Category: Assam

বৰপেটাত যাত্ৰীবাহী নাও ডুবি সন্ধানহীন ৭ যাত্ৰীঃ ব্ৰহ্মপুত্ৰৰ বুকুত পুনৰ জলপৰিবহণৰ সুৰক্ষাক লৈ হাহাকাৰ

অসমৰ বৰপেটা জিলাৰ চেঙাৰ ৰহমপুৰত মঙলবাৰে ব্ৰহ্মপুত্ৰ নদীত যাত্ৰীবাহী নাও ডুবি সৃষ্টি হয় তীব্ৰ আতংকময় পৰিৱেশৰ। এই ভয়াৱহ দুৰ্ঘটনাটোত অতি কমেও সাতগৰাকী যাত্ৰী সন্ধানহীন হোৱাৰ আশংকাই এতিয়া সমগ্ৰ অঞ্চলটোতে শোকৰ…

শ্ৰদ্ধাঞ্জলি কাননত ৰাষ্ট্ৰীয় পথ-সুৰক্ষা মাহৰ গুৰুত্বপূৰ্ণ অনুষ্ঠান কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিৰ

“ৰাষ্ট্ৰীয় পথ-সুৰক্ষা মাহ, ২০২৬” উপলক্ষে কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ উদ্যোগত অনুষ্ঠিত হ’ল “পথ-সুৰক্ষা” বিষয়ক গুৰুত্বপূৰ্ণ অনুষ্ঠান। পথ-সুৰক্ষাৰ আহ্বানত ভয়ংকৰ পথ-দুৰ্ঘটনা ৰোধ আৰু দুৰ্ঘটনাত নিহত-আহতৰ সংখ্যা হ্ৰাস কৰাৰ আহ্বানেৰে মহানগৰীৰ…

অষ্ট্ৰেলিয়ান অ’পেনৰ ছেমিফাইনেলত আৰিনা ছাবালেংকা

বছৰটোৰ প্ৰথমটো গ্ৰেণ্ড শ্লেম অষ্ট্ৰেলিয়ান অ’পেনৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে বিশ্বৰ ১ নং খেলুৱৈ আৰিনা ছাবালেংকাই। মঙলবাৰে কোৱাৰ্টাৰ ফাইনেলত ১৮ বছৰীয়া আমেৰিকান ইভানা জোভিকক ৬-৩, ৬-০ ত পৰাস্ত কৰে ছাবালেংকাই। এয়া…

বিনিময় প্রথাৰে ভাতৃত্বৰ এনাজৰীঃ আজি সামৰণি পৰিল ঐতিহাসিক জোনবিল মেলাৰ

জাগীৰোডৰ জোনবিলৰ পাৰত অনুষ্ঠিত ঐতিহাসিক গোভা দেওৰজাৰ পৰম্পৰাগত জোনবিল মেলাৰ আজি সফল সামৰণি পৰিল। মেলাৰ মুখ্য আকর্ষণ ঐতিহাসিক বিনিময় প্রথাৰ হাটত পাহাৰৰ মামা-মামীসকলে থলুৱাভাৱে উৎপাদিত আলু, কচু, আদা, হালধি আদি…

নেওতা লিখিব নোৱাৰাটোৱে অপৰাধ! ফৰিদাবাদত পাষণ্ড পিতৃৰ হাতত প্ৰাণ গ’ল ৪ বছৰীয়া কন্যাৰ

ঘৰতে পঢ়িবলৈ বহি নেওতা লিখিব নোৱাৰাৰ বাবেই এজন পাষণ্ড পিতৃয়ে মৰিয়াই মৰিয়াই হত্যা কৰিলে নিজৰে চাৰি বছৰীয়া কন্যাক। ফৰিদাবাদত সংঘটিত এই শোকাৱহ কাণ্ডৰ সন্দৰ্ভত শুকুৰবাৰে আৰক্ষীয়ে অভিযুক্ত পিতৃ কৃষ্ণ জয়ছোৱালক…

দেশৰ হকে বলিদান! জন্ম গাঁৱত সামৰিক মৰ্যাদাৰে শেষ বিদায় শ্বহীদ জোৱান মনুক

অৱশেষত স্বগৃহ পালেহি ভাৰত মাতৃৰ বীৰ পুত্ৰ মনু! পত্নীক কথা দিয়া মতে সোঁশৰীৰে উপস্থিত নহ’লেও নিথৰ দেহ হৈ আপোন ঘৰখনৰ চোতালত উপস্থিত হ’ল বীৰ জোৱানজন। যোৱা ২২ জানুৱাৰীত জম্মু-কাশ্মীৰৰ ডোডাত…

কাৰাগাৰত প্ৰেম! পেৰ’লত মুক্তি লাভ কৰিয়েই বিবাহপাশত আৱদ্ধ দুই হত্যাকাৰী প্ৰিয়া-হনুমান

কাৰাগাৰৰ পৰা ১৫ দিনীয়া বিশেষ পেৰ’লত মুক্তি লাভ কৰাৰ পাছতেই যুগ্ম জীৱনৰ পাতনি মেলিলে দুই কুখ্যাত হত্যাকাৰী প্ৰিয়া শেঠ আৰু হনুমান প্ৰসাদ চৌধুৰীয়ে। ৰাজস্থানৰ আলৱাৰৰ এক হোটেলত অতি গোপনীয়তাৰে বিবাহপাশত…

কংগ্ৰেছৰ স্থিতিক লৈ কোনো বিবাদ নাই, কেৱল অপাৰেচন সিন্দূৰক লৈহে আছে নীতিগত মতভেদঃ শশী থাৰুৰ

সংসদৰ মজিয়াত দলৰ নিৰ্দেশনা উলংঘা নকৰাকৈয়ে কেৱল এক বিশেষ সামৰিক অভিযানৰ সৈতে জড়িত স্থিতিক লৈহে নীতিগত মতানৈক্য থকাৰ কথা স্বীকাৰ কৰিছে কংগ্ৰেছ সাংসদ শশী থাৰুৰে। কেৰালা সাহিত্য মহোৎসৱত অংশগ্ৰহণ কৰি…

১০৮ খুন্দাত নিহত যুৱতী

সৰস্বতী পূজাৰ দিনটোতে গুৱাহাটী মহানগৰীত শোকাৱহ দুৰ্ঘটনা। মহানগৰীৰ কাহিলীপাৰাত ১০৮ ৰ খুন্দাত নিহত যুৱতী। থিতাতে নিহত বঙাইগাঁৱৰ উত্তৰ শালমাৰাৰ লুনা ভৰদ্বাজ(২২)। দুৰ্ঘটনাত দেৰগাঁৱৰ অচ্যুত বৰুৱা(২৪) নামৰ এজন যুৱকো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত…

ভাওনাক বিশ্ববিখ্যাত কৰিবলৈ চৰকাৰক মাজুলীত ছাত্ৰ সন্থাৰ কটাক্ষ

মাজুলীৰ পৰিৱেশ বৰ্তমান নদী দ্বীপটোৰ সাংস্কৃতিক ঐতিহ্য সুৰক্ষা আৰু ৰাজনৈতিক প্ৰতিশ্ৰুতি পূৰণৰ দাবীত উত্তাল হৈ পৰিছে। মাজুলীৰ আউনীআটী সত্ৰৰ মণিকাঞ্চন ৰংগক্ষেত্ৰত চলি থকা ১১ দিনীয়া সদৌ অসম ভাওনা সমাৰোহত সদৌ…