Category: Latest

বানৰ পৰা উদ্ধাৰ হোৱা হাতী জয়মতীক বিশেষ চিকিৎসাৰ বাবে বন্তাৰালৈ বিমানেৰে স্থানান্তৰ

জুলাই মাহত নাগালেণ্ড আৰু অসমৰ বানৰ পৰা উদ্ধাৰ হোৱা ৫৩ বছৰীয়া মাইকী হাতী জয়মতীক একাধিক আঘাত আৰু দীৰ্ঘদিনীয়া চলা-ফুৰাৰ সমস্যাৰ বাবে বিশেষ পশু চিকিৎসাৰ বাবে জামনগৰৰ বন্তাৰালৈ বিমানেৰে লৈ যোৱা…

কাৰ্বি আংলংত কৃষি, জলসিঞ্চন আঁচনিৰ পৰ্যালোচনা কৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই; আন্তঃগাঁথনি পুঁজিৰ সম্পূৰ্ণ সদ্ব্যৱহাৰৰ আহ্বান

কাৰ্বি আংলঙৰ অভিভাৱক মন্ত্ৰী হিচাপে প্ৰথম বাৰৰ বাবে ভ্ৰমণ কৰি বুধবাৰে কৃষি আৰু জলসিঞ্চন মন্ত্ৰী পীযুষ হাজৰিকাই তাৰালাংছোত এক বিস্তৃত পৰ্যালোচনা বৈঠকত সভাপতিত্ব কৰে। এই বৈঠকত কা এ এ চিৰ…

অবৈধ প্ৰৱেশৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ পাছত বাংলাদেশী নাগৰিকক অসমৰ পৰা বহিষ্কাৰৰ নিৰ্দেশ

অবৈধভাৱে ভাৰতত প্ৰৱেশৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ পাছত এজন বাংলাদেশী নাগৰিকক অসমৰ পৰা বহিষ্কাৰৰ নিৰ্দেশ দিছে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ জিলা উপায়ুক্তই। ১৯৫০ চনৰ ইমিগ্ৰেণ্টচ্ (এক্সপালচন ফ্ৰম অসম) আইনৰ ২(খ) ধাৰাৰ…

অৰ্জুন বঁটা ২০২৫ ৰ বাবে নিৰ্বাচিত হ’ল মিজোৰামৰ লালৰেমছিয়ামি

১৮ আগষ্ট: ভাৰতীয় হকী তাৰকা লালৰেমছিয়ামি ক্ৰীড়া আৰু খেলত উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে অৰ্জুন বঁটা ২০২৫ ৰ বাবে নিৰ্বাচিত হোৱা ১৭ জন ক্ৰীড়াবিদৰ ভিতৰত অন্যতম। লালৰেমছিয়ামি ভাৰতৰ আটাইতকৈ সফল মহিলা হকী…

ইয়িংকিয়ঙত মেটেৰিয়েল ৰিকভাৰী ফেচিলিটি আৰু ভেণ্ডৰ মাৰ্কেট উদ্বোধন

অৰুণাচল প্ৰদেশৰ ইয়িংকিয়ঙত স্বচ্ছ ভাৰত অভিযানৰ অধীনত মেটেৰিয়েল ৰিকভাৰী ফেচিলিটি (MRF) উদ্বোধন কৰে মুখ্যমন্ত্ৰীৰ উপদেষ্টা আৰু বিধায়ক আলো লিবাঙে। এই অনুষ্ঠানত উপস্থিত থাকে উচ্চ ছিয়াং জিলাৰ উপায়ুক্ত তালো জেৰাং। এই…

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত পুৰীৰ সাগৰ তীৰত সুদৰ্শন পাটনায়কৰ দেশপ্ৰেমৰ বলুকাশিল্প; ‘বৈচিত্ৰ্যৰ মাজত ঐক্য’ৰ বাৰ্তা

স্বাধীনতা দিৱসৰ উছাহৰ মাজতে দেশপ্ৰেম আৰু ৰাষ্ট্ৰীয় ঐক্যৰ বাৰ্তা বহন কৰা এক বিশেষ বলুকাশিল্পই দৃষ্টি আকৰ্ষণ কৰিছে দেশবাসীৰ। শুকুৰবাৰে পুৰীৰ সাগৰ পাৰত পদ্মশ্ৰী সন্মানেৰে সন্মানিত বলুকাশিল্পী সুদৰ্শন পাটনায়কে ভাৰতৰ ৮০সংখ্যক…

প্ৰধানমন্ত্ৰী, মেয়ৰ আৰু মাতা ত্ৰিপুৰেশ্বৰীক লৈ মন্তব্য: content creator ৰ বিৰুদ্ধে FIR বাতিল কৰিবলৈ ত্ৰিপুৰা উচ্চ ন্যায়ালয়ে অস্বীকাৰ

ত্ৰিপুৰা উচ্চ ন্যায়ালয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, আগৰতলা পৌৰ নিগমৰ মেয়ৰ দীপক মজুমদাৰ আৰু মাতা ত্ৰিপুৰেশ্বৰীক লৈ অৱমাননাকাৰী আৰু মানহানিকৰ মন্তব্য কৰাৰ অভিযোগত এগৰাকী content creator ৰ বিৰুদ্ধে দাখিল কৰা FIR…

“এই সংকটত অসমৰ কাষত আছো”: বংগৰ মুখ্যমন্ত্ৰীৰ ১০ কোটি টকাৰ সাহায্য

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে বুধবাৰে বানপীড়িত অসমৰ বাবে ত্ৰাণ আৰু উদ্ধাৰ কাৰ্যৰ বাবে ১০ কোটি টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰিছে। ৰাজ্য বিধানসভাৰ বিশেষ একদিনীয়া অধিৱেশনত ভাষণ প্ৰসংগত অধিকাৰীয়ে কয়,…

“ভৱিষ্যত সাজু ভাৰত”ৰ বাবে উচ্চ শিক্ষাৰ ৰূপান্তৰ: পাছিঘাটত উপাচাৰ্যসকলৰ বৈঠক

ৰাষ্ট্ৰীয় ৰক্ষা বিশ্ববিদ্যালয় (আৰআৰইউ), পাছিঘাট কেম্পাছে EDLD আৰু নৰদিল্লীৰ ভাৰতীয় বিশ্ববিদ্যালয় সংঘ (AIU) ৰ সহযোগত “উত্তৰ-পূৰ্বাঞ্চলৰ উপাচাৰ্যসকলৰ গোলমেজ আলোচনা ২০২৬” ৰ উদ্বোধনী অধিৱেশন আয়োজন কৰে। “উচ্চ শিক্ষাৰ ৰূপান্তৰ: উদ্ভাৱন, সহযোগিতা…

আইজলত বিশ্ব আদিবাসী দিৱস উদযাপন, ‘জো’ জনগোষ্ঠীৰ ঐক্যৰ আহ্বান

বিশ্ব আদিবাসী দিৱসশনিবাৰে আইজলৰ ভানাপা হলত “Indigenous Peoples and AI: Defending Rights, Shaping Futures” অৰ্থাৎ “ আদিবাসী জনগোষ্ঠী আৰু AI: অধিকাৰ সুৰক্ষা, ভৱিষ্যৎ নিৰ্মাণ” বিষয়বস্তুৰে উদযাপন কৰা হয়।জো পুনৰেকত্ৰীকৰণ সংস্থা…