Business অসমীয়াৰ বিৰুদ্ধে অনা অসমীয়াৰ যুদ্ধংদেহী ৰূপ June 8, 2026 Paromita উদণ্ড লোকৰ হাতৰ পৰা সাৰি নগ’ল সাংবাদিক আৰু আৰক্ষী ।সোণৰ অসমত পুনৰ এবাৰ অনা-অসমীয়াই দপদপনি দেখুৱাই দিলে অসমীয়া গ’ বেক ধ্বনি ৷ ইয়াকে লৈ দেওবাৰে গুৱাহাটী মহানগৰীৰ আৰ্য নগৰত উত্তপ্ত…
Business হৃদয়বিদাৰক! তিস্তাৰ বুকুত গাড়ীসহ উদ্ধাৰ ছিকিমৰ নিৰুদ্দিষ্ট পৰিয়ালৰ মৃতদেহ June 8, 2026 Paromita অৱশেষত সঁচা প্ৰমাণিত হ’ল সেই ভংয়কৰ আশংকা। বিগত দুটা দিন ধাৰাবাহিক তালাচীৰ অন্তত অৱশেষত তিস্তাৰ বুকুতেই উদ্ধাৰ হ’ল গেংটকৰ নিৰুদ্দিষ্ট পৰিয়ালটোৰ মৃতদেহ। দেওবাৰে পুৱা কৰনেচন ব্ৰীজৰ সমীপৰ নদীৰ বুকৰ পৰা…
Business ভুৱা MBBS ডিগ্ৰীৰে চৰকাৰী চাকৰি! মধ্যপ্ৰদেশৰ চিকিৎসা খণ্ডত বৃহৎ কেলেংকাৰি পোহৰলৈ অহাৰ পিছতে ২ হাজাৰ চিকিৎসকৰ নথি পৰীক্ষাৰ নিৰ্দেশ June 8, 2026 Paromita আপুনিও যদি নিজৰ অথবা পৰিয়ালৰ কাৰোবাৰ স্বাস্থ্যৰ কথা চিন্তা কৰি চিকিৎসকৰ কাষ চপাৰ কথা ভাবিছে, আৰু ভাবিছে কোনগৰাকী চিকিৎসক ভাল হ’ব, তেন্তে এতিয়া আপোনাৰ সাৱধান হোৱাৰ সময়। দেশত ভয়ংকৰভাৱে বৃদ্ধি…
Business বাতৰি কাকতত ‘বড়া পাও’ বা তেলজাতীয় খাদ্য পৰিৱেশনৰ ওপৰত নিষেধাজ্ঞা; মুম্বাইত খাদ্য সুৰক্ষা প্ৰাধিকৰণৰ তীব্ৰ অভিযান June 8, 2026 Paromita আপুনিও যদি গৰম গৰম চিঙৰা বা পথৰ কাষৰ সোৱাদযুক্ত ‘বড়া পাও’ বাতৰি কাকতৰ টুকুৰাত মেৰিয়াই খোৱাৰ অভ্যাস কৰিছে, তেন্তে এতিয়াই সাৱধান হোৱাৰ সময় আহি পৰিছে। আপোনাৰ এই প্ৰিয় অভ্যাসে অলক্ষিতে…
Business টিভিএছ মটৰ টিভিএছ পেডক মুকলি কৰাৰ কথা ঘোষণা কৰিছে June 8, 2026 Business Bureau দুই আৰু তিনিচকীয়া বাহনৰ ক্ষেত্ৰত এক বিশ্বব্যাপী অগ্ৰণী আৰু টিভিএছ ভেনু-ৰ অংশ টিভিএছ মটৰ কোম্পানী-এ নিজৰ প্ৰিমিয়াম পৰ্টফলিঅ’ৰ বাবে সমৰ্পিত এক সুকীয়া ৰিটেইল চেনেল হিচাপে টিভিএছ পেডক মুকলি কৰাৰ কথা…
