Category: Assam

পুনৰ এয়াৰ ইণ্ডিয়াত যান্ত্ৰিক বিজুতি! পাইলটৰ তৎপৰতাত ৰক্ষা পৰিল শতাধিক যাত্ৰীৰ প্ৰাণ

বিমানৰ ইন্ধন নিয়ন্ত্ৰণ চুইচত দেখা দিয়া মাৰাত্মক বিসংগতিয়ে এতিয়া এয়াৰ ইণ্ডিয়াৰ সুৰক্ষা ব্যৱস্থাক লৈ সৃষ্টি কৰিছে এক তীব্ৰ প্ৰশ্নবোধকৰ। যোৱা বছৰ ২৬০ জন লোকৰ প্ৰাণ কাঢ়ি নিয়া আহমেদাবাদৰ সেই বিভীষিকাময়…

বিজেপি-আগপৰ মাজত নাই কোনো প্ৰভেদঃ মিত্ৰজোঁটৰ অভিন্ন লক্ষ্যক লৈ ডিমৰীয়াত হিমন্তৰ ঘোষণা

অসমৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিজেপি আৰু অসম গণ পৰিষদৰ মাজৰ সম্পৰ্কক লৈ ৰাজনৈতিক মহলত চলি থকা চৰ্চাই এতিয়া লাভ কৰিছে এক নতুন মাত্ৰা। ৰাষ্ট্ৰীয় গণতান্ত্ৰিক…

যদি বাপু জীয়াই থাকিলহেঁতেন, তেন্তে তেওঁ অসমীয়া মানুহৰ সৈতে থিয় দিলেহেঁতেনঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

অসমৰ খিলঞ্জীয়াৰ পৰিচয় আৰু সাংবিধানিক অধিকাৰ সুৰক্ষিত কৰাৰ সংগ্ৰামক সাম্প্ৰদায়িকতাৰ সৈতে তুলনা কৰিব নোৱাৰি বুলি আজি স্পষ্ট কৰি দিয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। “মিঞা মুছলমান” সন্দৰ্ভত তেওঁ কৰা মন্তব্যক…

বিহুৰ পূৰ্বেই ৰাজ্যত বিধানসভা নিৰ্বাচনঃ ঘোষণাৰ বাবে সাজু নিৰ্বাচন আয়োগ

ৰাজ্যত গৰম হৈ উঠিছে নিৰ্বাচনী বতাহ। ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ দিন যিকোনো মুহূৰ্ততে ঘোষণা হোৱাৰ সম্ভাৱনাই এতিয়া সমগ্ৰ ৰাজ্যৰ ৰাজনৈতিক মহলত বৃদ্ধি কৰিছে তীব্ৰ তৎপৰতা। অসমৰ ৰাইজ আৰু চৰকাৰৰ ইচ্ছা…

সমগ্ৰ দেশৰ স্কুলীয়া ছাত্ৰীক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

মহিলা আৰু কিশোৰীৰ ঋতুস্ৰাৱজনিত অনাময় ব্যৱস্থাক সংবিধানৰ ২১ নং অনুচ্ছেদৰ অধীনত ব্যক্তিগত গোপনীয়তা আৰু মৰ্যাদা সহকাৰে জীয়াই থকাৰ মৌলিক অধিকাৰ হিচাপে আজি ঘোষণা কৰে উচ্চতম ন্যায়ালয়ে। দেশৰ প্ৰতিখন চৰকাৰী আৰু…

কৰ্তব্যৰত অৱস্থাত বনৰীয়া হাতীৰ আক্ৰমণত নিহত বনৰক্ষী দিলীপ কোঁৱৰক বন শ্বহীদ ঘোষণা অসম বন কৰ্মচাৰী সন্থাৰ ; পৰিয়ালক উপযুক্ত আর্থিক ক্ষতিপূৰণসহ নিযুক্তিৰ দাবী

