Category: Assam

আশা কৰা মতে হোৱাৰ বাবে ভাল লাগিছে । বহু কষ্ট কৰি এছ আই টিয়ে ইমান দিন ধৰি তদন্ত কৰিলে, তাৰ বাবে ধন্যবাদ জনাইছোঁ –গৰিমা শইকীয়া গাৰ্গ

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ চাৰ্জশ্বিট দাখিলৰ দিনটোত জুবিন ক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি গৰিমা শইকীয়া গাৰ্গৰ । বিভিন্নজনৰ চাকি-বন্তি জ্বলাই গানৰ ভগৱানক স্মৰণ ।এই বিশেষ দিনটোত প্ৰাণৰ শিল্পীগৰাকীৰ সহধৰ্মিণী গৰিমা শইকীয়া গাৰ্গ,…

উত্তৰ পূৱ ভাৰত, ভূটান আৰু নেপালৰ ৫০০ৰো অধিক প্ৰতিনিধিৰ অংশগ্ৰহণৰে ডাউন টাউন হস্পিতালৰ উদ‍্যোগত সফলৰূপত সম্পন্ন হ’ল “অষ্টম উত্তৰ পূৱ ৰোগী সুৰক্ষা কনক্লেভ ২০২৫”

গুৱাহাটী স্থিত ডাউন টাউন হস্পিতালে আয়োজন কৰা “অষ্টম উত্তৰ পূৱ ৰোগী সুৰক্ষা কনক্লেভ ২০২৫” আজি সফলভাৱে অনুষ্ঠিত হৈ যায়। উত্তৰ পূৱ ভাৰত, ভূটান আৰু নেপালৰ ৫০০ৰো অধিক প্রতিনিধিয়ে এই কনক্লেভত…

শ্বহীদ স্মাৰক উদ্বোধন কৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে সন্ধিয়া শ্বহীদ স্মাৰক উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰীয়ে কয় যে অসমীয়া মানুহৰ ভূমি, সংস্কৃতি আৰু পৰিচয় ৰক্ষাৰ বাবে প্ৰাণ আহুতি দিয়া মহান…

ডাউন টাউন বিশ্ববিদ্যালয়ত অষ্টম উত্তৰ পুর ৰোগী সুৰক্ষা সম্মিলনী ২০২৫

এইবাৰ অষ্টম উত্তৰ পুর ৰোগী সুৰক্ষা সম্মিলনী’ ঘন ২০২৫ বর্ষৰ ডিচেম্বৰ মাহৰ ১২ আৰু ১৩ তাৰিখে পানীযাইটি স্থিত অসম ডাউন টাউন বিশ্ববিদ্যালয়ত অনুস্থিত কৰা হ’ব বুলি ডাউন টাউন হস্পিটালে জানিবলৈ…

ৰূপহীহাটত দ্বিতীয়টো উচ্ছেদৰ বাবে সাজু হৈছে প্ৰশাসন

ৰূপহীহাটত দ্বিতীয়টো উচ্ছেদৰ বাবে সাজু হৈছে প্ৰশাসন।চামগুৰি ৰাজহচক্ৰৰ খাটোৱাল মৌজাৰ বেলগুৰি কছাৰীগাওঁ কিচামতৰ ৩নং দাগৰ ৩৮০বিঘাৰো অধিক ভূমিত চলিব এই উচ্ছেদ।চামগুৰি ৰাজহচক্ৰৰ প্ৰায় ৩৮০বিঘাৰো অধিক ভূমিত চলিব উচ্ছেদ অভিযান ।…

ইণ্ডিগ’ৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে ভাৰত চৰকাৰে

দেশৰ বিমান খণ্ডত একচেটিয়াভাৱে দেখল কৰি ৰখা দেশৰ সৰ্ববৃহৎ বিমান সংস্থা ইণ্ডিগ’ৰ বিমান সেৱা সোমবাৰেও ব্যাহত হৈ থাকে। আজি ৫০০ খনতকৈ অধিক বিমান বাতিল কৰে ইণ্ডিগ’ই। যাৰ ফলত বিমানবন্দৰত যাত্ৰীসকলে…

বন্দে মাতৰম গীতৰ ১৫০ বছৰীয়া জয়ন্তী উপলক্ষে লোকসভাত আলোচনা

বন্দে মাতৰম গীতৰ ১৫০ বছৰীয়া জয়ন্তী উপলক্ষে সোমবাৰে লোকসভাত এক আলোচনা হয়। সংসদৰ শীতকালীন অধিৱেশনত আজি বন্দে মাতৰম ১৫০ বছৰীয়া জয়ন্তী উপলক্ষে হোৱা আলোচনাত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ…

১২ ডিচেম্বৰত আদালতত দাখিল কৰা হ’ব জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ অভিযোগনামা

ছিংগাপুৰত জনতাৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত বিশেষ তদন্তকাৰী গোটে অহা ১২ ডিচেম্বৰত আদালতত অভিযোগনামা দাখিল কৰিব। আজি উলুবাৰীত থকা অপৰাধ অনুসন্ধান বিভাগৰ কাৰ্য্যালয়ত আয়োজিত এখন সংবাদমেলত বিশেষ…

সৰ্বভাৰতীয় ৰেলৱে ভলীবল প্ৰতিযোগিতাত ৰাণাৰ্ছ আপৰ খিতাপ লাভ কৰা দলটোক এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ সম্বৰ্ধনা

উত্তৰ প্ৰদেশৰ গোৰখপুৰত ২ ডিচেম্বৰত সামৰণি পৰা সৰ্বভাৰতীয় ৰেলৱে ভলীবল প্ৰতিযোগিতাত এন এফ ৰেলৱে ক্ৰীড়া সংস্থাৰ দলটোৱে ৰাণাৰ্ছ আপৰ খিতাপ লাভ কৰিবলৈ সক্ষম হৈছে। আনহাতে আজি দলটো আহি মালিগাঁৱত উপস্থিত…

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক ফিফা শান্তি বঁটা প্ৰদান

২০২৬ চনটো ক্ৰীড়া অনুৰাগীৰ বাবে এটা ডাঙৰ বছৰ হিচাপে পৰিগণিত হ’ব। সকলোৱে ফিফা বিশ্বকাপৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে। এইবাৰ ফিফা বিশ্বকাপ আমেৰিকা, কানাডা, মেক্সিকোৰ যৌথ আয়োজন কৰিছে। ফিফাই ৫…