Category: Business

এক্সিছ মিউচুৱেল ফাণ্ডে ভাৰতৰ বৰ্ধিত উপভোক্তা বজাৰক মূলধন কৰিবলৈ এক্সিছ কনজাম্পচন ফাণ্ড ঘোষণা কৰিছে

এক্সিছ মিউচুৱেল ফাণ্ডে নিজৰ এক্সিছ কনজাম্পচন ফাণ্ড মুকলি কৰাৰ কথা ঘোষণা কৰিছে, যি হৈছে ভাৰতৰ সৰ্বাধিক ব্যৱহৃত খণ্ডক উদ্দেশ্যি মুকলি কৰা এক বিষয়গত ইকুইটি পদক্ষেপ। ২০২৪ৰ ২৩ আগষ্টত আৰম্ভ হোৱা…

বানৰ তাণ্ডৱ বাংলাদেশত

প্ৰকৃতিৰ ৰোষত পৰিছে বাংলাদেশ। শেহতীয়াকৈ বানে তাণ্ডৱৰ সৃষ্টি কৰিছে বাংলাদেশৰ দক্ষিণ-পূব অঞ্চলত। বানৰ ফলত অঞ্চলটোৰ বিদ্যুৎ সেৱাৰ বিস্তৰ ক্ষতিসাধন হৈছে। বানৰ কবলত পৰা ৯ খন জিলাৰ মুঠ ৯ লাখ ২৮…

পুনৰ জঘন্য কাণ্ড ৰাজ্যত

ৰাজ্যত যেন নিত্য নৈমিত্তিক ঘটনাত পৰিণত হৈছে নাৰী নিৰ্যাতন। বিগত ২-৩ দিন ধৰি বিভিন্ন ঠাইত সংঘটিত হৈ আহিছে জঘন্য কাণ্ড। ধাৰাবাহিকভাৱে একাংশৰ কামনাৰ বলি হৈ আহিছে কিশোৰী, যুৱতী নাবালিকাকে ধৰি…

জৱা য়েজদি মটৰচাইকেলে ২০২৪ জাৱা ৪২ মুকলি কৰিছে

জাৱা য়েজদি মটৰ চাইকেলে নব্য ক্লাছিক মটৰ চাইকেল ছেগমেণ্টত নতুন মানদণ্ড স্থাপন কৰি ২০২৪ জাৱা ৪২ বাইক মুকলি কৰিছে। নতুন জে-পেন্থাৰ ইঞ্জিনৰ সৈতে এই বাইকখনে ২৭.৩২ পিএছ শক্তি আৰু ২৬.৮৪…

চিয়েট ক্ৰিকেট ৰেটিং বঁটাবোৰে সমগ্ৰ বিশ্বজুৰি ক্ৰিকেটৰ উৎকৰ্ষতাক সন্মান জনাই ২৬ তম সংস্কৰণ উদযাপন কৰে

ভাৰতৰ প্ৰধান টায়াৰ নিৰ্মাতা প্ৰতিষ্ঠান চিয়েটে সমগ্ৰ বিশ্বতে ক্ৰিকেটৰ জনপ্ৰিয়তাক উদযাপন কৰি চিয়েট ক্ৰিকেট ৰেটিং (চিচিআৰ) বঁটা প্ৰদান অনুষ্ঠানৰ ২৬ সংখ্যক সংস্কৰণৰ সুকলমে আয়োজন কৰে। মুম্বাইত অনুষ্ঠিত এক বৰ্ণিল অনুষ্ঠানত…

ফ্লিপকাৰ্ট গ্ৰুপৰ সমৰ্থিত ক্ৰেডিট প্ৰথম ইউপিআই সেৱা প্লেটফৰ্ম চুপাৰ.মানি

ফ্লিপকাৰ্ট গ্ৰুপৰ সমৰ্থিত ক্ৰেডিট প্ৰথম ইউপিআই সেৱা প্লেটফৰ্ম চুপাৰ.মানি-এ সফল বেটা পৰ্যায়ৰ অন্তত আনুষ্ঠানিকভাৱে নিজৰ এপ মুকলি কৰিলে। বেটা পৰীক্ষণৰ সময়ছোৱাতে এই এপটো প্ৰায় ১ মিলিয়ন লোকে ডাউনলোড লাভ কৰিছিল…

নেপালত বাছ দুর্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি

শুকুৰবাৰে নেপালত সংঘটিত হোৱা বাছ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ২৭ জনলৈ বৃদ্ধি পাইছে। নিহত লোকসকলৰ ভিতৰত ২৪টা মৃতদেহ চিনাক্ত কৰা হৈছে আৰু এই আটাইকেইগৰাকী লোক মহাৰাষ্ট্ৰৰ বাসিন্দা বুলি জানিব…

ফ্লিপকাৰ্ট সমৰ্থই শিল্পী সকলক শক্তিশালী কৰাৰ আৰু যুৱসকলক শক্তিশালী কৰাৰ দৃষ্টিৰে ৫ বছৰ পূৰ্ণ কৰিছে

দেশৰ আগশাৰীৰ ই-কমাৰ্চ বজাৰ ফ্লিপকাৰ্টে শিল্পী, শিপিনী, কাৰিকৰ, আত্মসহায়ক গোট, মহিলা আৰু গ্ৰাম্য উদ্যোগীসকলক শক্তিশালী কৰাৰ বাবে সমৰ্পিত এক অনুষ্ঠান সমৰ্থৰ ৫ বছৰীয়া মাইলৰ খুঁটি উদযাপন কৰিছে। ২৫০তকৈও অধিক উদ্যোগখণ্ডৰ…

ধিংত উত্তাল পৰিৱেশ

নাবালিকাৰ ধৰ্ষণক কেন্দ্ৰ কৰি নগাঁৱৰ ধিঙত উত্তাল পৰিৱেশে বিৰাজ কৰিছে । দুৰ্বৃত্তৰ কামনাৰ বলি হোৱা দশম শ্ৰেণী ছাত্ৰীগৰাকী বৰ্তমান চিকিৎসাধীন নগাঁও মেডিকেল কলেজত । ইফালে ছাত্ৰ সন্থাৰ আহ্বানত পুৱাৰে পৰা…

পুনৰ উদ্ধাৰ বোমা

অসম-অৰুণাচল সীমান্তত ৬ কুইণ্টল ওজনৰ বোমা উদ্ধাৰ । ঘটনাস্থলীত উপস্থিত আৰক্ষী-বায়ুসেনা বাহিনীৰ লোক।ৰাজ্যত বৰ্তমানো অব্যাহত বোমাতংক। ১৫ আগষ্টৰ স্বাধীনতা দিৱসত বিস্ফোৰণৰ উদ্দেশ্যেৰে ২৫টা স্থানত বোমা স্থাপনৰ দায়িত্ব স্বীকাৰ কৰিছিল আলফা…