Category: Assam

কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত আন্তঃবিদ্যালয় তৰ্ক প্ৰতিযোগিতা

“ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ, ২০২৬” উপলক্ষে কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত আৰু স্বদেশী একাডেমিৰ সহযোগত শনিবাৰে কামৰূপ মহানগৰ জিলা ভিত্তিক আন্তঃবিদ্যালয় তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হয়। তৰ্ক প্ৰতিযোগিতাত কামৰূপ…

কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাত অশালীন আচৰণ ভূপেন বৰা, দেৱব্ৰত শইকীয়াৰ; সৰৱ মুখ্যমন্ত্ৰী

আগন্তুক নিৰ্বাচনী বতৰৰ মাজতে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাৰ এক কথিত আচৰণে আজি ৰাজ্যৰ ৰাজনীতিত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এক ৰাজহুৱা স্থানত…

কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাত শোনিতপুৰত উত্তপ্ত পৰিস্থিতি; বিজেপিৰ প্ৰতিবাদৰ সন্মুখত থমকি ৰ’ল গৌৰৱ গগৈৰ কনভয়

আগন্তুক ৰাজনৈতিক সমীকৰণৰ মাজতে কংগ্ৰেছৰ ৰাজ্যিক পৰ্যায়ৰ কাৰ্যসূচীয়ে আজি গ্ৰহণ কৰে এক ভয়াৱহ ৰূপ। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উদ্যোগত আয়োজিত ‘সময় পৰিৱৰ্তন যাত্ৰা’ই শোণিতপুৰ জিলাৰ বৰছলা সমষ্টিৰ বৰডুবিয়াত বিজেপিৰ তীব্ৰ…

হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ২৬ গৰাকী পৰীক্ষাৰ্থীক শুভেচ্ছা জ্ঞাপন ধাৰাপুৰ গাঁও পঞ্চায়তৰ উপ সভানেত্ৰী মৌচুমী দাসৰ

নবগঠিত জালুকবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ৪ নং ধাৰাপুৰ গাঁও পঞ্চায়তৰ উপ সভানেত্ৰী মৌচুমী দাসে বৃহত্তৰ অঞ্চলটোৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া ২৬ গৰাকী পৰীক্ষাৰ্থীৰ পৰীক্ষাৰ প্ৰস্তুতি…

ডিজিটেল জালিয়াতিৰ বলি হোৱা গ্ৰাহকক ৰিজাৰ্ভ বেংকে প্ৰদান কৰিব ক্ষতিপূৰণ

ডিজিটেল লেনদেনত প্ৰতাৰণাৰ বলি হোৱা বেংক গ্ৰাহকসকলৰ বাবে আজি ভাৰতীয় ৰিজাৰ্ভ বেংকে এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ সঞ্জয় মালহোত্ৰাই সংবাদমেল যোগে জানিবলৈ দিয়ে যে এতিয়াৰে পৰা যিকোনো ফ্ৰড…

মস্কোত পুনৰ হাই-প্ৰফাইল আক্ৰমণঃ দুৰ্বৃত্তৰ গুলীত আহত ৰাছিয়াৰ সামৰিক চোৰাংচোৱা উপ-মুৰব্বী

ইউক্ৰেইনৰ সৈতে চলি থকা যুদ্ধৰ মাজতে ৰাছিয়াৰ সামৰিক চোৰাংচোৱা সংস্থাৰ এজন উপ-মুৰব্বীৰ ওপৰত আজি মস্কোত সংঘটিত হয় আক্ৰমণৰ ঘটনা। চোৰাংচোৱা সংস্থাৰ প্ৰথম উপ-প্ৰধান লেফটেনেণ্ট জেনেৰেল ভ্লাদিমিৰ আলেকচিভক উত্তৰ-পশ্চিম মস্কোৰ এটা…

মুখ্যমন্ত্ৰীৰ মন্তব্যৰ বিৰুদ্ধে সষ্টম বিশিষ্ট নাগৰিকঃ উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰি মুখ্য ন্যায়াধীশলৈ পত্ৰ

এটা বিশেষ সম্প্ৰদায়ৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে আগবঢ়োৱা বিতৰ্কিত মন্তব্যৰ পাছতে এতিয়া ন্যায় বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে ৰাজ্যৰ ৪৩ গৰাকী বিশিষ্ট নাগৰিক। বৃহস্পতিবাৰে মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰলৈ প্ৰেৰণ কৰা এখন…

তীব্ৰবেগী স্কৰ্পিঅ’ৰ খুন্দাত গুৰুতৰভাৱে আহত মহিলা জোৱান, হাস্পতালত মৃত্যু

ৰাজপথত তীব্ৰবেগী বাহনৰ নিয়ন্ত্ৰণহীন গতিয়ে কাঢ়ি নিলে এগৰাকী কৰ্তব্যপৰায়ণ মহিলা জোৱানৰ জীৱন। ঝাৰখণ্ডৰ ৰাজগঞ্জ-সিজুয়া মুখ্য পথৰ নয়া মোড়ৰ সমীপত বৃহস্পতিবাৰে নিশা সংঘটিত হয় এই হৃদয়বিদাৰক পথ দুৰ্ঘটনা। চিআইএছএফত কৰ্মৰত স্নেহলতা…

খিলঞ্জীয়াৰ নে মিঞাৰ পক্ষত কংগ্ৰেছ? গৌৰৱ গগৈক স্থিতি স্পষ্ট কৰাৰ দাবী মুখ্যমন্ত্ৰীৰ

ৰাজ্যৰ খিলঞ্জীয়া লোকৰ স্বাৰ্থ সুৰক্ষাৰ প্ৰশ্ন উত্থাপন কৰি আজি কংগ্ৰেছ দলক তীব্ৰ ভাষাৰে সমালোচনা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দেৰগাঁৱত ৰাজ্য চৰকাৰৰ হিতাধিকাৰী আঁচনিৰ চেক বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে…

ব্ৰহ্মপুত্ৰৰ মাজৰ কৃষি প্ৰধান ৰাণী চাপৰিত নিশাৰ ভাগত অব্যাহত আছে বনৰীয়া ম’হৰ উপদ্ৰৱ ; কৃষকৰ উৎপাদিত সামগ্ৰী নষ্ট

পূৰ্বৰ পশ্চিম গুৱাহাটী তথা সমষ্টি পুনৰ গঠনৰ পাছত জালুকবাৰী বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হোৱা ৰাজ্যৰ অন্যতম জৈৱিক কৃষি প্ৰধান অঞ্চল হিচাপে পৰিচিত ব্ৰহ্মপুত্ৰৰ মাজত থকা ৰাণী চাপৰিত বনৰীয়া ম’হ ৰ মুক্ত…