Category: Sports

সৰ্বভাৰতীয় অসামৰিক সেৱা বেডমিণ্টন প্ৰতিযোগিতাত অসমৰ চমকপ্ৰদ সফলতা ; মহিলা দলীয় শাখাত স্বৰ্ণ আৰু পুৰুষ দলীয় শাখাত চতুৰ্থ স্থান

সৰ্বভাৰতীয় অসামৰিক সেৱা (AICS) বেডমিণ্টন প্ৰতিযোগিতা ২০২৫-২৬, গোৱা চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ উদ্যোগত গোৱাৰ মাপুচাৰ পেড্ডেমস্থিত দয়ানন্দ বান্দোডকৰ ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হয় । অসম সচিবালয়ৰ দলটোৱে পুৰুষ আৰু…

পাকিস্তানক পৰাস্ত কৰি টি-২০ বিশ্বকাপৰ ছেমিত ইংলেণ্ড

আইচিচি টি-২০ বিশ্বকাপৰ ৰোমাঞ্চকৰ ছুপাৰ এইট মেচত ইংলেণ্ডে পাকিস্তানক দুটা উইকেটত পৰাস্ত কৰি ছেমি ফাইনেলত স্থান দখল কৰে। খেলখনত ইংলেণ্ডৰ অধিনায়ক হেৰী ব্ৰুকে শতক অৰ্জন কৰে। উৎকৃষ্ট ফৰ্মত থকা চাহিবজাদা…

টি-২০ বিশ্বকাপৰ ইতিহাসত সৰ্বাধিক উইকেট দখলকাৰী যশপ্ৰীত বুমৰাহ

ভাৰতীয় বেগী বলাৰ যশপ্ৰীত বুমৰাহ ভাৰতৰ হৈ টি-২০ বিশ্বকাপৰ ইতিহাসত সৰ্বাধিক উইকেট দখলকাৰী হিচাপে পৰিগণিত হৈছে। টি-২০ বিশ্বকাপৰ ছুপাৰ ৮ মেচত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চমৎকাৰ প্ৰদৰ্শনেৰে তেওঁ এই কৃতিত্ব অৰ্জন…

ৰাণীৰ কাষৰীয়া পাথাৰখামাত প্ৰথম নকআউট ফুটবল প্ৰতিযোগিতাৰ আয়োজন

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীৰ পৰা কিছু নিলগৰ মেঘালয়ৰ ৰি-ভয় জিলাৰ পাথাৰখামাস্থিত ৱেষ্টাৰ্ণ ৰি-ভয় প্লে গ্ৰাউণ্ডত ওৰাল চিংক্লি কলনী এণ্ড বাৰিষ্টাৰ লিংডোৰ উদ্যোগত আৰু পাথাৰখামা স্পৰ্টছ ক্লাৱৰ সহযোগত অহা ১০ মাৰ্চৰ…

ওমানক পৰাস্ত কৰি টি-২০ বিশ্বকাপৰ বিদায় অষ্ট্ৰেলিয়াৰ

প্রতিযোগিতাৰ পৰা আগতীয়াকৈ বাহিৰ হোৱাৰ অপমানৰ সন্মুখীন হোৱা অষ্ট্ৰেলিয়ান দলটোৱে শুকুৰবাৰে টি-২০ বিশ্বকাপৰ অন্তিমখন লীগ মেচত ওমানক ৯ উইকেটত বিদায় লয়। জিম্বাবুৱে আৰু শ্ৰীলংকাৰ হাতত পৰাজয়ৰ পাছত গ্ৰুপ পৰ্যায়ৰ পৰা…

স্মৃতি মান্ধনাক বিবিচিৰ বছৰৰ শ্ৰেষ্ঠ ক্ৰীড়াবিদ বঁটাৰে সন্মানিত

তাৰকা বেটছমেন তথা ভাৰতীয় মহিলা ক্ৰিকেট দলৰ উপ অধিনায়ক স্মৃতি মান্ধনাই পুনৰবাৰ বিশ্ব মঞ্চত ভাৰতক গৌৰাম্বিত কৰিলে। ক্ৰিকেট খেলপথাৰত নিজৰ সুন্দৰ শ্বট আৰু অধিনায়কত্বৰ দক্ষতাৰে লাখ লাখ লোকৰ হৃদয় জয়…

টি-২০ বিশ্বকাপৰ ছুপাৰ ৮ত নিউজিলেণ্ড

মঙলবাৰে অনুষ্ঠিত হোৱা আইচিচি টি-২০ বিশ্বকাপৰ গ্ৰুপ ডি-ৰ এখন খেলত ২৯টা বল বাকী থকা অৱস্থাত কানাডাক ৮ উইকেটত পৰাস্ত কৰি নিউজিলেণ্ডে ছুপাৰ ৮ত নিজৰ স্থান নিশ্চিত কৰে। কানাডাক চাৰি উইকেটত…

২৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ফুটবল লীগ

অল ইণ্ডিয়া ফুটবল ফেডাৰেচনে ঘোষণা কৰিছে যে ২৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ফুটবল লীগৰ ২০২৫-২৬ ছিজন। প্ৰথমে ২১ ফেব্ৰুৱাৰীৰ পৰা এই ছিজন আৰম্ভ হোৱাৰ কথা আছিল যদিও এতিয়া ছয়…

২০২৭ৰ এদিনীয়া বিশ্বকাপ খেলিব ৰোহিত শৰ্মাই

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক ৰোহিত শৰ্মাই এদিনীয়াৰ ভৱিষ্যতক লৈ চলি থকা জল্পনা-কল্পনাৰ অন্ত পেলাইছে। ২০২৭ চনৰ এদিনীয়া বিশ্বকাপত অংশগ্ৰহণ সন্দৰ্ভত মন্তব্য কৰিছে। টি-২০ আৰু টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লোৱা…

এ+ গ্ৰেডৰ পৰা বি গ্ৰেডলৈ অৱনমিত ৰোহিত শৰ্মা- বিৰাট কোহলী

বিচিচিআইয়ে ভাৰতৰ প্ৰাক্তন অধিনায়ক ৰোহিত শৰ্মা আৰু বিৰাট কোহলীক এ প্লাছ গ্ৰেডৰ পৰা বি গ্ৰেডলৈ অৱনমিত কৰিছে। সোমবাৰে ব’ৰ্ডে ২০২৫-২৬ বৰ্ষৰ কেন্দ্ৰীয় চুক্তিত অন্তৰ্ভুক্ত খেলুৱৈৰ তালিকা প্ৰকাশ কৰে। এ প্লাছ…