Category: Assam

ৰাণীত চি আৰ পি এফৰ উদ্যোগত আন্তৰ্জাতিক ড্ৰাগছ সেৱন আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱসত সজাগতা সভা

আন্তৰ্জাতিক ড্ৰাগছ সেৱন আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱসৰ লগত সংগতি ৰাখি গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চি আৰ পি এফৰ ১৭৫ বেটেলিয়ানৰ উদ্যোগত আৰু ৰাণী হাইস্কুলৰ…

শীঘ্ৰে দেশৰ ৰে’ল নেটৱৰ্কৰ সৈতে সংযোগ হ’ব মিজোৰামৰ ৰাজধানী আইজল

মিজোৰামৰ ৰাজধানী আইজলক দেশৰ ৰে’ল নেটৱৰ্কৰ সৈতে সংযোগ কৰাৰ উদ্দেশ্যে ৫১.৩৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ বৈৰবি-ছৈৰাং ৰে’লপথ নিৰ্মাণৰ কাম ভৌগোলিক আৰু লজিষ্টিক প্ৰত্যাহ্বান অতিক্ৰম কৰি এতিয়া সম্পূৰ্ণ হৈ উঠিছে। উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ…

মুখ্যমন্ত্ৰীৰ জালুকবাৰী সমষ্টিতে অব্যাহত আছে ভূ – মাফিয়াৰ দৌৰাত্ম

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত অসম আৰক্ষীয়ে ২০২১ চনৰ আগষ্ট মাহত প্ৰথমবাৰৰ বাবে ৰাজ্যজুৰি আৰম্ভ কৰিছিল মাটিৰ দালাল, ভূ মাফিয়াৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছিল। সেই নিৰ্দেশৰ পাছতে তেতিয়াই আৰক্ষীয়ে…

১২০ বছৰত সমগ্ৰ বিশ্বতে খৰাঙত ক্ষতিগ্ৰস্ত ভূমিৰ পৰিমাণ দুগুণলৈ বৃদ্ধি

খৰাং এতিয়া কেৱল বতৰ সম্পৰ্কীয় সাময়িক সমস্যা হৈ থকা নাই। ই মানুহৰ জীৱিকা আৰু অৰ্থনীতিত বৃহৎ আঘাত হনা সংকট গভীৰ হৈ পৰিছে। যোৱা ১২০ বছৰত সমগ্ৰ বিশ্বতে খৰাঙত ক্ষতিগ্ৰস্ত ভূমিৰ…

কাটাৰৰ আমেৰিকাৰ ঘাটিত ইৰানৰ আক্ৰমণ

ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দেওবাৰে ইৰানৰ পাৰমাণৱিক তিনিটা কেন্দ্ৰত আক্ৰমণত চলাই সম্পূৰ্ণৰূপে বিধ্বস্ত কৰা বুলি দাবী কৰাৰ পিছত আমেৰিকা-ইৰানৰ দশক দশকজোৰা সংঘাত সৰ্বোচ্চ পৰ্যায়লৈ উন্নীত হয়। ইৰানে আমেৰিকাৰ আক্ৰমণৰ প্ৰত্যুত্তৰ দিয়াৰ…

ভাৰতৰ হাতত মজুত ১৮০ টা পাৰমাণৱিক অস্ত্ৰ

ভাৰতত হাতত মজুত আছে ১৮০ টা পাৰমাণৱিক অস্ত্ৰ। আনহাতে, পাকিস্তানৰ হাতত আছে ১৭০ টা পাৰমাণৱিক অস্ত্ৰ। এই কথা ষ্টকহোম ইণ্টাৰনেচনেল পিচ ৰিচাৰ্ছ ইনষ্টিটিউটে বাৰ্ষিক প্ৰতিবেদনত প্ৰকাশ পাইছে। তেওঁলোকৰ প্ৰতিবেদনত প্ৰকাশ…

‘কিউ এছ ৱৰ্ল্ড ইউনিভাৰ্চিটি ৰেংকিংছ’ত ১২৩ নং স্থানত আইআইটি-দিল্লী

ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজি (আই আই টি), দিল্লী ২০২৬ চনৰ ‘কিউ এছ ৱৰ্ল্ড ইউনিভাৰ্চিটি ৰেংকিংছ’ত ১২৩ নং স্থানত সৰ্বোত্তম স্থান লাভ কৰা ভাৰতীয় প্ৰতিষ্ঠান। আনহাতে, দেশৰ অভিলেখ ৫৪খন বিশ্ববিদ্যালয় আৰু…

দীপৰ বিল পাছপাৰা সমবায় সমিতিয়ে বিলত এৰিলে বিভিন্ন প্ৰজাতিৰ মাছৰ পোনা : জানুৱাৰীলৈ বন্ধ থাকিব মাছ ধৰা পৰ্ব

দীপৰ বিলৰ সংৰক্ষণৰ হকে মাত মাতি অহা আৰু বিলত মাছ ধৰি জীৱিকা নিৰ্বাহ কৰি অহা আঠ শতাধিক মাছমৰীয়া পৰিয়ালৰ উমেহতীয়া সংগঠন দীপৰ বিল পাছপাৰা সমবায় সমিতিয়ে প্ৰতি বছৰে বাৰিষা কালত…

২০২৭ চনৰ লোকপিয়লক লৈ অধিসূচনা জাৰি কেন্দ্ৰীয় চৰকাৰৰ

নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে সোমবাৰে এক অধিসূচনা জাৰি কৰি দেশৰ জনসংখ্যা আৰু জনগাঁথনিৰ সবিশেষ অনুমান কৰিবলৈ ২০২৭ চনত লোকপিয়ল অনুষ্ঠিত কৰিব। পূৰ্বে ২০২১ চনত অনুষ্ঠিত হ’বলগীয়া এই লোকপিয়লত এতিয়া…

আজাৰা ভি আই পিৰ আৰ আৰ চিনেমাছত ভাইমন দাৰ অভিলেখ

শেহতীয়াভাৱে অসমীয়া চিনেমাৰ জগতলৈ কিছুদিনৰ পৰা নতুনত্বৰ সমান্তৰালভাৱে ইখনৰ পাছত সিখন ছবিৰ বাণিজ্যিক সফলতাই নতুন আশাৰ ৰেঙনি কঢ়িয়াই অনাটো নিশ্চিতভাৱে এক ইতিবাচক দিশ হিচাপে পৰিগণিত হৈছে । ভাল ছবি নিৰ্মাণ…