Assam কংগ্ৰেছৰ চৰিত্ৰ সলনি হ’লেহে পদত্যাগ উঠাই লোৱাৰ কথা চিন্তা কৰিমঃ ভূপেন বৰা February 17, 2026 Paromita ৰাজ্যিক কংগ্ৰেছৰ নেতৃত্বক কেন্দ্ৰ কৰি সৃষ্টি হোৱা তীব্ৰ মতভেদৰ মাজতে মঙলবাৰে এক গুৰুত্বপূৰ্ণ চৰ্ত আৰোপ কৰে প্ৰাক্তন সভাপতি ভূপেন বৰাই। সোমবাৰে দলীয় পদৰ পৰা পদত্যাগ কৰা বৰাই এতিয়া স্পষ্ট কৰি…
Assam অসমক ১০ লাখ কোটিৰ অৰ্থনীতি গঢ়ি তোলাৰ লক্ষ্যৰে ঘোষণা বাজেটঃ শিক্ষা, স্বাস্থ্য আৰু আন্তঃগাঁথনিত অভূতপূৰ্ব গুৰুত্ব February 17, 2026 Paromita ২০২৮ চনৰ ভিতৰত অসমক ১০ লাখ কোটিটকীয়া অৰ্থনীতিলৈ ৰূপান্তৰ কৰাৰ এক অভিলাষী লক্ষ্যৰে সোমবাৰে দাখিল কৰা হয় ২০২৬-২৭ বৰ্ষৰ ৰাজ্যিক বাজেট। অৰ্থনৈতিক বিকাশ, সমাজ কল্যাণ, আন্তঃগাঁথনি সম্প্ৰসাৰণ আৰু যুৱ সবলীকৰণক…
Assam বিজেপিত যোগদান কৰিব ভূপেন বৰাই! দেবব্ৰত শইকীয়াৰ বিস্ফোৰক মন্তব্যই জোকাৰিছে ৰাজ্যৰ ৰাজনীতি February 17, 2026 Paromita কংগ্ৰেছ ত্যাগৰ হুংকাৰ দিয়া প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই অতি শীঘ্ৰেই গেৰুৱা দলত যোগদান কৰাৰ সম্ভাৱনা এতিয়া তীব্ৰতৰ হৈ পৰিছে। মঙলবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ আগত বিৰোধী দলপতি দেবব্ৰত শইকীয়াই…
Assam এইবাৰ বিপদত অভিনেত্ৰী আমিষা পেটেল! ১০ বছৰ পুৰণি গোচৰত জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি আদালতৰ February 16, 2026 Paromita চেক বাউন্সৰ গোচৰত অভিনেতা ৰাজপাল যাদৱলৈ সকাহ অহাৰ বিপৰীতে এক পুৰণি গোচৰত এতিয়া বিপাঙত পৰিছে বলীউডৰ অভিনেত্ৰী আমিষা পেটেল। সোমবাৰে মোৰাদাবাদৰ এচিজেএম-৫ আদালতে অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে এক জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি…
Assam দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন; অসম বিজেপিত ব্যাপক তৎপৰতা February 16, 2026 Paromita আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত অহা ১৮ ফেব্ৰুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে ৰাজ্যত উপস্থিত হ’ব বিজেপিৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন। কেন্দ্ৰীয় নেতাগৰাকীয়ে ডিব্ৰুগড়ত এক বিশাল বুথ সন্মিলনত অংশ লোৱাৰ লগতে উজনি অসমৰ…
Assam অসম লোকসেৱা আয়োগৰ ল’ৰা ধেমালি! ভুলৰ অজুহাতত বাতিল কৰা হ’ল সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ ফলাফল February 16, 2026 Paromita পৰীক্ষাৰ ফলাফল ঘোষণাৰ নামত ল’ৰা ধেমালি অসম লোকসেৱা আয়োগৰ। আজি ঘোষণা কৰা ২০২৪ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ (চিচিই) ফলাফল এক জাননীৰ জৰিয়তে হঠাতে বাতিল কৰাৰ সিদ্ধান্ত লয় আয়োগে। এটা গুৰুতৰ…
Assam গুৱাহাটী বিশ্ববিদ্যালয় বাইপাছৰ হোটেলত আৰক্ষীৰ অভিযান ; গ্ৰাহকক বিক্ৰী কৰি থকা অৱস্থাত গো-মাংসসহ এজনক গ্ৰেপ্তাৰ February 16, 2026 Sonakshi Sarkar সাতমাইলৰ পৰা জালুকবাৰী সংযোগী গুৱাহাটী বিশ্ববিদ্যালয় বাইপাছৰ দাঁতিত থকা বহু হোটেলত দিনে নিশাই নিষিদ্ধ গো- মাংস গ্ৰাহকক বিক্ৰী কৰি অহা আৰু তেনে হোটেলৰ বিৰুদ্ধে কঠোৰ আইনগত ব্যবস্থা গ্ৰহণ কৰাৰ দাবীত…
Assam ৩৪তম ডাউন টাউন ৰাজহুৱা বক্তৃতা আৰু বঁটা প্ৰদান অনুষ্ঠান February 16, 2026 Sonakshi Sarkar ডাউন টাউন হাস্পতালে ২ ফেব্ৰুৱাৰী ২০২৬ তাৰিখৰ পৰা চিকিৎসক আৰু কৰ্মচাৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতাৰ জৰিয়তে নিজৰ ৩৭ বছৰীয়া প্ৰতিষ্ঠা দিৱস উদ্যাপন কৰে। এই উদ্যাপনৰ মাজত এটা দুদিনীয়া বৃহৎ স্বাস্থ্য মেলাৰো…
Assam বাৰ্ণ কেয়াৰ ফাউণ্ডেশ্বনৰ উদ্যোগত গুৱাহাটীত দুদিনীয়াকৈ ‘বাৰ্ণ কেয়াৰ ডে’ উদযাপন February 14, 2026 Sonakshi Sarkar অগ্নিদগ্ধ ৰোগীৰ নানাধৰণৰ সমস্যাসমূহ, ৰোগীৰ ফলপ্ৰসু চিকিৎসাৰ ফলত হোৱা পৰিবৰ্তন সমূহ আৰু জুয়ে পোৰা আঘাতৰ প্ৰতিৰোধ আৰু প্ৰাথমিক সাহায্যৰ বিষয়ে সৰ্বসাধাৰণ ৰাইজক অৱগত কৰাৰ বাবে গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালৰ সামাজিক গোট…
Assam ইতিহাস ৰচনা উত্তৰ-পূৰ্বাঞ্চলতঃ ডিব্ৰুগড়ত প্ৰথম জৰুৰীকালীন বিমান অৱতৰণ কেন্দ্ৰ উদ্বোধন February 14, 2026 Sonakshi Sarkar উত্তৰ-পূৰ্বাঞ্চলৰ সামৰিক আৰু অসামৰিক যাতায়াত ব্যৱস্থাত এক নতুন মাত্ৰা প্ৰদান কৰি শুকুৰবাৰে ডিব্ৰুগড়ত মুকলি কৰা হ’ল প্ৰথমটো জৰুৰীকালীন বিমান অৱতৰণ সুবিধা (ইএলএফ)। নিৰ্বাচনমুখী অসম ভ্ৰমণৰ অংশ হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে…