Assam শক্তিপীঠ কামাখ্যা ধামত পূজা অৰ্চনা ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰৰ November 20, 2025 Mohini শক্তিপীঠ কামাখ্যা ধামত ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ। বৃহস্পতিবাৰে পুৱাই মা কামাখ্যাৰ চৰণত পূজা-অৰ্চনা কৰে গৌতম গম্ভীৰে। উল্লেখ্য যে ২২ নৱেম্বৰৰ পৰা বৰ্ষাপাৰা ষ্টেডিয়ামত ভাৰত, দক্ষিণ আফ্রিকাৰ টেষ্ট…
Assam নতুন সময়সূচীৰে গুৱাহাটীত অনুষ্ঠিত হ’ব ভাৰত-দক্ষিণ আফ্ৰিকাৰ টেষ্ট November 19, 2025 Sonakshi Sarkar গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’বলগীয়া টেষ্ট মেচখনৰ সময়ত চলি অহা নিয়মত পৰিবৰ্তন দেখিবলৈ পোৱা যাব। কিয়নো মেচখনত দুপৰীয়াৰ আহাৰ গ্ৰহণৰ পূৰ্বে চাহৰ বিৰতি থাকিব। টেষ্ট…
Assam ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্ম দিনত প্ৰাণৰ শিল্পীক স্মৰণ November 18, 2025 Sonakshi Sarkar অসমৰ হাৰ্টথ্ৰ’ব জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্ম দিন উপলক্ষে মঙলবাৰে ৰাজ্যজুৰি উদযাপন কৰা হৈছে, তেওঁৰ সন্মানত ৰাজনৈতিক দলকে ধৰি কেইবাটাও সংগঠনে তেওঁৰ জন্ম দিন অনুষ্ঠানৰ আয়োজন কৰিছে। মাজনিশা জুবিন গাৰ্গৰ…
Assam আজি জুবিন বিহীন প্ৰথমটো জন্মদিন November 18, 2025 Mohini জুবিন গাৰ্গৰ বিহীন প্ৰথমটো জন্মদিন। ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰাণৰ শিল্পী গৰাকীৰ জন্মদিন উদযাপন কৰাৰ লগতে শ্ৰদ্ধাজ্বলি জনোৱা হৈছে। কাহিলিপাৰাৰ বাসগৃহতো জুবিন গাৰ্গ বিহীন প্ৰথমটো জন্মদিনত দেৱালত অংকন কৰা হৈছে। য’ত…
Assam বাংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় পিকলবল চেম্পিয়নশ্বিপত অসমৰ বৃহৎ সাফল্যঃ মহিলা খেলুৱৈৰ ঐতিহাসিক স্বৰ্ণ পদক জয় November 17, 2025 Mohini বাংগালুৰুত অনুষ্ঠিত হৈ যোৱা ৰাষ্ট্ৰীয় পিকলবল চেম্পিয়নশ্বিপত অভূতপূৰ্ব প্ৰদৰ্শনেৰে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে অসমৰ মহিলা খেলুৱৈসকলে। এই প্ৰতিযোগিতাত অসমৰ মহিলা খেলুৱৈসকলে দুটা ঐতিহাসিক স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম…
Assam ৰাৱালপিণ্ডিত জয়ৰে শ্ৰীলংকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলা দখল পাকিস্তানৰ November 17, 2025 Sonakshi Sarkar ৰাৱালপিণ্ডিত অনুষ্ঠিত তৃতীয় এদিনীয়া খেলখনত পাকিস্তানে শ্ৰীলংকাক ৬ উইকেটত পৰাস্ত কৰি ৩-০ত শৃংখলা দখল কৰে। প্ৰথমখন মেচত ৬ ৰান আৰু দ্বিতীয়খন খেলত ৮ উইকেটত জয়লাভ কৰিছিল পাকিস্তানে। তৃতীয়খন মেচত শ্ৰীলংকাই…
Assam আফ্ৰিকান ছোৱাইন ফিভাৰ বাবে ৭ জিলাত গাহৰি মাংস বিক্ৰীত নিষেধাজ্ঞা November 17, 2025 Sonakshi Sarkar সমগ্ৰ ৰাজ্যতে আফ্ৰিকান ছোৱাইন ফিভাৰ (এ এছ এফ) ৰোগ বৃদ্ধি পোৱাৰ সময়তে অসম চৰকাৰে তাৎক্ষণিকভাৱে গাহৰিৰ আন্তঃজিলা চলাচল নিষিদ্ধ কৰিছে। দেওবাৰে পশুপালন আৰু পশু চিকিৎসা বিভাগে জাৰি কৰা এক আদেশত…
Assam শঙ্কৰদেৱ কলাক্ষেত্ৰত তুলিকা নৃত্যাঞ্জলী কলাকেন্দ্ৰৰ তৃতীয় বৰ্ষপূৰ্তি উদযাপন November 17, 2025 Sonakshi Sarkar ৰাজ্যৰ নৃত্য শিক্ষাৰ অগ্ৰণী প্ৰশিক্ষণ প্ৰতিষ্ঠান তুলিকা নৃত্যাঞ্জলি কলাকেন্দ্ৰৰ তৃতীয় বৰ্ষপূৰ্তি অনুষ্ঠানটো গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। বৰ্ষপূৰ্তি অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানৰ…
Assam উত্তৰ-পূৱৰ চাহ খেতিয়কক এফআৰপি প্ৰৱৰ্তনৰ দাবীৰে প্ৰধানমন্ত্ৰীলৈ স্মাৰক November 15, 2025 Sonakshi Sarkar ক্ষুদ্র চাহ খেতিয়কসকলক সকাহ দিয়াৰ অনুৰোধ জনাই দেশৰ প্ৰধানমন্ত্ৰীক স্মাৰকপত্ৰ প্ৰদান কৰিছে উত্তৰ পূৰ্বাঞ্চলৰ কেইবাটাও ক্ষুদ্র চাহ খেতিয়ক সন্থাই। নর্থ ইষ্ট কনফেডাৰেচন ফৰ স্মল টী গ্র’ৱাৰ্ছৰ সভাপতি দিগন্ত ফুকন, সদৌ…
Assam ধাৰাপুৰত কৃষকৰ মাজত বিনামূলীয়াকৈ বীজ বিতৰণ November 15, 2025 Sonakshi Sarkar নৱগঠিত জালুকবাৰী বিধানসভা সমষ্টিৰ ধাৰাপুৰ কৃষি চক্ৰ কাৰ্যালয়ৰ অন্তৰ্গত বিভিন্ন প্ৰান্তৰ আঠ শতাধিক কৃষকক চৰকাৰে প্ৰদান কৰা বিভিন্ন শস্যৰ বীজ আজি কাৰ্যালয় চৌহদত বিনামূলীয়াকৈ বিতৰণ কৰা হয়। কৃষি চক্ৰৰ অন্তৰ্গত…