নিয়মীয়া শুনানিৰ বাবে আজি CBI আদালতত হাজিৰ চুমি বৰা।চানমাৰিৰ CBI কোৰ্টৰ পৰা বিশেষ আদালতত উপস্থিত ট্ৰেডিং গোচৰত অভিযুক্ত চুমী বৰা।ইতিমধ্যে CBIয়ে আদালতত দাখিল কৰিছে গোচৰটোৰ চার্জশ্বীট ।শীঘ্ৰে CBI-এ আদালতত আৰম্ভ কৰিব সাক্ষীৰ ষ্টেটমেণ্ট ৰেকৰ্ডৰ প্ৰক্ৰিয়া। Share this:FacebookX Related Post navigation টাটা এআইজিয়ে মুকলি কৰিলে ৫ কোটি টকালৈকে স্বাস্থ্য আৱৰণ থকা বীমা মেডিকেয়াৰ ৰিজাৰ্ভ ফিলিপাইনছত ভয়ংকৰ ভূমিকম্প: ৩৭ জনৰ মৃত্যু, স্থানচ্যুত ৩২ হাজাৰাধিক লোক