Category: Business

কাজিৰঙাৰ বন্যজন্তুৰ সংৰক্ষণৰ বাবে অনিল আগৰৱালা ফাউণ্ডেচনৰ বৃহৎ পদক্ষেপ

বিলুপ্তপ্ৰায় প্ৰজাতি সংৰক্ষণৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে অনিল আগৰৱাল ফাউণ্ডেচনে (AAF) আজি অসমত অৱস্থিত ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু টাইগাৰ ৰিজাৰ্ভৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ কৰে। অনিল…

স্কোডা অটো ইণ্ডিয়াৰ মুকলি হ’বলগীয়া সৰ্ব-নতুন কম্প্যাক্ট এছ.ইউ.ভি.

স্কোডা অটো ইণ্ডিয়াই আনুষ্ঠানিকভাৱে আগন্তুক সম্পৃক্ত এছইউভি বাহনখনৰ নাম ‘কাইলাক’ ৰাখিছে, যি এক ঐতিহাসিক মুহূৰ্ত হিচাপে চিহ্নিত হৈছে, কাৰণ দেশত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় ‘নেম ইয়ৰ স্কোডা’ অভিযানৰ জৰিয়তে এই নামটো…

চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ

ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিৰ বন্ধৰ দিন সাল-সলনি। ২৩ আগষ্টৰ পৰিৱৰ্তে ২৪ আগষ্ট কৰ্মচাৰীয়ে লাভ কৰিব চৰকাৰী বন্ধ। পূৰ্বে ২৩ আগষ্ট মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ…

ৰাজ্যসভা নিৰ্বাচনত বিজেপিৰ জয়

বিনা প্ৰতিদ্বন্দ্বিতাৰে ৰাজ্যসভা নিৰ্বাচনত বিজেপিৰ জয়! পৰাজয় স্বীকাৰ বিৰোধী পক্ষৰ…লোকসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্বে জয় নিশ্চিত বিজেপি প্ৰাৰ্থীৰ। লোকসভাৰ দুখন আসনৰ বাবে ৩ ছেপ্টেম্বৰত নিৰ্বাচন অনুষ্ঠিত হ’ব। কিন্তু কোনো এগৰাকী…

নৰ্থ-ইষ্ট স্মল ফাইনেন্স বেঙ্কে সমগ্ৰ উত্তৰ-পূব অঞ্চলত ৩০ৰো অধিক শাখা মুৰব্বী নিয়োগ কৰাৰ লক্ষ্য ৰাখিছে

সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰে শাখাসমূহত মুৰব্বী নিয়োগৰ বাবে নৰ্থ-ইষ্ট স্মল ফাইনেঞ্চ বেংকে বৃহৎ নিযুক্তি অভিযানৰ কথা ঘোষণা কৰিছে। অসম, উত্তৰ বংগ, অৰুণাচল প্ৰদেশ আৰু মেঘালয়ত নিজৰ উপস্থিতি শক্তিশালী কৰাৰ বাবে বেংকটোৱে ৩০তকৈ…

ফেমিনা মিছ ইণ্ডিয়া ২০২৪-এ ইয়াৰ ৰাজ্যিক বিজয়ীসকলক ঘোষণা কৰে যিয়ে গ্ৰেণ্ড ফাইনেলত প্ৰতিদ্বন্দিতা কৰিব

টপছ এণ্ড ৰজনীগন্ধা পাৰ্লছৰ সহযোগত আয়োজিত ফেমিনা মিছ ইণ্ডিয়া ২০২৪ৰ হীৰক জয়ন্তী সংস্কৰণৰ গ্ৰেণ্ড ফিনালেত অংশগ্ৰহণ কৰিব লগা ৰাজ্যিক বিজয়ীসকলৰ নাম ঘোষণা কৰিছে। ৬০সংখ্যক ফেমিনা মিছ ইণ্ডিয়াৰ বিজয়ীগৰাকীয়ে ৭৩ সংখ্যক…

এমজি উইণ্ডছৰ ঘোষণা কৰিছে ‘ইনফিনিটী ভিউ গ্লাছ ৰুফ’

জেএছডব্লিউ এমজি মটৰ ইণ্ডিয়াই শেহতীয়া ভিডিঅ’ত বহু প্ৰত্যাশিত ভাৰতৰ প্ৰথমখন বুদ্ধিদীপ্ত ক্ৰছ অভাৰ ইউটিলিটী বাহন এম জি উইণ্ডছৰৰ ‘ইনফিনিটী গ্লাছ ৰুফ’ মুকলি কৰিলে। এই বাহনখনত এটা অভিনৱ বেচপক ডিজাইন আছে,…

এনচিএলটিয়ে শ্লাইচ আৰু নৰ্থ ইষ্ট স্মল ফাইনেন্স বেঙ্কৰ একত্ৰীকৰণৰ অনুমোদন জনাইছে

দেশৰ গ্ৰাহকসকলক ধন পৰিশোধ আৰু ঋণ প্ৰদান কৰা আগশাৰীৰ প্ৰতিষ্ঠান শ্লাইচৰ সৈতে নৰ্থ-ইষ্ট স্মল ফাইনেঞ্চ বেংক(এনইএছএফবি)ৰ একত্ৰিকৰণৰ বাবে ৰাষ্ট্ৰীয় কোম্পানী আইন ন্যায়াধিকৰণ(এনচিএলটি)-এ অনুমোদন জনাইছে। এনচিএলটিৰ গুৱাহাটী বিচাৰপীঠে এনইএছএফবি, শ্লাইচ আৰু…

এছবিআই সাধাৰণ বীমাই নাগালেণ্ড দুৰ্যোগ বিপদাশংকা স্থানান্তৰ পেৰামেট্ৰিক বীমা সমাধান ৰূপায়ণৰ বাবে এনএছডিএমএ-ৰ সৈতে এক বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে

দুৰ্যোগৰ সময়ত বহনক্ষমতা বৃদ্ধিৰ বাবে কৌশলগত পদক্ষেপ হিচাপে নাগালেণ্ড ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ(এনএছডিএমএ)ই এছবিআই জেনেৰেল ইঞ্চুৰেন্সৰ সৈতে নাগালেণ্ড ডিজেজষ্টাৰ ৰিস্ক ট্ৰেন্সফাৰ পেৰামেট্ৰিক ইঞ্চুৰেন্স চল্যুচন(ডি আৰ টি পি আই এছ) কাৰ্যকৰী…

ডাঃ ৰস্না দাস হাজৰিকাই শিশুসকলৰ বাবে বাৰ্ষিক ফ্লু টিকাকৰণৰ পৰামৰ্শ দিয়ে কিয়নো অনিয়মীয়া বাৰিষাই স্বাস্থ্যৰ বিপদাশংকা বৃদ্ধি কৰে

মৌচুমীৰ আগমনত সমগ্ৰ দেশজুৰি সৃষ্টি হোৱা বাৰিষাৰ এই সময়ছোৱাতঅস্বাভাৱিক বতৰৰ বাবে শিশুৰ মাজত ফ্লুৰ আশংকা বৃদ্ধি পোৱাৰ বাবে উদ্বেগ প্ৰকাশ কৰিছে আৰআইজিপিএ চিলড্ৰেন’ছ ক্লিনিকৰ জ্যেষ্ঠ পৰামৰ্শদাতা তথা শিশু ৰোগ বিশেষজ্ঞ…