্ষী হৈছে, কেলিফৰ্ণিয়া আলমণ্ডছ দৈনন্দিন পুষ্টিৰ সৈতে সোৱাদৰ সংমিশ্ৰণ ঘটোৱা পছন্দৰ বিকল্প…

বিজেপিত যোগদান কৰিব ভূপেন বৰাই! দেবব্ৰত শইকীয়াৰ বিস্ফোৰক মন্তব্যই জোকাৰিছে ৰাজ্যৰ ৰাজনীতি

কংগ্ৰেছ ত্যাগৰ হুংকাৰ দিয়া প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই অতি শীঘ্ৰেই গেৰুৱা দলত যোগদান কৰাৰ সম্ভাৱনা এতিয়া তীব্ৰতৰ হৈ পৰিছে। মঙলবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ আগত বিৰোধী দলপতি দেবব্ৰত শইকীয়াই…

২০% বৃদ্ধিৰে ব্যক্তিগত জীৱন বীমা উদ্যোগক আউটপেচ কৰিছে এক্সিছ মেক্স লাইফে

মেক্স ফাইনেন্সিয়েল চাৰ্ভিচেছ লিমিটেডে ২০২৬ বিত্তীয় বৰ্ষৰ প্ৰথম ৯ মাহৰ বাবে শক্তিশালী বিত্তীয় প্ৰদৰ্শনৰ প্ৰতিবেদন দাখিল কৰিছে, বিনিয়োগৰ আয় বাদ দি একত্ৰিত ৰাজহ বছৰৰি ১৮% বৃদ্ধিৰে ২৪,৬২৫ কোটি টকা হৈছে।…

হিমন্ত বিশ্ব শৰ্মাৰ মতে, গৌৰৱ গগৈৰ পাকিস্তান সংযোগ সন্দৰ্ভত তদন্তৰ দায়িত্ব কেন্দ্ৰলৈ হস্তান্তৰ কৰা হৈছে

কংগ্ৰেছ সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈৰ বিৰুদ্ধে উঠা পাকিস্তান সংযোগৰ অভিযোগৰ তদন্তৰ দায়িত্ব এতিয়া কেন্দ্ৰীয় চৰকাৰক অৰ্পণ কৰিছে অসম চৰকাৰে। মঙলবাৰে উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰত উপস্থিত থাকি…

ৰীল বনোৱাৰ সময়তে ভয়ংকৰ দুৰ্ঘটনা, স্ক’ৰপিঅ’ৰ খুন্দাত যুৱকৰ মৃত্যু

সামাজিক মাধ্যমত ৰীল ভিডিঅ’ বনোৱাৰ চখে ৰাজধানী দিল্লীত সংঘটিত কৰিলে এক ভয়ংকৰ ঘটনা। ৰীল ভিডিঅ’ৰ বাবে তীব্ৰবেগে বিলাসী বাহন চলাই মটৰ চাইকেল আৰোহীক মহতিয়াই নিলে এজন ১৭ বছৰীয়া কিশোৰে। যাৰ…

দক্ষিণ শালমাৰাত আৰক্ষী আৰু BSFৰ সফল অভিযানঃ ১১ হাজাৰ ইয়াবা টেবলেট জব্দ, দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ

আন্তঃৰাজ্যিক সীমান্তত ড্ৰাগছ বিৰোধী অভিযান চলাই আৰক্ষীয়ে সোমবাৰে নিশা জব্দ কৰে ১১ হাজাৰ নিষিদ্ধ ইয়াবা টেবলেট। দক্ষিণ শালমাৰা জিলা আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীয়ে এক যুটীয়া অভিযান চলাই এই বৃহৎ…

নিৰ্বাচনৰ প্ৰাকক্ষণত অসমত নিৰ্বাচন আয়োগৰ তৎপৰতা, গুৱাহাটীত তিনিদিনীয়া পৰিদৰ্শন

অসমৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ বুজ ল’বলৈ সোমবাৰে গুৱাহাটীত উপস্থিত হয় ভাৰতীয় নিৰ্বাচন আয়োগৰ এক উচ্চস্তৰীয় পূৰ্ণাংগ দল। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ নেতৃত্বত অহা এই দলটোৱে তিনিদিনীয়া ভ্ৰমণসূচীৰ ভিতৰত…