Category: Assam

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত প্ৰতিবাদী পদযাত্ৰা

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত গুৱাহাটী মহানগৰীত প্ৰতিবাদী সমদল। অসম জাতীয় জনগোষ্ঠীয় ২৫ টা দল সংগঠনৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়। খানাপাৰা খেলপথাৰৰ পৰা ওলোৱা এই প্ৰতিবাদী পদযাত্ৰাত কেইবাশতাধিক লোকে…

গুৱাহাটী মহানগৰীক লৈ  বিশেষ পদক্ষেপ গ্ৰহণ  গুৱাহাটী পৌৰ নিগমৰ

গুৱাহাটী মহানগৰীক লৈ বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে গুৱাহাটী পৌৰ নিগমে। গুৱাহাটী মহানগৰীৰ পথ নিৰ্মাণ , ৰাজহুৱা প্ৰশ্ৰাৱগাৰ , প্ৰেক্ষাগৃহ নিৰ্মাণৰ লগতে বিজুলী বাতি লগোৱাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে গুৱাহাটী…

বিকাশ অসমৰ আত্মসমৰ্পণ

অৱশেষত আত্মসমৰ্পণ কৰিলে বীৰ লাচিত সেনাৰ কামৰূপ মহানগৰ জিলাৰ মুখ্য সচিব পদৰ বহিষ্কৃত নেতা বিকাশ অসমে। শনিবাৰে দিছপুৰ থানত আত্মসমৰ্পণ কৰে নেতাজনে। আত্মসমৰ্পণৰ পিছতে দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বিকাশ অসমক।…

জনপ্ৰিয় অভিনেত্ৰী সংগীতা বিজলানীৰ অংশগ্ৰহণৰে অপৰূপাৰ উদ্যোগত কৰ্কট ৰোগ বিষয়ক সজাগতা অনুষ্ঠান

কৰ্কট ৰোগত আক্ৰান্ত লোকৰ সহায়ৰ হকে জন্মলগ্নৰে পৰা কাম কৰি অহা অনা চৰকাৰী সংস্থা ‘অপৰূপা’ৰ বাৰ্ষিক অনুষ্ঠান “অপৰূপা মহিয়সী যুঁজাৰু নাৰী বঁটা” আৰু অপৰূপা বঁটা প্ৰদান অনুষ্ঠানটো ২৬ অক্টোবৰত গুৱাহাটীৰ…

অনাতাঁৰ শিল্পী চৈয়দ চাদুল্লাৰ বিয়োগ

বিশিষ্ট কণ্ঠশিল্পী, গীতিকাৰ, সুৰকাৰ তথা আকাশবাণী ডিব্ৰুগড়ৰ প্ৰথমগৰাকী বাতৰি পৰিৱেশক চৈয়দ চাদুল্লাৰ বিয়োগত। বৃহস্পতিবাৰে পুৱা ১০ বাজি ৩৩ মিনিটত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰে চৈয়দ ছাদুল্লাই। ৭৭ বছৰ…

৭ নৱেম্বৰত কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণে উদ্বোধন কৰিব গুৱাহাটী গেটৱে টাৰ্মিনেল আৰু গুৱাহাটী ৰিভাৰ ফ্ৰণ্ট

গুৱাহাটী বাসীৰ বাবে সুখবৰ। নৱেম্বত মুকলি হ’ব গুৱাহাটী গেটৱে টাৰ্মিনেল আৰু ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট। মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে নিশা এই প্ৰকল্প পৰিদৰ্শন কৰি মুকলিৰ কথা ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীয়ে…

মহাবাহু ব্ৰহ্মপুত্ৰত জুবিন গাৰ্গৰ ছিটা ভস্ম বিসৰ্জন

জুবিন গাৰ্গৰ কথা ৰাখি মহাবাহু ব্ৰহ্মপুত্ৰত উটুৱাই দিয়া হ’ল জুবিনৰ চিতাভস্ম । ধৰ্মীয় ৰীতি-নীতিৰ মাজেৰে বুধবাৰে এই কাৰ্য সম্পন্ন কৰা হয় । ব্ৰহ্মপুত্ৰত জুবিন গাৰ্গৰ অস্থি বিসৰ্জন দি চকুলো টুকিছে…

জনজাতিকৰণৰ দাবীত কঁপাই তোলে মৰাণৰ ৰাজপথ

৬০০ বছৰ ৰাজ শাসন কৰা টাই আহোম সকলে নিজৰ জাতীয় অস্তিত্ব ৰক্ষাৰ বাবে ধাৰাবাহিকভাৱে ৰাজপথত নামিবলগা হৈছে । জনগোষ্ঠীটোৰ ৰাইজে জনজাতিকৰণৰ দাবীত ধাৰাবাহিক প্ৰতিবাদ সাব্যস্ত কৰিছে আহিছে । প্ৰতিখন চৰকাৰে…

“ৰৈ ৰৈ বিনালে”ক কৰমুক্ত ঘোষণা কৰিবলৈ অসম চৰকাৰক আহ্বান গৌৰৱ গগৈৰ

অহা ৩১ অক্টোবৰ তাৰিখে মুক্তি পাবলগীয়া অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ অভিনীত অন্তিমখন ছবি “ৰৈ ৰৈ বিনালে”ক কৰমুক্ত কৰিবলৈ অসম চৰকাৰক অনুৰোধ জনাই মুখ্যমন্ত্ৰীলৈ প্ৰত্ৰ প্ৰেৰণ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি…

ব্ৰহ্মপুত্ৰত বিসৰ্জন জুবিনৰ চিতাভষ্ম

মই মৰিলে মোক ব্ৰহ্মপুত্ৰত উটুৱাই দিবি।’ জুবিন গাৰ্গৰ এই কথা ৰাখি মহাবাহু ব্ৰহ্মপুত্ৰত বিসৰ্জন দিয়া হ’ল জুবিনৰ চিতাভস্ম। ধৰ্মীয় ৰীতি-নীতিৰ মাজেৰে বুধবাৰে জুবিনৰ চিতাভষ্ম ব্ৰহ্মপুত্ৰত উটুৱাই দিয়া হয় । ব্ৰহ্মপুত্ৰত…