চিলাপথাৰত সন্ধানহীন এজন নৱম শ্ৰেণীৰ ছাত্ৰ৷ ৪দিনে সন্ধান নাই দক্ষিণ ছ’চাইটি গাঁৱৰ নীৰজ গোস্বামীৰ৷ ১৪মে’ৰ দুপৰীয়া ঘৰৰ পৰা ওলাই গৈছিল নীৰজ গোস্বামী৷ নীৰজৰ সন্ধান পালে 9954711691 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান পিতৃৰ৷ Share this:FacebookX Related Post navigation ৰঙিয়া আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি এমজি হেক্টৰক নীলছনআইকিউ সেৱা ব্যয় জৰীপৰ দ্বাৰা এছইউভি শাখাৰ সৰ্বশ্ৰেষ্ঠ মূল্যৰ বাহন হিচাপে স্বীকৃতি