Category: Sports

২৮ মাৰ্চত বেংগালুৰুত আৰ চি বি-ছানৰাইজাৰ্ছ হায়দৰাবাদৰ উদ্বোধনী মেচ

আই পি এল ২০২৬ৰ প্ৰথম ২০খন খেলৰ সূচী বুধবাৰে প্ৰকাশ কৰে। অহা ২৮ মাৰ্চত ডিফেণ্ডিং চেম্পিয়ন ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি) আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদ (এছ আৰ এইচ)ৰ মাজত অনুষ্ঠিত…

‘প্লেয়াৰ অৱ দ্য টুৰ্ণামেণ্ট’ সন্মানৰে অভিলেখ ৰচিলে সঞ্জু চেমছনে

ভাৰতক তৃতীয়বাৰৰ বাবে টি-২০ বিশ্বকাপৰ খিতাপ দখল কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা অ’পেনাৰ সঞ্জু চেমছনে সদ্য সমাপ্ত প্ৰতিযোগিতাখনৰ ‘প্লেয়াৰ অৱ দ্য টুৰ্ণামেণ্ট’ হৈ এক অনন্য অভিলেখ গঢ়ি তুলিছে। আইচিচি (আন্তঃৰাষ্ট্ৰীয়…

গুজৰাট টাইটানছৰ বেটিং প্ৰশিক্ষক হিচাপে নিযুক্তি মেথিউ হেডেন

আগন্তুক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ছিজনৰ পূৰ্বে গুজৰাট টাইটানছে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অ’পেনাৰ মেথিউ হেডেনক বেটিং প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়াৰ কথা মঙলবাৰে ঘোষণা কৰে। দুবাৰৰ এদিনীয়া বিশ্বকাপ বিজয়ী আৰু…

টি-২০ বিশ্বকাপ অন্ত, ২৮ মাৰ্চৰ পৰা আৰম্ভ আই পি এল

অহা ২৮ মাৰ্চৰ পৰা আৰম্ভ হ’ব আই পি এল ২০২৬।এই কথা ঘোষণা কৰিছে আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত ভাৰত-নিউজিলেণ্ড টি-২০ বিশ্বকাপৰ ফাইনেলৰ পূৰ্বে সম্প্ৰচাৰক ষ্টাৰ স্প’ৰ্টছে। প্ৰথমে ২৬ মাৰ্চৰ পৰা আৰম্ভ…

ধাৰাবাহিক দ্বিতীয়বাৰলৈ বিশ্ব চেম্পিয়ন ভাৰত, পুনৰ ইতিহাস ৰচনা

ভারতে টি-20 বিশ্বকাপৰ মেগা ফাইনেলত নিউজিলেণ্ডক ৯৬ ৰানৰ বৃহৎ ব্যবধানত পৰাস্ত কৰি ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে বিশ্ব চেম্পিয়নৰ খিতাপ জয় কৰাৰ লগে লগে দেশজুৰি এক অভূতপূৰ্ব উৎসৱৰ পৰিৱেশ সৃষ্টি হৈছে। ৰাজপথত…

টি-২০ বিশ্বকাপৰ ফাইনেলত নিউজিলেণ্ড

৩৩ বলত ফিন এলেনৰ অভিলেখ অপৰাজিত শতকেৰে নিউজিলেণ্ডে টি-২০ বিশ্বকাপত সৰ্বোত্তম প্ৰদৰ্শনৰে বুধবাৰে দক্ষিণ আফ্ৰিকাক ৯ উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। তিনি সপ্তাহৰ পাছত কলকাতা নাইট ৰাইডাৰ্ছৰ হৈ আই…

অল ইংলেণ্ড বেডমিণ্টন চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিব নোৱাৰিব সিন্ধুৱে, ডুবাইত আবদ্ধ

ইৰানৰ ওপৰত আমেৰিকাৰ আক্ৰমণৰ পিছত উপসাগৰীয় অঞ্চলৰ আকাশমাৰ্গ বন্ধ হোৱাৰ বাবে ডুবাইত আবদ্ধ হৈ থকাৰ বাবে মঙলবাৰৰ পৰা আৰম্ভ হ’বলগীয়া অল ইংলেণ্ড বেডমিণ্টন চেম্পিয়নশ্বিপত দুবাৰৰ অলিম্পিক পদক বিজয়ী পিভি সিন্ধুৱে…

ইতিহাস সৃষ্টিৰে ৰঞ্জী ট্ৰফীৰ চেম্পিয়ন জম্মু-কাশ্মীৰ

ঘৰুৱা ক্ৰিকেটত ইতিহাস সৃষ্টি কৰিছে জম্মু-কাশ্মীৰে। ৰঞ্জী ট্ৰফীৰ ফাইনেলত দলটোৱে শক্তিশালী প্ৰদৰ্শন আগবঢ়াই কৰ্ণাটক দলটোক পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে খিতাপ দখল কৰে। ১৯৫৯-৬০ চনত জম্মু-কাশ্মীৰে প্ৰথমবাৰৰ বাবে ৰঞ্জী ট্ৰফীত অংশগ্ৰহণ…

এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ভাৰতক নেতৃত্ব দিব লাভলিনা বৰগোহাঁই-নিখাত জৰিনে

অহা ২৮ মাৰ্চৰ পৰা ১১ এপ্ৰিললৈ মংগোলিয়াত অনুষ্ঠিত হ’বলগীয়া এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ভাৰতৰ ২০ জনীয়া দলটোক নেতৃত্ব দিব অলিম্পিকৰ পদক বিজয়ী লাভলিনা বৰগোহাঁই আৰু দুবাৰৰ বিশ্ব চেম্পিয়ন নিখাত জৰিনে। এমাহজোৰা…

কাইলৈ টি-২০ বিশ্বকাপ ছুপাৰ ৮ত শ্ৰীলংকাৰে মুখামুখি পাকিস্তানৰ

পাকিস্তানে কাইলৈ ইয়াত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপ ছুপাৰ এইটৰ অন্তিমখন খেলত শ্ৰীলংকাৰ বিৰুদ্ধে বৃহৎ জয়ৰে ছেমি ফাইনেলত প্ৰৱেশৰ আশা সজীৱ কৰি ৰাখিবলৈ অৱতীৰ্ণ হ’ব। আনহাতে, বিশ্বকাপৰ পৰা বাহিৰ হোৱা শ্ৰীলংকাই…