Business শ্বাওমি ইণ্ডিয়াই বজাৰত মুকলি কৰিছে আকৰ্ষণীয় নতুন ধ্বজাবাহী স্মাৰ্টফোন শ্বাওমি ১৭টি June 8, 2026 Business Bureau শ্বাওমি ইণ্ডিয়াই বজাৰত মুকলি কৰিছে আকৰ্ষণীয় নতুন ধ্বজাবাহী স্মাৰ্টফোন শ্বাওমি ১৭টি। লাইকা কোম্পানীৰ সহযোগত যুটীয়াভাৱে প্ৰস্তুত কৰা এই ফোনটোত উন্নত ফটোগ্ৰাফী, নিমজ্জিত ডিচপ্লে প্ৰযুক্তি, শক্তিশালী প্ৰদৰ্শন আৰু দীৰ্ঘস্থায়ী বেটাৰী কাৰ্যকৰিতাৰ…
Business খোৱা তেলৰ পেকেট এতিয়া কেৱল ৯ টা মানক আকাৰত: আয়তন + ওজন দুয়োটা উল্লেখ কৰাটো কেন্দ্ৰৰ বাধ্যতামূলক June 8, 2026 Tarali গ্ৰাহক পৰিক্ৰমা বিভাগে শনিবাৰে আইনী মেট্ৰ’লজি কাঠামোৰ অধীনত খোৱা তেল কিছুমান নিৰ্দিষ্ট পৰিমাণত পেকেজিং কৰাটো বাধ্যতামূলক কৰিছে। গ্ৰাহকে বিভিন্ন ব্ৰেণ্ডৰ মাজত দাম সহজে তুলনা কৰি সঠিক সিদ্ধান্ত ল’ব পৰাকৈ চৰকাৰে…
Business প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত ভাৰতৰ বিৰুদ্ধে যিকোনো নিষেধাজ্ঞাৰ ভাবুকি বুমেৰাংহে হ’বঃ পুটিন June 6, 2026 Paromita প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত নিষেধাজ্ঞা আৰোপৰ ভাবুকিয়ে ওলোটাইহে ক্ষতি কৰিব। এই মন্তব্য প্ৰকাশ কৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে। শুকুৰবাৰে অনুষ্ঠিত চেইণ্ট পিটাৰ্চবাৰ্গ আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক মঞ্চৰ বাৰ্ষিক সন্মিলনত এক প্ৰশ্নৰ…
Business টি-২০ ক্ৰিকেট দলৰ নতুন অধিনায়ক হিচাপে শ্ৰেয়াছ আয়াৰক দায়িত্ব অৰ্পণ বিচিচিআইৰ June 6, 2026 Paromita ভাৰতীয় পুৰুষ টি-২০ ক্ৰিকেট দলৰ নতুন অধিনায়ক হিচাপেদায়িত্ব অৰ্পণ কৰা হৈছে তাৰকা বেটাৰ শ্ৰেয়াছ আয়াৰক। ক্ৰিকেটৰ এই চুটি ফৰ্মেটত এক নতুন যুগৰ সূচনা কৰি ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (বিচিচিআই) শনিবাৰে…
Business মালাবাৰ গ্ৰুপৰ হাংগাৰ ফ্ৰী ৱৰ্ল্ড-এ দৈনিক আহাৰ গ্ৰহণৰ জৰিয়তে প্ৰদৰ্শন কৰিছে সামাজিক লাভ June 6, 2026 Business Bureau মালাবাৰ গ্ৰুপৰ মানৱীয় পদক্ষেপ হাংগাৰ ফ্ৰী ৱৰ্ল্ড-এ ইয়াৰ পথৰ কাষৰ লোকসকলক খাদ্য বিতৰণ কাৰ্যসূচী-ৰ ব্যাপক সামাজিক প্ৰভাৱৰ কথা প্ৰকাশ কৰিছে। এই কাৰ্যসূচীয়ে দেখুৱাইছে যে কেনেকৈ নিয়মীয়া আহাৰ যোগানে দুৰ্বল তথা…