ৰাজ্যৰ বিভিন্ন প্ৰান্তত মাজে সময়ে বনৰীয়া হাতী বা আন জীৱ – জন্তুৰ আক্ৰমণত বন আৰু বন্যপ্ৰাণী সুৰক্ষাৰ দায়িত্বত নিয়োজিত কেবাজনো বনকৰ্মীৰ মৃত্যু হোৱাৰ কেবাটাও ঘটনা সংঘটিত হৈছে। ইয়াৰ মাজতে ২৯…

জাৱৰত জুই লগাবলৈ গৈ অগ্নিদগ্ধ হৈছিল পুত্ৰ! বচাবলৈ গৈ মৃত্যু মাতৃৰো

অৱসাৱধানতাই চৰম কাল হৈ নামি আহিল এটা পৰিয়ালৰ। বাৰীৰ পিছফালে জাৱৰ জ্বলাবলৈ গৈ নিজেই অগ্নিদগ্ধ হৈ মৃত্যুক সাৱটিবলগীয়া হ’ল এহাল মাতৃৃ-পুত্ৰই। ৰঙিয়াৰ কানিকুছি ভয়ৰাত সংঘটিত এক শোকাৱহ অগ্নিকাণ্ডৰ ঘটনাই সমগ্ৰ…

ইউজিচিৰ নতুন নিয়মাৱলীৰ ওপৰত স্থগিতাদেশ জাৰি উচ্চতম ন্যায়ালয়ৰ

দেশৰ উচ্চ শিক্ষানুষ্ঠানসমূহত জাতিগত বৈষম্য ৰোধৰ বাবে গ্ৰহণ কৰা এক বিতৰ্কিত পদক্ষেপে বৰ্তমান আইনী জটিলতাৰ সৃষ্টি কৰিছে। বিশ্ববিদ্যালয় অনুদান আয়োগে শেহতীয়াকৈ জাৰি কৰা ২০২৬ চনৰ নতুন নিৰ্দেশনাৰ ওপৰত বৃহস্পতিবাৰে ভাৰতৰ…

বিজেপিৰ বিৰুদ্ধে সোচ্চাৰ মল্লিকাৰ্জুন খাৰ্গেঃ উত্তৰ-পূৰ্বাঞ্চলৰ ‘পটকা’ বিতৰ্কক লৈ বিৰোধীৰ মৰ্যাদা লাঘৱৰ অভিযোগ

দেশৰ গণতান্ত্ৰিক মৰ্যাদা আৰু সংসদীয় পৰম্পৰাক কেন্দ্ৰীয় চৰকাৰে ইচ্ছাকৃতভাৱে আঘাত কৰা বুলি অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ সভাপতি তথা ৰাজ্যসভাৰ বিৰোধী দলপতি মল্লিকাৰ্জুন খাৰ্গেই। মঙলবাৰে ৰাহুল গান্ধী আৰু উত্তৰ-পূৰ্বাঞ্চলৰ পৰম্পৰাগত ‘পটকা’ক…

ৰাজস্থানত দহ হাজাৰ কিলোগ্ৰাম বিস্ফোৰক জব্দঃ নাগৌৰত বৃহৎ নেটৱৰ্কৰ সৈতে জড়িত থকাৰ সন্দেহত এজনক গ্ৰেপ্তাৰ

দেশত এক ভয়ংকৰ কূটাঘাতৰ ষড়যন্ত্ৰ বিফল কৰিবলৈ সক্ষম হ’ল ৰাজস্থান আৰক্ষী। ৰাজ্যখনৰ নাগৌৰ জিলাৰ হৰসৌৰ গাঁৱৰ এটা ফাৰ্মহাউচত অভিযান চলাই আৰক্ষীৰ এটা দলে প্ৰায় ১০,০০০ কিলোগ্ৰাম অমোনিয়াম নাইট্ৰেট আৰু অন্যান্য…