Category: Assam

২০২৪ ত পথ দুৰ্ঘটনাত ১.৭৭ লাখ লোকৰ মৃত্যু

পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা হ্ৰাস পোৱাৰ পৰিবৰ্তে ভাৰতত পুনৰ বৃদ্ধি পাইছে। ২০২৪ চনত পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা পূৰ্বৰ তুলনাত আৰু অধিক বৃদ্ধি পাইছে। লোকসভাত পথ পৰিবহণ…

অসম চৰকাৰৰ সাহিত্য বঁটা আৰু সাহিত্যিক পেন্সন ঘোষণা

অসমৰ সাহিত্য জগতলৈ অনবদ্য অৱদান আগবঢ়াই অহা সাহিত্যিক সকলক উদ্গনি দিয়াৰ লক্ষ্যৰে অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগে ৰাজ্যপাল প্রদত্ত এক নির্দেশ যোগে ২০২৫-২৬ বৰ্ষৰ বাবে সাহিত্য বঁটা আৰু সাহিত্যিক পেন্সন…

মহিলা দৃষ্টিহীন টি ২০ বিশ্বকাপৰ বিজয়ী ভাৰতীয় দলৰ সদস্যা সিমু দাসক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ

মহিলা দৃষ্টিহীন টি ২০ বিশ্বকাপ ২০২৫ বিজয়ী ভাৰতীয় দলৰ সদস্যা সিমু দাসক সাক্ষাতত কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসমক গৌৰৱান্বিত কৰি তোলা সিমুলৈ আন্তৰিক শুভকামনা জ্ঞাপন কৰে মুখ্যমন্ত্ৰীয়ে। এই উপলক্ষে…

তেজপুৰ বিশ্ববিদ্যালয়ত এগৰাকী সম-উপাচার্য নিয়োগৰ আহ্বান মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

বহু বিতৰ্কৰ পিছত তেজপুৰ বিশ্ববিদ্যালয়ত এগৰাকী সম-উপাচার্য নিয়োগৰ আহ্বান মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধর্মেন্দ্ৰ প্ৰধানৰ সৈতে আলোচনা কৰি এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰী শৰ্মাই…

শ্ৰমিক বিৰোধী শ্ৰম কোড বাতিল কৰাৰ দাবীত প্ৰতিবাদ

কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন সমূহৰ যৌথ মঞ্চই শ্ৰমিক বিৰোধী শ্ৰম কোড বাতিল কৰাৰ দাবীত বিৰুবাৰী আৰ কে মিছন ৰোডত থকা কেন্দ্ৰীয় শ্ৰম কাৰ্যালয়ত শ্ৰমিক বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। বৃহৎ পুঁজিপতি স্বৰ্থবাহী…

অসমত ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ প্ৰক্ৰিয়া আৰম্ভ

২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনৰ ভোটাৰ তালিকাৰ বাবে বিশেষ পুনৰীক্ষণ প্ৰক্ৰিয়া আৰম্ভ হৈছে। যোৱা শনিবাৰৰ পৰা ৰাজ্যজুৰি মুঠ ২৯,৬৫৬জন বুথ পৰ্যায়ৰ বিষয়াই (বিএলঅ’) ঘৰে ঘৰে পৰীক্ষণ অভিযান চলাইছে। তেওঁলোকৰ সকলোৱে…

গুৱাহাটী ভাৰতৰ ৩০ সংখ্যক টেষ্ট স্থান হিচাপে পৰিগণিত হোৱাত উৎফুল্লিত মুখ্যমন্ত্ৰী

গুৱাহাটী ভাৰতৰ ৩০ সংখ্যক টেষ্ট স্থান হিচাপে পৰিগণিত হোৱাত সুখ প্ৰকাশ কৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে কয় যে ই যুৱ প্ৰজন্মক অনুপ্ৰাণিত কৰিব। ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত…

মায়াবিনী ফুড ফেন মুকলি

হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৫৩সংখ্যক জন্মদিন উপলক্ষে গুৱাহাটী মহানগৰীৰ স্বেচ্ছাসেৱী সংস্হা কেয়াৰ ইউ ৩৬৫ নামৰ সংগঠনটোৱে গুৱাহাটীত মেডিকেল কলেজ হাস্পতালৰ চৌহদৰ আৰ্তজনক ভোকৰ ভাত এসাজ যোগান ধৰাৰ বাবে মায়াবিনী নামৰ…

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত কটন বিশ্ববিদ্যালয়ত অনশন কাৰ্য্যসূচী

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত কটন বিশ্ববিদ্যালয়ত অনশন কাৰ্য্যসূচী। পুৱা ৮ বজাৰ পৰা ১০ ঘন্টীয়া অনশন কাৰ্যসূচী বিশ্ববিদ্যালয়ৰ মূখ্য প্ৰৱেশদ্বাৰৰ সন্মুখত গ্ৰহণ কৰিছে ছাত্ৰ ছাত্ৰী সকলে। উল্লেখ্য যে কটন বিশ্ববিদ্যালয় ছাত্র…

মেক্সিকোৰ ফাতিমা বছকে পিন্ধিলে ২০২৫ৰ মিছ ইউনিভাৰ্ছৰ মুকুট

মেক্সিকোৰ ফাতিমা বছক ২০২৫ চনৰ মিছ ইউনিভাৰ্ছৰ মুকুট পিন্ধোৱা হৈছে। শুকুৰবাৰে বেংককত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত তেওঁক মুকুট পিন্ধোৱা হয়। ২৫ বছৰীয়া ফাতিমাক নৱেম্বৰ মাহত আন কেইবাগৰাকীও প্ৰতিযোগীৰ সন্মুখত ধমক…