Political নতুন বছৰটোক উলহ-মালহেৰে আদৰণিঃ দেশবাসীক নৱবৰ্ষৰ শুভেচ্ছা প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিৰ January 1, 2026 editor বিশ্বৰ লগতে সমগ্ৰ ভাৰতবৰ্ষই আজি এক আনন্দঘন পৰিৱেশৰ মাজেৰে আদৰণি জনাইছে ২০২৬ বৰ্ষক। বছৰৰ প্ৰথমটো পুৱাতে দেশৰ বিভিন্ন প্ৰান্তত ধৰ্মীয় অনুষ্ঠানৰ পৰা পৰ্যটনস্থলীলৈকে জনসাধাৰণৰ উলাহ দেখিবলৈ পোৱা গৈছে। এই পবিত্ৰ…
Political প্ৰথমবাৰলৈ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়লৈ আহিব প্রধানমন্ত্রী মোদী : হিমন্ত বিশ্ব শৰ্মা December 19, 2025 Sonakshi Sarkar প্রধানমন্ত্রী নৰেন্দ্র মোদী দুদিনীয়া ভ্রমণসূচীৰে অসমলৈ আহিব। অহা ২০-২১ ডিচেম্বৰত প্রধানমন্ত্রী অসমলৈ আহিব। এই অসম ভ্রমণৰ সময়ছোৱাত প্রথমদিনাই লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰৰ আন্তঃৰাষ্ট্ৰীয় টার্মিনেল-২ উদ্বোধন কৰিব। তাৰ দ্বিতীয় দিনা…
Political অশান্ত মণিপুৰলৈ শান্তি প্ৰত্যাৱৰ্তনৰ পদক্ষেপ, দিল্লীত যুটীয়া বৈঠকত মিলিত হ’ল বিজেপিৰ মেইটেই আৰু কুকি সমাজৰ বিধায়ক December 15, 2025 Sonakshi Sarkar মণিপুৰত সম্ভাৱ্য নতুন চৰকাৰ গঠনক লৈ ৰাজনৈতিক জল্পনা-কল্পনা বৃদ্ধি পোৱাৰ মাজতে, দেওবাৰে ভাৰতীয় জনতা পাৰ্টিৰ মেইটেই আৰু কুকি উভয় সম্প্ৰদায়ৰ বিধায়কসকলে নতুন দিল্লীত দলৰ কেন্দ্ৰীয় নেতৃত্বৰ দ্বাৰা অনুষ্ঠিত এক উচ্চ…
Political সাংসদ বৈজয়ন্ত পাণ্ডাক অসমৰ নিৰ্বাচনী প্ৰভাৰী নিযুক্তি বিজেপিৰ December 15, 2025 Sonakshi Sarkar আগন্তুক অসম আৰু তামিলনাডু বিধানসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি চলাই সোমবাৰে ভাৰতীয় জনতা পাৰ্টি চমুকৈ বিজেপিয়ে কেইবাটাও গুৰুত্বপূৰ্ণ সাংগঠনিক নিযুক্তি ঘোষণা কৰে। এই নিযুক্তিৰ জৰিয়তে দলে নিজৰ ৰণনীতি অধিক সুসংগঠিত কৰিব…
Political বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি পদ লাভ কৰি কি ক’লে নীতিন নবীনে? December 15, 2025 Sonakshi Sarkar বিহাৰৰ মন্ত্ৰী নীতিন নবীনক বিজেপিয়ে ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি হিচাপে নিযুক্তি দিয়াৰ পিছতে সোমবাৰে তেওঁ এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে। তেওঁ কয় যে এই নতুন সুযোগ দলটোৰ আশীৰ্বাদ আৰু ইয়াৰ বাবে তেওঁ…
Political বিহাৰত ২৪৩ আসনৰ ভিতৰত ২০২ আসন লাভ এন ডি এৰ November 15, 2025 Sonakshi Sarkar বিহাৰত এন ডি এয়ে ২৪৩খন আসনৰ ভিতৰত ২০২খন আসন লাভ কৰি ঐতিহাসিক সংখ্যাগৰিষ্ঠতা লাভ কৰে। ৰাষ্ট্ৰীয় জনতা দলৰ গ্ৰেণ্ড এলায়েন্স, ভাৰতীয় জাতীয় কংগ্ৰেছ, আৰু অন্যান্য দলসমূহে এক বৃহৎ আৰু অভাৱনীয়…
Assam News Political ৰাজ্যত অব্যাহত আছে প্ৰতিবাদৰ জোৱাৰ October 22, 2025 Dipshikha জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজ্যত অব্যাহত আছে প্ৰতিবাদৰ জোৱাৰ। তাৰ মাজতেই আজিৰে পৰা বিজেপিয়ে আৰম্ভ কৰিছে এক বিশেষ প্ৰতিবাদ। “ময়ো জুবিন অনুৰাগী, আমিও জুবিন অনুৰাগী” শীৰ্ষক এই কাৰ্যসূচীত অংশ লৈছে…
Political বিহাৰত ইণ্ডিয়া মহাযোটৰ বিশাল ভোটাৰ অধিকাৰ যাত্ৰা August 18, 2025 Sonakshi Sarkar কংগ্ৰেছৰ সাংসদ তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে দেওবাৰে বিহাৰৰ সাছাৰামৰ পৰা আৰম্ভ কৰিলে ‘ভোট অধিকাৰ যাত্ৰা। বিহাৰত নিৰ্বাচন আয়োগে বিশেষ ভোটাৰ তালিকা পুনৰীক্ষণ প্ৰক্ৰিয়াৰ আৰম্ভ কৰাৰ প্ৰতিবাদত এই যাত্ৰা…
Political অহা বছৰৰ ফেব্ৰুৱাৰীত বাংলাদেশৰ সংসদীয় নিৰ্বাচন August 6, 2025 Sonakshi Sarkar বাংলাদেশৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে মঙলবাৰে কয় যে অহা বছৰৰ ফেব্ৰুৱাৰী মাহত পৰৱৰ্তী সংসদীয় নিৰ্বাচন অনুষ্ঠিত হ’ব।যোৱা বছৰৰ ছাত্ৰ নেতৃত্বাধীন প্ৰতিবাদী আন্দোলনৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে দেশবাসীক টেলিভিছনযোগে দিয়া ভাষণত ইউনুছে…
Political কোন প্ৰকৃত ভাৰতীয় সেইটো সিদ্ধান্ত ন্যায়াধীশসকলে ল’ব নালাগে: প্ৰিয়ংকা গান্ধী August 5, 2025 Sonakshi Sarkar মানহানিৰ গোচৰত ৰাহুল গান্ধীৰ ওপৰত উচ্চতম ন্যায়ালয়ে দিয়া মন্তব্য সন্দৰ্ভত কংগ্ৰেছৰ সাংসদ প্ৰিয়ংকা গান্ধীয়ে কয় যে ৰাহুল গান্ধীৰ বক্তব্য ‘ভুল ব্যাখ্যা’ কৰা হৈছে। প্ৰিয়ংকা গান্ধীয়ে কয় যে মই সন্মানেৰে ক’ব…