Category: Business

এইচপিচিএল-এ বৃদ্ধি পোৱা এলপিজি চাহিদা পৰিচালনাৰ বাবে নিজৰ “পিক ডিমাণ্ড প্লেবুক”ৰ অধীনত কাৰ্য-কলাপ বৃদ্ধি কৰিছে

হিন্দুস্তান পেট্ৰলিয়াম কৰ্পৰেচন লিমিটেড(এইচপিচিএল)-এ বৃদ্ধি পোৱা এলপিজি চাহিদা পৰিচালনাৰ বাবে নিজৰ “পিক ডিমাণ্ড প্লেবুক”ৰ অধীনত কাৰ্য-কলাপ বৃদ্ধি কৰিছে, ২০২৬ চনৰ ১ এপ্ৰিলৰ পৰা ১৫ এপ্ৰিলৰ ভিতৰত সমগ্ৰ ভাৰতত ১৮৭ লাখৰো…

চত্তীশগড়ৰ বিদ্যুৎ কেন্দ্ৰত বিস্ফোৰণ! বেদান্ত গ্ৰুপৰ অধ্যক্ষ অনিল আগৰৱালৰ বিৰুদ্ধে এজাহাৰ দাখিল

কৰ বয়লাৰ বিস্ফোৰণত ২০ জনকৈ শ্ৰমিকৰ মৃত্যু হোৱা ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ চত্তীশগড়তে বৰ্তমান বিৰাজ কৰিছে তীব্ৰ উত্তেজনা। সক্তী জিলাৰ বেদান্ত লিমিটেডৰ তাপবিদ্যুৎ কেন্দ্ৰত সংঘটিত এই শোকাৱহ কাণ্ডত আৰক্ষীয়ে আজি…

এআই + স্মাৰ্টফোন নোভা ২ আল্ট্ৰা বিক্ৰী আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে

এআই+ স্মাৰ্টফোনে নতুনকৈ মুকলি কৰা নোভা ছিৰিজৰ অংশ হিচাপে নিজৰ শেহতীয়া ডিভাইচ নোভা ২ আল্ট্ৰা বিক্ৰী আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে। নোভা সামগ্ৰীসূচীৰ আটাইতকৈ সম্পূৰ্ণ ৰূপ হিচাপে ডিজাইন কৰা নোভা…

সংসদৰ আলোচনাৰ মাজতে মাজনিশা কাৰ্যকৰী হ’ল মহিলা সংৰক্ষণ আইন ২০২৩

দেশৰ সংসদত মহিলাৰ আসন সংৰক্ষণক লৈ চলি থকা তীব্ৰ বাদানুবাদৰ মাজতেই কেন্দ্ৰীয় চৰকাৰে হঠাতে কাৰ্যকৰী কৰিলে ২০২৩ চনৰ সেই পুৰণি আইনখন। লোকসভাত আসন বৃদ্ধি সংক্রান্তীয় নতুন সংবিধান সংশোধনী বিলৰ ওপৰত…

সাংসদ অমৃতপাল সিঙৰ কাৰাবাস; ডিব্ৰুগড়তে ৰখাৰ অনুমতি বিচাৰি উচ্চ ন্যায়ালয়ত পঞ্জাৱ চৰকাৰ

ডিব্ৰুগড় কাৰাগাৰতে ৰখা হওক খালিস্তানী নেতা অমৃতপাল সিঙক। এই অনুৰোধেৰে শেহতীয়াকৈ পঞ্জাৱ চৰকাৰে বৃহস্পতিবাৰে পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ত এখন নতুন আবেদন দাখিল কৰিছে। ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত থকা সাংসদগৰাকীৰ…

বিৰলা ষ্টুডিঅ’, ভোডাফোন আইডিয়াই ‘ৰিল ছে ৰিয়েল ষ্টাৰ’ প্লেটফৰ্ম মুকলিৰে ডিজিটেল প্ৰতিভা অৰ্থনীতিৰ সম্প্ৰসাৰণ

বিৰলা ষ্টুডিঅ’ই ভোডাফোন আইডিয়া লিমিটেডৰ সহযোগিতাত ভাৰতৰ মনোৰঞ্জন উদ্যোগত প্ৰৱেশ সুলভ কৰাৰ লক্ষ্যৰে প্ৰথমবাৰৰ বাবে এই ধৰণৰ মোবাইল-প্ৰথম অভিনয় প্ৰতিভা অন্বেষণ মঞ্চ ‘ৰীল ছে ৰিয়েল ষ্টাৰ’ মুকলি কৰাৰ কথা ঘোষণা…

মণিপুৰৰ ট্ৰংলোবি বিস্ফোৰণ কাণ্ডঃ এনআইএ-ৰ জালত ৫ উগ্ৰপন্থী

মণিপুৰৰ ট্ৰংলোবিত অলপতে সংঘটিত ভয়ংকৰ বোমা বিস্ফোৰণৰ তদন্ত চলাই কেন্দ্ৰীয় তদন্তকাৰী সংস্থা এনআইএ-য়ে আজি পাঁচজন সন্দেহযুক্ত উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰিছে। ৰাজ্যখনৰ শেহতীয়া অশান্ত পৰিৱেশৰ মাজত কূটাঘাতমূলক কাৰ্যৰ সৈতে জড়িত শক্তিসমূহক উৎখাত…

মমমতাৰ দুৰ্গত হিমন্তৰ হুংকাৰ; নিৰ্বাচনী মঞ্চত সীমান্ত আৰু ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি

পশ্চিমবংগত নিৰ্বাচনী যুঁজ তীব্ৰতৰ হৈ পৰাৰ মাজতে বিজেপিৰ হৈ প্ৰচাৰ চলাই মমতা বেনাৰ্জীক লক্ষ্য কৰি লোৱা দেখা গ’ল হিমন্ত বিশ্ব শৰ্মাক। বৃহস্পতিবাৰে কোচবিহাৰ দক্ষিণত আয়োজিত এক বিশাল জনসভাত অংশ লৈ…

বৃন্দাবনৰ নাও দুৰ্ঘটনাৰ এসপ্তাহ পাছত অন্তিমটো মৃতদেহ উদ্ধাৰ; নিহতৰ সংখ্যা ১৬ লৈ বৃদ্ধি

অৱশেষত অন্ত পৰিল যমুনাৰ বুকুত বিগত এটা সপ্তাহে চলি থকা উদ্ধাৰ অভিযানৰ। নাও দুৰ্ঘটনাত নিখোজ হৈ থকা অন্তিমজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে অন্ত পেলোৱা হয় এই উদ্ধাৰ অভিযানৰ। উল্লেখ্য…

তীৰ্থযাত্ৰীৰ গাড়ী দুৰ্ঘটনাগ্ৰস্ত: অন্ধ্ৰপ্ৰদেশত ৮ জনৰ মৃত্যুতে শোকৰ ছাঁ

অন্ধ্ৰপ্ৰদেশৰ কুৰ্নুল জিলাত বৃহস্পতিবাৰে পুৱতি নিশা সংঘটিত এক শোকাবহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱায় কৰ্ণাটকৰ আঠগৰাকী তীৰ্থযাত্ৰীয়ে। এখন যাত্ৰীবাহী পিক-আপ ভান আৰু ট্ৰাকৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত এই শোকাৱহ ঘটনাটো…