ৰহাৰ পচলাবড়ীত নিশা চোৰৰ আতংক। বিদ্যুৎ দাস নামৰ লোকজনো বাহনখনেৰে গৈছিল চোৰৰ সন্ধানত । গৈ থকা অৱস্থাত দুৰ্ঘটনাত পতিত হয় বিদ্যুতৰ বাহনখন। বিদ্যুতক চোৰ বুলি সন্দেহ কৰি উত্তম-মধ্যম দিয়ে ৰাইজে। ৰহা আৰক্ষীয়ে খবৰ পাই ৰাইজৰ মাজৰ পৰা উদ্ধাৰ কৰে বিদ্যুতক। Share this:FacebookX Related Post navigation আমাজনে প্ৰেপেলৰ চতুৰ্থ চিজন উন্মোচন কৰিছে মেঘালয়ত ভাৰত-ফ্ৰান্সৰ মাজত যুটীয়া সামৰিক অনুশীলন ‘শক্তি’ আৰম্ভ