Category: Business

উত্তৰাখণ্ডত নিয়ন্ত্ৰণ হেৰুৱাই ৰে’লপথৰ পৰা চিটিকি পৰিল উজ্জ্বয়িনী এক্সপ্ৰেছৰ ৩টাকৈ ডবা; কথমপি প্ৰাণৰক্ষা যাত্ৰীৰ

উত্তৰাখণ্ডত ইতিহাসপ্ৰসিদ্ধ তীৰ্থনগৰী ঋষিকেশৰ সমীপত সোমবাৰে নিশা ৰে’লপথৰ পৰা চিটিকি পৰিল উজ্জ্বয়িনী এক্সপ্ৰেছৰ ৩টাকৈ ডবা। খাণ্ড গাঁও অঞ্চলৰ যোগ নগৰী ৰে’ল ষ্টেচনৰ ওচৰত নিশা প্ৰায় ৯:৪০ বজাত ৰে’লখন ইয়াৰ ইয়াৰ্ডলৈ…

বন ধ্বংসৰ পৰিণতি! কলিয়াবৰত বন্যহস্তীৰ ৰহস্যজনক মৃত্যু, বিদ্যুৎস্পৃষ্ট কৰাৰ সন্দেহ

অসমত হাতী-মানুহৰ সংঘাত তীব্ৰতৰ হোৱাৰ মাজতে মঙলবাৰে পুৱা কলিয়াবৰৰ লেংটেং ২ নম্বৰ বস্তি এলেকাত উদ্ধাৰ হয় এটা বন্যহস্তীৰ মৃতদেহ। গাঁৱৰ একাংশ বাসিন্দাই পুৱা পথাৰলৈ যোৱাৰ সময়তে প্ৰথমবাৰৰ বাবে হাতীটোৰ মৃতদেহ…

টিনৰ বাকচত ওলাল যুৱতী!

টিনৰ বাকচত ওলাল যুৱতী! লোমহৰ্ষক ঘটনাই কঁপাইছে দেশ। নীলা ড্ৰাম, ফ্ৰীজৰ পাছত টিনৰ বাকছক লৈ দেশজুৰি চাঞ্চল্য। টিনৰ বাকচত পোৱা গ’ল ২৫বছৰীয়া যুৱতীৰ কটা মূৰ। হাত-ভৰি, শৰীৰ বিভিন্ন অংশ পোৱা…

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ আগবঢ়োৱা হৈছে ছুইডেনৰ সৰ্বোচ্চ সন্মান ‘অৰ্ডাৰ অৱ দ্য পোলাৰ ষ্টাৰ’

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ আগবঢ়োৱা হৈছে ছুইডেনৰ সৰ্বোচ্চ সন্মান ‘অৰ্ডাৰ অৱ দ্য পোলাৰ ষ্টাৰ’ ৷ এয়া হৈছে স্ক্যাণ্ডিনেভিয়ান ৰাষ্ট্ৰই বিদেশী চৰকাৰৰ মুৰব্বীক প্ৰদান কৰা সৰ্বোচ্চ সন্মান । প্ৰধানমন্ত্ৰীৰ ছুইডেন ভ্ৰমণৰ…

ভি ডি সতীশনে সোমবাৰে কেৰালামৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ভি ডি সতীশনে সোমবাৰে কেৰালামৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে । সতীশনৰ সৈতে আন ২০ জন বিধায়কেও তেওঁৰ কেবিনেটৰ মন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে । ৰাজ্যপাল আৰ ভি আৰ্লেকাৰে…

বাংলাদেশীৰ বিৰুদ্ধে এক্সন আৰম্ভ হিমন্ত চৰকাৰৰ

বাংলাদেশীৰ বিৰুদ্ধে এক্সন আৰম্ভ হিমন্ত চৰকাৰৰ। কথা মতেই কাম আৰম্ভ হিমন্ত চৰকাৰৰ। বাংলাদেশীৰ বিৰুদ্ধে মহাঅভিযান। দৰঙৰ ধূলাত আৰক্ষীৰ জালত পৰিল বাংলাদেশী। আৰক্ষীয়ে আটক কৰিছে ৩২বছৰীয়া মহম্মদ জাকিৰক। বাংলাদেশৰ বড়িশাল জিলাৰ…

কেৰালাত নতুন চৰকাৰ গঠন: মুখ্যমন্ত্ৰী পদত ভি ডি সতীশন, শপত ল’লে ২০ গৰাকী মন্ত্ৰীয়ে

কেৰালামৰ নতুন মুখ্যমন্ত্ৰী হিচাপে সোমবাৰে শপত গ্ৰহণ কৰিলে কংগ্ৰেছ বিধায়িনী দলৰ নেতা ভি ডি সতীশনে। ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰে জেষ্ঠ কংগ্ৰেছ নেতাগৰাকীক আনুষ্ঠানিকভাৱে পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰায়।…

ধৰ্মীয় অনুভূতি আৰু গংগাৰ পবিত্ৰতা ৰক্ষাৰ প্ৰসংগত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ তাৎপৰ্যপূর্ণ পৰ্যবেক্ষণ

পবিত্ৰ গংগা নদীত আমিষ খাদ্যৰ অৱশিষ্ট পেলোৱা কাৰ্যই হিন্দু সম্প্ৰদায়ৰ ধৰ্মীয় অনুভূতিত গভীৰ আঘাত হানিব পাৰে। বাৰাণসীত এখন নাৱৰ ওপৰত ইফটাৰ পাৰ্টিৰ আয়োজন কৰি নদীত খাদ্যৰ উচ্ছিষ্ট পেলোৱাৰ অভিযোগত অভিযুক্ত…

চলন্ত যাত্ৰীবাহী ৰে’লত আতংক: ছাছাৰামত ডবাত অগ্নিকাণ্ড, প্ৰাণ বচাবলৈ হাহাকাৰ যাত্ৰীৰ

বিহাৰৰ ছাছাৰাম ৰে’ল ষ্টেচনত ৰৈ থকা অৱস্থাতে দেওবাৰে পুৱা পাটনা অভিমুখী এখন দ্ৰুতবেগী যাত্ৰীবাহী ৰে’লৰ ডবাত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। প্লেটফৰ্ম নম্বৰ ৬ত থকা ছাছাৰাম-পাটনা পেচেঞ্জাৰ ৰে’লখন পুৱা প্ৰায়…

ন্যায় বিচাৰি হতাশা, দলবদ্ধ ধৰ্ষণৰ বলি বায়েকৰ পিছতে আত্মহত্যা ভনীয়েকৰ; যোধপুৰত উত্তাল পৰিস্থিতি

দলবদ্ধ ধৰ্ষণৰ বলি হোৱা বায়েকে দীৰ্ঘদিন ধৰি ন্যায় নোপোৱাৰ ক্ষোভতে অৱশেষত আত্মহত্যা কৰিলে ভনীয়েকেও। ৰাজস্থানৰ গ্ৰাম্য যোধপুৰত সংঘটিত এই মৰ্মান্তিক ঘটনাই সমগ্ৰ জিলাখনতে বৰ্তমান চৰম উত্তেজনাময় পৰিৱেশৰ সৃষ্টি কৰিছে। আৰক্ষীৰ…