Assam বেংগালুৰুৰ পৰা বিমানেৰে গুৱাহাটীলৈ প্ৰেমিকক লগ ধৰিবলৈ অহা অৱস্থাত বৰঝাৰ বিমানবন্দৰত ভুৱা আধাৰ কাৰ্ডসহ ধৰা পৰিল প্ৰেমিকাৰূপী ৰ বাংলাদেশৰ যুৱতী June 19, 2026 Sonakshi Sarkar অসমত ধৰা পৰা বাংলাদেশী নাগৰিকক সেই দেশলৈ খেদি পঠিয়াই দিয়াক কেন্দ্ৰ কৰি ভাৰতৰ সীমান্ত নিৰাপত্তা বাহিনী (বি এছ এফ ) আৰু বাংলাদেশৰ বৰ্ডাৰ গাৰ্ড বাংলাদেশ ( বি জি বি )…
Assam গুৱাহাটীৰ চমকৰ নামত মচি পেলোৱা হ’ল প্ৰাণৰ শিল্পীৰ প্ৰতিচ্ছবি! ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া June 18, 2026 Paromita অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক কেন্দ্ৰ কৰি পুনৰ তীব্ৰ আলোচনাৰ সৃষ্টি হৈছে ৰাজ্যজুৰি। গুৱাহাটীৰ গণেশগুৰি উৰণীয়া সেতুৰ তলত দীৰ্ঘদিন ধৰি থকা “COMRADE NEVER DIE” শীৰ্ষক মিউৰেল মচি পেলোৱাৰ পাছতেই সামাজিক…
Assam গুৱাহাটী, ডিব্ৰুগড় আৰু শিলচৰৰ বাবে প্ৰস্তুত হ’ব অৰ্থনৈতিক উন্নয়নৰ বিশেষ ৰোডমেপ June 18, 2026 Paromita অসমৰ তিনিখন প্ৰধান নগৰীক সামৰি আৰম্ভ হৈছে নতুন অৰ্থনৈতিক উন্নয়ন পৰিকল্পনা প্ৰস্তুতৰ প্ৰক্ৰিয়া। এই পৰিকল্পনাৰ জৰিয়তে নগৰকেইখনৰ অৰ্থনৈতিক সম্ভাৱনা, বিনিয়োগৰ সুযোগ আৰু ভৱিষ্যৎ উন্নয়নৰ দিশসমূহ চিহ্নিত কৰাৰ পদক্ষেপ লোৱা হৈছে।…
Assam বিধায়ক হাবে টেৰণক বিধানসভাৰ উপাধ্যক্ষ পদৰ প্ৰাৰ্থী ঘোষণা শাসকীয় মিত্ৰজোঁটৰ June 18, 2026 Paromita অসম বিধানসভাৰ উপাধ্যক্ষ পদৰ নিৰ্বাচনক লৈ তৎপৰতা আৰম্ভ হৈছে। এই পৰিপ্ৰেক্ষিততে আমৰি সমষ্টিৰ বিধায়ক ডাঃ হাবে টেৰণক শাসকীয় মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সামাজিক মাধ্যমত প্ৰকাশ…
Assam হৃদয় বিদাৰক! ভয়ংকৰ পথ দুৰ্ঘটনাত একেলগে মৃত্যু চাৰি সহোদৰ ভাতৃৰ June 18, 2026 Paromita পৰিয়ালৰ জীৱিকা নিৰ্বাহৰ দায়িত্ব কান্ধত তুলি প্ৰতিদিনৰ দৰে কৰ্মস্থলীলৈ ওলাই গৈছিল চাৰি সহোদৰ ভাতৃ। কিন্তু সন্ধিয়া ঘৰলৈ উভতি অহাৰ প্ৰতিশ্ৰুতি অপূৰণীয় হৈ ৰ’ল। ৰাজস্থানৰ বালোতৰা জিলাত সংঘটিত এক ভয়ংকৰ পথ…
Assam খাৰুৱা তেলৰ মূল্য কমিলেও তৎক্ষণাৎ ইন্ধনৰ দাম হ্ৰাস সম্ভৱ নহয়ঃ কেন্দ্ৰীয় মন্ত্ৰী সুৰেশ গোপী June 18, 2026 Paromita আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য হ্ৰাস পালেও তৎক্ষণাৎ দাম কমাব নোৱাৰি ইন্ধনৰ। কম মূল্যৰ তেল ভাৰতত উপনীত হ’বলৈ সময় লাগিব। – ইন্ধনৰ মূল্যবৃদ্ধিক লৈ চলি থকা আলোচনাৰ মাজতে এই মন্তব্য…
Assam কঠোৰ নিৰাপত্তাৰ মাজত ইম্ফলৰ RIMS ৰ পৰা স্থানান্তৰ ৩ আহত কুকি যুৱকক June 17, 2026 Tarali সোমবাৰে কাংপোকপি জিলাত প্ৰতিদ্বন্দ্বী গোটৰ সৈতে হোৱা গুলীয়াগুলীত আহত হোৱা তিনিজন কুকি যুৱকক নিশা প্ৰায় ১২ বজাত কঠোৰ নিৰাপত্তা ব্যৱস্থাৰ মাজত ইম্ফলৰ আঞ্চলিক চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান (RIMS) ৰ পৰা স্থানান্তৰ…
Assam সীমান্তৰ পৰা অপহৃত কাছাৰৰ কৃষক; নিশাই বিএজিবিয়ে চমজাই দিলে ভাৰতক June 17, 2026 Paromita ভাৰত-বাংলাদেশ সীমান্তত অবৈধ অনুপ্ৰৱেশক লৈ অব্যাহত থকা বিতৰ্কৰ মাজতে এইবাৰ অপহৃত হ’ল অসমৰ এজন কৃষক। কাছাৰ জিলাৰ ৰঞ্জিত দাস নামৰ কৃষকজনক মঙলবাৰে পুৱা সীমান্তসংলগ্ন এলেকাৰ পৰা বাংলাদেশী লোকৰ এটা দলে…
Assam বকোত হাতীৰ দাঁতসহ দুজন আটক; অসম-মেঘালয় সীমান্তত বন বিভাগৰ অভিযান June 17, 2026 Paromita বন্যপ্ৰাণীৰ অংগ-প্ৰত্যংগৰ অবৈধ সৰবৰাহ ৰোধৰ অভিযানৰ মাজতে এইবাৰ অসম-মেঘালয় সীমান্তত জব্দ হ’ল সন্দেহযুক্ত হাতীৰ দাঁত। এই ঘটনাৰ সৈতে জড়িত অভিযোগত দুজন লোককো আটক কৰে বন বিভাগ আৰু বন্যপ্ৰাণী সুৰক্ষা সংস্থাৰ…
Assam বশিষ্ঠ আৰক্ষীৰ অভিযানত নিষিদ্ধ ড্ৰাগছসহ আটক সৰবৰাহকাৰী June 17, 2026 Paromita নিষিদ্ধ ড্ৰাগছৰ সৰবৰাহ ৰোধৰ অভিযানৰ মাজতে এইবাৰ মহানগৰীৰ লালমটিয়া-বেহাৰবাৰী এলেকাত আৰক্ষীৰ জালত পৰিল এজন কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী। বশিষ্ঠ আৰক্ষীয়ে চলোৱা এক অভিযানত বকল গোল মহম্মদ আলীক আটক কৰাৰ লগতে জব্দ…