আমিনগাঁৱত STFৰ অভিযান। ISISৰ লিংক বিচাৰি মৰিয়াপট্টি জামে মছজিদত চলিছে STFৰ অভিযান। কেইদিনমান পূ্ৰ্বে STFৰ হাতত গ্ৰেপ্তাৰ হৈছিল গুৱাহাটীৰ ছাত্ৰ তৌছিফ আলী ফাৰুকী। তৌছিফ আলী ফাৰুকীয়ে নিয়মীয়াকৈ গৈছিল মছজিদটোলৈ। Share this:FacebookX Related Post navigation ভি আৰু কেয়াৰগেমে ‘ক্লাউড প্লে’ মুকলি কৰে, ভাৰতত মোবাইল গেমিং পৰিৱৰ্তন কৰে হঠাৎ ওফন্দি উঠিছে ৰাজপথৰ এটা অংশ