Sports সৰ্বভাৰতীয় অসামৰিক সেৱা বেডমিণ্টন প্ৰতিযোগিতাত অসমৰ চমকপ্ৰদ সফলতা ; মহিলা দলীয় শাখাত স্বৰ্ণ আৰু পুৰুষ দলীয় শাখাত চতুৰ্থ স্থান February 26, 2026 Sonakshi Sarkar সৰ্বভাৰতীয় অসামৰিক সেৱা (AICS) বেডমিণ্টন প্ৰতিযোগিতা ২০২৫-২৬, গোৱা চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ উদ্যোগত গোৱাৰ মাপুচাৰ পেড্ডেমস্থিত দয়ানন্দ বান্দোডকৰ ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হয় । অসম সচিবালয়ৰ দলটোৱে পুৰুষ আৰু…
Assam এনচিইআৰটিৰ বিৰুদ্ধে কঠোৰ উচ্চতম ন্যায়ালয় February 26, 2026 Sonakshi Sarkar এনচিইআৰটিৰ অষ্টম শ্ৰেণীৰ বিতৰ্কিত পাঠ্যপুথিক লৈ কঠোৰ স্থিতি গ্ৰহণ কৰিছে দেশৰ মুখ্য ন্যায়াধীশ সূৰ্য্যকান্তই। বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ত শুনানিৰ সময়ত তেওঁ কয় যে আমি বিনাচৰ্তে ক্ষমাপ্ৰাৰ্থনা গ্ৰহণ নকৰো। কিতাপখন কেনেকৈ প্ৰকাশ…
Assam অসমত জলবায়ু পৰিৱৰ্তনৰ কালিকা; নৱেম্বৰৰ পৰা হ্ৰাস ৭০ শতাংশ বৰষুণ, তীব্ৰ খৰাং সদৃশ পৰিৱেশ February 26, 2026 Sonakshi Sarkar ৰাজ্যত চলিত বৰ্ষত জলবায়ু পৰিৱৰ্তনৰ এক ভয়াৱহ প্ৰভাৱ পৰিলক্ষিত হৈছে। যোৱা নৱেম্বৰ মাহৰ পৰা অসমত বৰষুণৰ পৰিমাণ ৭০ শতাংশতকৈ অধিক হ্ৰাস পোৱাৰ বিপৰীতে ১ জানুৱাৰীৰ পৰা এই নাটনিৰ পৰিমাণ ৯৯…
Business কাজিৰঙাত লক্ষাধিক জলচৰ পক্ষীৰ সমাগম; সপ্তম পক্ষী গণনাৰ পাছতে পোহৰলৈ আহিছে এক আশাব্যঞ্জক তথ্য February 26, 2026 Sonakshi Sarkar কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু লাওখোৱা-বুঢ়াচাপৰীৰ বিশাল জলাভূমি অঞ্চলত যোৱা শীতকালত সম্পন্ন হয় সপ্তম বাৰ্ষিক জলচৰ পক্ষী গণনা। এই গণনাত ১০৭ টা প্ৰজাতিৰ মুঠ ১,০৫,৫৪০ টা পক্ষী নথিভুক্ত কৰিছে উদ্যান কৰ্তৃপক্ষই।…
International ভাৰত–ইজৰাইল সম্পৰ্কত ঐতিহাসিক মুহূৰ্ত, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ কনেছেটৰ বিশেষ সন্মান February 26, 2026 Sonakshi Sarkar প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ইজৰাইলৰ সংসদৰ সৰ্বোচ্চ সন্মান ‘স্পীকাৰ অব দ্য কনেছেট মেডেল’ প্ৰদান কৰা হয়। এই বিশেষ সন্মান মোদীক ইজৰাইল ভ্ৰমণৰ সময়ত সংসদত দিয়া ভাষণৰ পাছত কনেছেটৰ অধ্যক্ষ আমিৰ ওহানাই…
Business বিতৰ্কিত পাঠ্যবস্তু: এনচিইআৰটিয়ে অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ্যপুথি প্ৰত্যাহাৰ কৰি ক্ষমা বিচাৰিলে February 26, 2026 Sonakshi Sarkar এনচিইআৰটিয়ে অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ নতুন পাঠ্যপুথি “Exploring Society: India and Beyond, Vol II” প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে। কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে পাঠ্যপুথিখনৰ চতুৰ্থ অধ্যায়ত, “The Role of Judiciary in…
Political জোট ৰাজনীতিত অনিশ্চয়তা: ৰাইজৰ দল প্ৰসংগত গৌৰৱ গগৈ সংযত, কংগ্ৰেছৰ মাজত গোপন বৈঠক অব্যাহত February 26, 2026 Sonakshi Sarkar আগন্তুক বিধানসভা নিৰ্বাচনক লৈ অসমৰ ৰাজনীতিত মিত্ৰতাৰ অংক তীব্ৰ হৈছে। কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে ৰাইজৰ দলৰ সৈতে মিত্ৰতাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰি, যদিও তেওঁ উৎসাহৰ অভাৱ অনুভৱ কৰিছে। কেইবাটাও ৰাজনৈতিক…
Assam গাড়ীগাঁও নবোদয়া মহিলা সমিতিৰ উদ্যোগত চাফাই অভিযান February 25, 2026 Sonakshi Sarkar গুৱাহাটীৰ এক নম্বৰ ৱাৰ্ডৰ গাড়ীগাঁও নবোদয়া মহিলা সমিতিৰ সদস্যাসকলে স্বচ্ছ ভাৰত কাৰ্যসূচীৰ অংশ হিচাপে গাড়ীগাঁৱৰ ঐতিহাসিক শ্ৰী শ্ৰীশ্যামৰায় গোসাঁইঘৰৰ এক চাফাই অভিযান চলায় । মহিলা সমিতিৰ উপদেষ্টা ডঃ দীপামণি বৰুৱা…
Assam চীনে ২০২০ত সম্পন্ন কৰিছিল গোপন পাৰমাণৱিক পৰীক্ষা February 25, 2026 Sonakshi Sarkar পাৰমাণৱিক অস্ত্ৰক লৈ আমেৰিকা আৰু চীনৰ মাজত পুনৰ উত্তেজনা বৃদ্ধি পাইছে। আমেৰিকাই অভিযোগ কৰিছে যে চীনে ছবছৰ পূৰ্বে ২০২০ চনত গোপন পাৰমাণৱিক পৰীক্ষা কৰিছিল। সোমবাৰে আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ সহকাৰী সচিব…
Sports পাকিস্তানক পৰাস্ত কৰি টি-২০ বিশ্বকাপৰ ছেমিত ইংলেণ্ড February 25, 2026 Sonakshi Sarkar আইচিচি টি-২০ বিশ্বকাপৰ ৰোমাঞ্চকৰ ছুপাৰ এইট মেচত ইংলেণ্ডে পাকিস্তানক দুটা উইকেটত পৰাস্ত কৰি ছেমি ফাইনেলত স্থান দখল কৰে। খেলখনত ইংলেণ্ডৰ অধিনায়ক হেৰী ব্ৰুকে শতক অৰ্জন কৰে। উৎকৃষ্ট ফৰ্মত থকা চাহিবজাদা…