Business কংগ্ৰেছ এৰি ৰাইজৰ দলত যোগদান বিধায়ক আব্দুৰ ৰছিদ মণ্ডলৰ, ৰাজনীতিত আলোড়ন February 17, 2026 Sonakshi Sarkar বিধানসভা নিৰ্বাচনৰ মুখত অসম কংগ্ৰেছত পুনৰ সৃষ্টি হৈছে তীব্ৰ খহনীয়াৰ। গোৱালপাৰা পশ্চিম সমষ্টিৰ তিনিবাৰৰ বিধায়ক আব্দুৰ ৰছিদ মণ্ডলে সোমবাৰে আনুষ্ঠানিকভাৱে ৰাইজৰ দলত যোগদান কৰে। দলৰ সভাপতি অখিল গগৈৰ উপস্থিতিত মণ্ডলে…
Business আজিৰে পৰা নতুন শাসনকালঃ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব তাৰিক ৰহমানে February 17, 2026 Sonakshi Sarkar বাংলাদেশৰ অস্থিৰ ৰাজনৈতিক প্ৰেক্ষাপটত এক ঐতিহাসিক পৰিৱৰ্তনৰ সূচনা কৰি আজি প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব তাৰিক ৰহমানে। ২০২৪ চনত শ্বেখ হাছিনাৰ চৰকাৰৰ পতনৰ পাছত এয়া দেশখনৰ ক্ষমতা হস্তান্তৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ…
Assam এইবাৰ বিপদত অভিনেত্ৰী আমিষা পেটেল! ১০ বছৰ পুৰণি গোচৰত জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি আদালতৰ February 16, 2026 Paromita চেক বাউন্সৰ গোচৰত অভিনেতা ৰাজপাল যাদৱলৈ সকাহ অহাৰ বিপৰীতে এক পুৰণি গোচৰত এতিয়া বিপাঙত পৰিছে বলীউডৰ অভিনেত্ৰী আমিষা পেটেল। সোমবাৰে মোৰাদাবাদৰ এচিজেএম-৫ আদালতে অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে এক জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি…
Assam দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন; অসম বিজেপিত ব্যাপক তৎপৰতা February 16, 2026 Paromita আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত অহা ১৮ ফেব্ৰুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে ৰাজ্যত উপস্থিত হ’ব বিজেপিৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন। কেন্দ্ৰীয় নেতাগৰাকীয়ে ডিব্ৰুগড়ত এক বিশাল বুথ সন্মিলনত অংশ লোৱাৰ লগতে উজনি অসমৰ…
Assam অসম লোকসেৱা আয়োগৰ ল’ৰা ধেমালি! ভুলৰ অজুহাতত বাতিল কৰা হ’ল সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ ফলাফল February 16, 2026 Paromita পৰীক্ষাৰ ফলাফল ঘোষণাৰ নামত ল’ৰা ধেমালি অসম লোকসেৱা আয়োগৰ। আজি ঘোষণা কৰা ২০২৪ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ (চিচিই) ফলাফল এক জাননীৰ জৰিয়তে হঠাতে বাতিল কৰাৰ সিদ্ধান্ত লয় আয়োগে। এটা গুৰুতৰ…
Business অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা ঘোষণাঃ কলাক্ষেত্ৰত সন্মানিত হ’ল ৰাজ্যৰ বিশিষ্ট শিল্পীসকল February 16, 2026 Sonakshi Sarkar শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত দেওবাৰে অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ২০২০ আৰু ২০২১ বৰ্ষৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটাসমূহ বিতৰণ কৰে। এই বঁটা বিতৰণী অনুষ্ঠানত ২০২১ বৰ্ষৰ শ্ৰেষ্ঠ ছবিৰ…
Business চেক বাউন্সৰ গোচৰত ৰাজপাল যাদৱলৈ সকাহঃ ভতিজীৰ বিয়াত অংশ ল’বলৈ অন্তৱৰ্তীকালীন জামিন আদালতৰ February 16, 2026 Sonakshi Sarkar বলীউডৰ জনপ্ৰিয় অভিনেতা ৰাজপাল যাদৱক সোমবাৰে এক চেক বাউন্সৰ গোচৰত এক লাখ টকাৰ জামিন ৰাশিৰ বিনিময়ত অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰে দিল্লী উচ্চ ন্যায়ালয়ে। ন্যায়াধীশ স্বৰ্ণকান্ত শৰ্মাৰ বিচাৰপীঠে প্ৰদান কৰা এই…
Business ভূপেন বৰাৰ অভিমান ভাঙিবলৈ চেষ্টা কংগ্ৰেছ নেতৃত্বৰ! ভুলৰ বাবে ক্ষমা বিচাৰিলে গৌৰৱ গগৈয়েও February 16, 2026 Sonakshi Sarkar অসম প্ৰদেশ কংগ্ৰেছৰ পৰা বিদায় লোৱাৰ সিদ্ধান্তৰ পৰা অৱশেষত কিছু জিৰণি লৈছে ভূপেন বৰাই। পুৱা তেওঁ দলৰ সকলো দায়িত্বৰ পৰা অব্যাহতি বিচাৰি পত্ৰ প্ৰেৰণ কৰাৰ পাছতে ৰাজ্যিক কংগ্ৰেছত হাহাকাৰৰ সৃষ্টি…
Assam গুৱাহাটী বিশ্ববিদ্যালয় বাইপাছৰ হোটেলত আৰক্ষীৰ অভিযান ; গ্ৰাহকক বিক্ৰী কৰি থকা অৱস্থাত গো-মাংসসহ এজনক গ্ৰেপ্তাৰ February 16, 2026 Sonakshi Sarkar সাতমাইলৰ পৰা জালুকবাৰী সংযোগী গুৱাহাটী বিশ্ববিদ্যালয় বাইপাছৰ দাঁতিত থকা বহু হোটেলত দিনে নিশাই নিষিদ্ধ গো- মাংস গ্ৰাহকক বিক্ৰী কৰি অহা আৰু তেনে হোটেলৰ বিৰুদ্ধে কঠোৰ আইনগত ব্যবস্থা গ্ৰহণ কৰাৰ দাবীত…
Assam ৩৪তম ডাউন টাউন ৰাজহুৱা বক্তৃতা আৰু বঁটা প্ৰদান অনুষ্ঠান February 16, 2026 Sonakshi Sarkar ডাউন টাউন হাস্পতালে ২ ফেব্ৰুৱাৰী ২০২৬ তাৰিখৰ পৰা চিকিৎসক আৰু কৰ্মচাৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতাৰ জৰিয়তে নিজৰ ৩৭ বছৰীয়া প্ৰতিষ্ঠা দিৱস উদ্যাপন কৰে। এই উদ্যাপনৰ মাজত এটা দুদিনীয়া বৃহৎ স্বাস্থ্য মেলাৰো…