Assam গৌৰৱ গগৈ আদালতলৈ গ’লে নিজেই বিপদত পৰিব; বঢ়মপুৰত বিজেপিৰ সভাত মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ February 10, 2026 Paromita দেশৰ প্ৰধানমন্ত্ৰীৰ অসম আগমনৰ প্ৰাকমূহূৰ্তত নগাঁৱৰ বঢ়মপুৰত অনুষ্ঠিত বিজেপিৰ এক সাংগঠনিক সভাত আজি অংশগ্ৰহণ কৰে মন্ত্ৰী পীযুষ হাজৰিকাই। এই অনুষ্ঠানৰ পাছতেই সংবাদ মাধ্যমৰ আগত কংগ্ৰেছ সাংসদ গৌৰৱ গগৈক তীব্ৰ কটাক্ষ…
Assam অসমৰ মুঠ জনসংখ্যাৰ ৪০ শতাংশ লোকেই অচিনাকি: ডঃ হিমন্ত বিশ্ব শৰ্মা February 10, 2026 Sonakshi Sarkar অসমৰ অগ্ৰণী সামাজিক সাংস্কৃতিক সংস্থা প্রজ্ঞাৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে আজি গুৱাহাটীৰ খানাপাৰাস্থিত জ্যোতি-বিষ্ণু কলাকেন্দ্ৰৰ প্ৰেক্ষাগৃহত প্রায় ৫ হাজাৰ যুৱক-যুৱতী, ছাত্র-ছাত্রী, যুৱ ব্যৱসায়ী, যুৱ সমাজকৰ্মীৰ উপস্থিতিত সফলভাবে ‘যুৱ নেতৃত্ব সমাৰোহ-৫১২৭’ৰ অনুষ্ঠিত…
Assam দিছপুৰ থানাত এজাহাৰ দাখিল প্ৰদেশ কংগ্ৰেছৰ February 10, 2026 Mohini দিছপুৰ থানাত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল কংগ্ৰেছৰ। বিধায়িকা শিৱামণি বৰা ,দিগন্ত বৰ্মন, মিডিয়া আহ্বায়ক বেদব্ৰতা বৰাৰ এজাহাৰ দাখিল। ৰাজ্যিক বিজেপিৰ ‘এক্স’হেণ্ডলত মুখ্যমন্ত্ৰীয়ে সংখ্যালঘু লোকলৈ লক্ষ্য কৰি গুলীচালনা কৰাৰ এ আই…
Assam অধ্যক্ষ ওম বিৰলাৰ বিৰুদ্ধে অবিশ্বস প্ৰস্তাৱৰ প্ৰস্তুতি; উত্তাল হৈ পৰিছে সংসদীয় ৰাজনীতি February 9, 2026 Paromita কেন্দ্ৰীয় চৰকাৰ আৰু বিৰোধীৰ সংঘাতৰ মাজতে লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ বিৰুদ্ধে এতিয়া অনাৰ প্ৰস্তুতি চলিছে এক অনাস্থা প্ৰস্তাৱ। ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ বিতৰ্কৰ সময়ত অধ্যক্ষৰ ভূমিকা আৰু বিশেষকৈ ৰাহুল গান্ধীৰ…
Assam দক্ষিণ কোৰিয়াত সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত; ২ গৰাকী জুনিয়ৰ ৱাৰেণ্ট অফিচাৰৰ মৃত্যু February 9, 2026 Paromita প্ৰশিক্ষণৰ মাজতে আজি দক্ষিণ কোৰিয়াৰ গ্যংগী প্ৰদেশত সংঘটিত হয় এক ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা। দেশখনৰ সেনাৰ ১৫ সংখ্যক এভিয়েশ্যন গ্ৰুপৰ এখন ‘AH-1S কোব্ৰা’ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত দুগৰাকী জুনিয়ৰ ৱাৰেণ্ট অফিচাৰৰ…
Assam বিনায়ক দামোদৰ সাভৰকাৰক ভাৰত ৰত্ন প্ৰদানৰ দাবীত সৰৱ মোহন ভাগৱত; সমৰ্থনত থিয় দিলে কংগনা ৰানাৱটে February 9, 2026 Paromita স্বতন্ত্ৰতা সংগ্ৰামী বিনায়ক দামোদৰ সাভৰকাৰক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘ভাৰত ৰত্ন’ প্ৰদানৰ দাবীক কেন্দ্ৰ কৰি আজি দেশৰ ৰাজনৈতিক মহলত পুনৰ এক তীব্ৰ চৰ্চাৰ সৃষ্টি হয়। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন…
Assam শ্ৰীৰামপুৰত পুলিচৰ লাঠিচালনাত আহত ৫ অধিবক্তা, ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ February 9, 2026 Paromita শিমলতাপু আৰক্ষী আউটপোষ্টৰ একাংশ আৰক্ষী কৰ্মীৰ বৰ্বৰ লাঠিচালনাৰ অভিযোগক কেন্দ্ৰ কৰি যোৱানিশা শ্ৰীৰামপুৰ অঞ্চলত সৃষ্টি হয় এক উত্তেজনাপূৰ্ণ পৰিৱেশৰ। বনভোজ খাই উভতি অহা গোঁসাইগাঁও বাৰ এছ’চিয়েশ্যনৰ প্ৰায় ৮০ জনীয়া অধিবক্তাৰ…
Assam হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আইনী যুঁজৰ হুংকাৰ ওৱেইচীৰ; ‘জেললৈ যাবলৈ সাজু’ বুলি প্ৰত্যাহ্বান মুখ্যমন্ত্ৰীৰ February 9, 2026 Paromita মুছলমান ধৰ্মাৱলম্বী লোকক লক্ষ্য কৰি অসম বিজেপিৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত প্ৰকাশ কৰা এটা আপত্তিজনক ভিডিঅ’ক লৈ সমগ্ৰ দেশজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। এ আই এম আই এমৰ মুৰব্বী তথা সাংসদ…
Assam পাকিস্তানৰ সৈতে সম্পৰ্কৰ অভিযোগক প্ৰত্যাহ্বান গৌৰৱ গগৈৰ; দাখিল কৰিলে সকলো প্ৰমাণ February 9, 2026 Paromita মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উত্থাপন কৰা পাকিস্তান সংযোগৰ দেশদ্ৰোহী অভিযোগক আজি তীব্ৰ প্ৰত্যাহ্বান জনায় প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। সোমবাৰে এখন সংবাদমেল সম্বোধন কৰি সাংসদগৰাকীয়ে স্পষ্ট কৰে যে তেওঁৰ পাকিস্তান…
Assam শ্রম সংহিতা বাতিল কৰা দাবীত ১২ ফেব্রুৱাৰীত দেশজুৰি সাধাৰণ ধর্মঘট February 9, 2026 Mohini শ্রমিক বিৰোধী শ্রম সংহিতা বাতিল কৰা আৰু শ্রমিক শ্রেণীৰ গণতান্ত্রিক, সাংবিধানিক অধিকাৰ ৰক্ষাৰ দাবীত কেন্দ্রীয় ট্রেড ইউনিয়ন আৰু কর্মচাৰী ফেডাৰোচনসমূহৰ যৌথ মঞ্চই অহা ১২ ফেব্রুৱাৰীত দেশজুৰি সাধাৰণ ধর্মঘট আহ্বান দিছে।…