Category: Assam

নাগালেণ্ড চৰকাৰ -ইষ্টাৰ্ণ নাগালেণ্ড পিপলছ অৰ্গেনাইজেশ্যনৰ সৈতে ত্ৰিপাক্ষীক চুক্তি স্বাক্ষৰ গৃহমন্ত্ৰীৰ

ৰাজ্যৰ ভিতৰতে সীমান্ত নাগালেণ্ড টেৰিটৰিয়েল অথৰিটি গঠনৰ বাবে কেন্দ্ৰীয় চৰকাৰে বৃহস্পতিবাৰে নাগালেণ্ড চৰকাৰ আৰু ইষ্টাৰ্ণ নাগালেণ্ড পিপলছ অৰ্গেনাইজেশ্যনৰ সৈতে চুক্তি স্বাক্ষৰ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত এই ত্ৰিপাক্ষীক চুক্তি…

অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত অৱতৰণ কৰিব বায়ুসেনাৰ যুঁজাৰু বিমান; মৰাণত ইতিহাস সৃষ্টিৰ ব্যাপক প্ৰস্তুতি

ৰাজ্যৰ যোগাযোগ আৰু প্ৰতিৰক্ষা খণ্ডৰ এক ঐতিহাসিক ক্ষণৰ সাক্ষী হ’বলৈ এতিয়া সাজু হৈছে অসমবাসী। অহা ১৪ ফেব্ৰুৱাৰীত মৰাণৰ ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মিত ৪.৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ জৰুৰীকালীন অৱতৰণ পথত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক…

মানসিক চাপ সহ্য কৰিব নোৱাৰি প্ৰধান শিক্ষকৰ দুৰ্ভাগ্যজনক মৃত্যু, সুদখোৰৰ অভিযোগ

ৰাজ্যজুৰি সুদখোৰৰ বিৰুদ্ধে চলোৱা কঠোৰ অভিযানৰ মাজত বাক্সা জিলাৰ বেলগুৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক সাধন বৰ্মন আত্মহত্যা কৰে। তেওঁৰ মৃতদেহ বিদ্যালয়ত উদ্ধাৰ কৰা হয় আৰু চুইচাইড নোটত দুলু মেধি নামেৰে…

ভোটাৰ তালিকাৰ বিসংগতিক লৈ উচ্চতম ন্যায়ালয়ত উপস্থিত মমতা; নিৰ্বাচন আয়োগলৈ জাননী জাৰি

ভোটাৰ তালিকা সংশোধনৰ প্রক্রিয়াক কেন্দ্ৰ কৰি সৃষ্টি হোৱা আইনী যুঁজৰ মাজতে বুধবাৰে উচ্চতম ন্যায়ালয়ত অধিবক্তাৰূপে উপস্থিত হ’ল পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। ৰাজ্যখনত চলি থকা স্পেচিয়েল ইনটেনচিভ ৰিভিজনৰ অধীনত ভোটাৰ তালিকাৰ…

ৰায়দানত বিলম্ব হোৱা কাৰ্য এক পৰিচিত ব্যাধি, এই ব্যাধি নির্মূল হোৱাটো জৰুৰীঃ উচ্চতম ন্যায়ালয়

দেশৰ বিচাৰ ব্যৱস্থাত দীৰ্ঘদিন ধৰি চলি অহা ৰায়দানৰ লেহেমীয়া গতিক এক পৰিচিত ব্যাধি বুলি অভিহিত কৰে উচ্চতম ন্যায়ালয়ে। মঙলবাৰে উচ্চ ন্যায়ালয়সমূহৰ মাহৰ পিছত মাহ ধৰি ৰায়দান সংৰক্ষিত কৰি ৰখাৰ প্ৰৱণতাক…

হাইলাকান্দিত ২৮০০ বিঘা ভূমি বেদখলমুক্ত কৰিবলৈ চলিল বুলড’জাৰ

অসম-মিজোৰাম সীমান্তৰ সংৰক্ষিত বনাঞ্চলত চৰকাৰী ভূমিত চলি থকা দীৰ্ঘদিনীয়া বেদখল উচ্ছেদ কৰিবলৈ সোমবাৰে হাইলাকান্দি জিলা প্ৰশাসনে এক বৃহৎ অভিযান আৰম্ভ কৰিছে। ঘৰমুৰা বন সংমণ্ডলৰ অধীনস্থ দামচেৰা অঞ্চলৰ প্ৰায় ২৮০০ বিঘা…

কলিয়াবৰত বন্যহস্তীৰ সন্ত্ৰাস! এইবাৰ বনৰীয়া হাতীৰ গছকত মহিলাৰ মৃত্যু

বন্য হস্তীৰ ধাৰাবাহিক আক্ৰমণে কলিয়াবৰত সৃষ্টি কৰিছে আতংকময় পৰিৱেশৰ। হাতী-মানুহৰ চৰম সংঘাতৰ বলি হৈ অঞ্চলটোত প্ৰতিদিনেই সাধাৰণ জনতাই নিজৰ প্ৰাণৰ সুৰক্ষাৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে। সোমবাৰে পুনৰ এটা উন্মত্ত বনৰীয়া…

গৌৰৱ গগৈৰ ‘পাকিস্তান সংযোগ’ক লৈ হিমন্তৰ বিস্ফোৰণঃ কংগ্ৰেছ-ৰাইজৰ দলৰ মিত্ৰতাক ‘ললিপপ’ আখ্যা মুখ্যমন্ত্ৰীৰ

কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ কথিত ‘পাকিস্তান সংযোগ’ৰ ৰহস্য ফাদিল কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিগত সময়ছোৱাত কেইবাটাও দিন নিজে নিৰ্ধাৰণ কৰি দি মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈৰ পাকিস্তান সংযোগ ফাদিল কৰাৰ হুংকাৰ…

বিজেপিৰ শক্তিশালী ভেটি নে বিৰোধীৰ পুনৰুত্থান? অসমৰ নিৰ্বাচনী যুঁজত কোন আগত, পোহৰলৈ আহিল চাঞ্চল্যকৰ সমীক্ষা

আসন্ন বিধানসভা নিৰ্বাচনক লৈ ৰাজ্যৰ ৰাজনৈতিক বতাহত তীব্ৰ উত্তেজনাই বিৰাজ কৰাৰ মাজতে এক ৰাষ্ট্ৰীয় সমীক্ষাই অসমৰ নিৰ্বাচনী সমীকৰণত সৃষ্টি কৰিছে এক নতুন জোৱাৰৰ। আগন্তুক নিৰ্বাচনৰ পূৰ্বে ৰাইজৰ হৃদস্পন্দন পৰীক্ষা কৰি…

সীমান্তত বি এছ এফৰ গুলীচালনাঃ মানকাচৰত গৰু সৰবৰাহকাৰীৰ দলক লক্ষ্য কৰি জোৱানৰ গুলী, এজন আহত

ভাৰত-বাংলাদেশ সীমান্তৰে অব্যাহত থকা চোৰাং সৰবৰাহকাৰীৰ অবাধ চলাচলে মানকাচৰৰ কুকুৰমাৰা অঞ্চলত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজতো এটা সৰবৰাহকাৰী চক্ৰই সীমান্তৰে অবৈধভাৱে গৰু পাৰ কৰিবলৈ কৰা প্ৰচেষ্টাক প্ৰতিহত…