Category: Business

বেয়া দিন চলিছে TMCৰ

বেয়া দিনত ৰাজনৈতিক নেতাসকলৰ ঠিকনা সলনি হোৱাতো কোনো নতুন কথা নহয়। তৃণমূল কংগ্ৰেছৰ অতিপাত বেয়া দিনৰ মাজত দলটোৰ মাজত নেতাসকলৰ কন্দলে এই বিপৰ্যয়ক অধিক ধৰাশায়ী ৰূপ। এনে পৰিস্থিতিৰ মাজতে খবৰ…

ফিলিপাইনছত ভয়ংকৰ ভূমিকম্প: ৩৭ জনৰ মৃত্যু, স্থানচ্যুত ৩২ হাজাৰাধিক লোক

ফিলিপাইনছ, ১০ জুন: ফিলিপাইনছত সংঘটিত এক শক্তিশালী ভূমিকম্পই ব্যাপক ধ্বংসযজ্ঞৰ সৃষ্টি কৰিছে। এই দুৰ্যোগত কমেও ৩৭ জন লোকৰ মৃত্যু হোৱাৰ লগতে হাজাৰ হাজাৰ লোক আহত আৰু ক্ষতিগ্ৰস্ত হোৱা বুলি জানিব…

নিয়মীয়া শুনানিৰ বাবে আজি CBI আদালতত হাজিৰ চুমি বৰা

নিয়মীয়া শুনানিৰ বাবে আজি CBI আদালতত হাজিৰ চুমি বৰা।চানমাৰিৰ CBI কোৰ্টৰ পৰা বিশেষ আদালতত উপস্থিত ট্ৰেডিং গোচৰত অভিযুক্ত চুমী বৰা।ইতিমধ্যে CBIয়ে আদালতত দাখিল কৰিছে গোচৰটোৰ চার্জশ্বীট ।শীঘ্ৰে CBI-এ আদালতত আৰম্ভ…

টাটা এআইজিয়ে মুকলি কৰিলে ৫ কোটি টকালৈকে স্বাস্থ্য আৱৰণ থকা বীমা মেডিকেয়াৰ ৰিজাৰ্ভ

টাটা এআইজি জেনেৰেল ইঞ্চুৰেন্স কোম্পানীয়ে মেডিকেয়াৰ ৰিজাৰ্ভ নামৰ এটা নতুন স্বাস্থ্য বীমা সেৱা মুকলি কৰিছে, যাৰ লক্ষ্য হৈছে চিকিৎসাৰ প্ৰয়োজনীয়তা বৃদ্ধিৰ লগে লগে গ্ৰাহকসকলক স্বাস্থ্যৰ আৱৰণ বৃদ্ধি কৰাত সহায় কৰা।…

টিভিএছ মটৰৰ উদ্যোগত পৰিৱেশ সম্পৰ্কীয় কৰ্মশালা, প্ৰকৃতি-কেন্দ্ৰিক বহনক্ষমতা প্ৰতিবেদন প্ৰকাশ

টিভিএছ মটৰ কোম্পানীয়ে প্ৰকৃতি-অনুকূল আৰু জলবায়ু-সহনশীল ব্যৱসায়িক বিকাশৰ সন্দৰ্ভত আলোচনা কৰাৰ উদ্দেশ্যে ২০২৬ চনৰ বিশ্ব পৰিৱেশ দিৱসত এক বহু-অংশীদাৰী কৰ্মশালাৰ আয়োজন কৰে। এই কৰ্মশালাত উদ্যোগ জগতৰ নেতৃবৃন্দ, নীতি নিৰ্ধাৰক, শিক্ষাবিদ…

কামৰ আশাত অৰুণাচল যাত্ৰা! অনাহাৰ আৰু নিৰ্যাতনৰ বলি হোৱা অসমৰ সাত মিচিং যুৱকক উদ্ধাৰ

কৰ্মসংস্থাপনৰ আশাত আপোন ঘৰ-দুৱাৰ এৰি ওলাই গৈছিল তেওঁলোক। কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাৰত মাত্ৰ কেইটামান দিনৰ ভিতৰতে সেই যাত্ৰা এক ভয়ংকৰ দুৰ্বিষহ অভিজ্ঞতালৈ পৰিণত হ’ল। অৰুণাচল প্ৰদেশৰ এটা নিৰ্মাণস্থলীত অনাহাৰ, অমানৱীয়…

ৰক্তাক্ত পিঅ’কে! সেনাবাহিনীৰ নিৰ্বিচাৰ গুলীচালনাত কমেও ৩০ জন নিহত, আহত দুই শতাধিক

পাক অধিকৃত কাশ্মীৰত দীৰ্ঘদিন ধৰি চলি থকা অৰ্থনৈতিক আৰু ৰাজনৈতিক বঞ্চনাই এতিয়া ধাৰণ কৰিছে ভয়াৱহ ক্ষোভৰ ৰূপ। অঞ্চলটোৰ সাধাৰণ জনতাৰ অধিকাৰৰ হকে ধাৰাবাহিক আন্দোলন চলাই অহা এক শক্তিশালী নাগৰিক মঞ্চক…

মহানগৰীত শিশু অপহৰণৰ চেষ্টাৰ অভিযোগক লৈ উত্তপ্ত পৰিস্থিতি; এজনক আটক

মহানগৰীততীব্ৰ আতংকৰ সৃষ্টি কৰিছে শিশু অপহৰণকাৰীয়ে। উলুবাৰী অঞ্চলত মঙলবাৰে দিনদুপৰতে সংঘটিত এক ঘটনাই এতিয়া সমগ্ৰ চহৰখনতে এক তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে। শিশু অপহৰণৰ অভিযোগত বি বৰুৱা মহাবিদ্যালয়ৰ সমীপত একাংশ স্থানীয়…

ভাল খবৰ! অসমৰ প্ৰথম মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হিচাপে ইতিহাস ৰচনা শিৱাংগী সোনোৱালৰ

সমগ্ৰ অসমৰ ভিতৰত প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হিচাপে ইতিহাস ৰচনা কৰিবলৈ সক্ষম হ’ল শিৱাংগী সোণোৱালে। দেশৰ ভিতৰতে সুপ্ৰতিষ্ঠিত নাগপুৰৰ ‘নেশ্যনেল ফায়াৰ চাৰ্ভিচ কলেজ’ৰ পৰা প্ৰথমগৰাকী অসমীয়া মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হিচাপে…

চেন্নাইত অসমৰ যুৱকক নৃশংস হত্যা! পত্নী আৰু বন্ধুক গ্ৰেপ্তাৰ

পুনৰ বহিঃৰাজ্যত এক নৃশংস হত্যাকাণ্ডৰ বলি হ’ল অসমৰ এজন যুৱক। তামিলনাডুৰ চেন্নাই চহৰত যোৱা ৫ জুনত সংঘটিত হয় এই সমগ্ৰ লোমহৰ্ষক হত্যাকাণ্ড। এই জঘন্য অপৰাধৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে…