Author: Sonakshi Sarkar

ডিব্ৰুগড় আৰু ধুবুৰীত অত্যাধুনিক শুল্ক তথা অভিবাসন চৌহদ মুকলি; জল পৰিবহণৰ কেইবাটাও প্ৰকল্প উদ্বোধন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

ব্ৰহ্মপুত্ৰৰ জল পৰিবহণ ব্যৱস্থাৰ সম্প্ৰসাৰণৰ লক্ষ্যৰে শুকুৰবাৰে ডিব্ৰুগড় আৰু ধুবুৰীত নিৰ্মাণ কৰা দুটাকৈ অত্যাধুনিক শুল্ক তথা অভিবাসন চৌহদ মুকলি কৰা হয়। কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড়ৰ…

শদিয়াত কমাণ্ডো বেটেলিয়নসহ বহুকেইটা উন্নয়ন প্ৰকল্পৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা শুকুৰবাৰে শদিয়াত উপস্থিত হৈ ৰাজ্যৰ দুৰ্গম আৰু অনগ্ৰসৰ অঞ্চলসমূহৰ জনসেৱা উন্নত কৰাৰ উদ্দেশ্যে এক দিনলম্বা কাৰ্যসূচীৰ সম্বোধন কৰে। তেওঁৰ ভ্ৰমণৰ অংশ হিচাপে তেওঁ বিদ্যুৎ সংযোগৰ অভাৱত…

আগচিয়াৰ ঐতিহাসিক শ্ৰী শ্ৰী গোপীনাথ পিতা নামঘৰৰ উন্নয়নৰ বাবে দুটাকৈ আঁচনিৰ আধাৰশিলা স্থাপন

পূৰ্বৰ পশ্চিম গুৱাহাটী তথা নৱগঠিত জালুকবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত অঞ্চল সমূহৰ ঐতিহাসিক নামঘৰ, সত্ৰ, তীৰ্থস্থান সমুহৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কেতবোৰ আঁচনি গ্ৰহণ কৰিছে। সেই আঁচনিৰ…

কাইলৈ টি-২০ বিশ্বকাপ ছুপাৰ ৮ত শ্ৰীলংকাৰে মুখামুখি পাকিস্তানৰ

পাকিস্তানে কাইলৈ ইয়াত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপ ছুপাৰ এইটৰ অন্তিমখন খেলত শ্ৰীলংকাৰ বিৰুদ্ধে বৃহৎ জয়ৰে ছেমি ফাইনেলত প্ৰৱেশৰ আশা সজীৱ কৰি ৰাখিবলৈ অৱতীৰ্ণ হ’ব। আনহাতে, বিশ্বকাপৰ পৰা বাহিৰ হোৱা শ্ৰীলংকাই…

আসন বুজাবুজিৰ সমীকৰণ চূড়ান্ত কৰিবলৈ ১০ মাৰ্চৰ নতুন সময়সীমা; বিজেপি-অগপ-বিপিএফৰ মাজত অব্যাহত আলোচনা

শাসকীয় এন ডি এ মিত্ৰজোঁটৰ মাজত আসন্ন বিধানসভা নিৰ্বাচনৰ আসন বুজাবুজিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ অহা ১০ মাৰ্চৰ এক নতুন সময়সীমা নিৰ্ধাৰণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কেইদিনমান পূৰ্বে আসন বুজাবুজিৰ…

আশা কৰ্মীয়ে লাভ কৰিব স্কুটী! নিৰ্বাচনমুখী কেবিনেট বৈঠকৰ পিছতে ঘোষণা মুখ্যমন্ত্ৰীৰ

ৰাজ্যৰ তৃণমূল পৰ্যায়ৰ স্বাস্থ্য কৰ্মী আৰু অৰুণোদয়ৰ হিতাধিকাৰীসকলক লক্ষ্য কৰি বৃহস্পতিবাৰে অনুষ্ঠিত অসম কেবিনেটে গ্ৰহণ কৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৌৰহিত্যত অনুষ্ঠিত এই বৈঠকত আশা কৰ্মীসকলক স্কুটী…

সীমান্ত সংঘাতৰ মাজতে আফগানিস্তানৰ সৈতে প্ৰত্যক্ষ যুদ্ধৰ ঘোষণা পাকিস্তানৰ

ডুৰাণ্ড লাইনৰ সীমান্তৱৰ্তী অঞ্চলসমূহত যোৱা নিশাৰ পৰা সূত্ৰপাত ঘটিছে ধাৰাবাহিক বিস্ফোৰণ আৰু আকাশী আক্ৰমণৰ। এই ঘটনাই সমগ্ৰ দক্ষিণ এছিয়াৰ ভূ-ৰাজনীতিত এক ব্যাপক উত্তজনাৰ সৃষ্টি কৰাৰ লগতে চুবুৰীয়া দেশ আফগানিস্তানৰ সৈতে…

টি-২০ বিশ্বকাপৰ মাজতে শোকৰ বতৰা! ক্ৰিকেটাৰ ৰিংকু সিঙৰ পিতৃৰ দেহাৱসান

ভাৰতীয় ক্ৰিকেট দলৰ উদীয়মান তাৰকা ৰিংকু সিঙৰ পিতৃ খাচান্দৰ সিঙৰ শুকুৰবাৰে পুৱা দেহাৱসান ঘটে। লিভাৰ কেন্সাৰৰ চতুৰ্থ পৰ্যায়ত আক্ৰান্ত হৈ থকা খাচান্দৰ সিঙে গ্ৰেটাৰ নয়ডাৰ যথার্থ হাস্পতালত অন্তিম উশাহ লয়।…

চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি আৰু অৰুণোদয়ৰ হিতাধিকাৰীক এককালীন সাহায্য; অসম কেবিনেটৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম কেবিনেটে বৃহস্পতিবাৰে অনুষ্ঠিত বৈঠকৰ সময় কিছু অভিন্ন আৰু গুরুত্বপূর্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়, য’ত চাহ শ্ৰমিক আৰু মহিলা হিতাধিকাৰীৰ উপৰিও অন্যান্য বিষয়সমূহৰ কথা আলোচনা…

জ্যেষ্ঠ সাংবাদিক বলদেৱ পাণ্ডেৰ মৃত্যুত গুৱাহাটী প্ৰেছ ক্লাবৰ গভীৰ শোক প্ৰকাশ

গুৱাহাটী প্ৰেছ ক্লাবই ২৬ ফেব্ৰুৱাৰীত বলদেৱ পাণ্ডে, যিনি অসমৰ হিন্দী দৈনিক কাকত পূৰ্বাঞ্চল প্ৰহৰীৰ জ্যেষ্ঠ সাংবাদিক আৰু ক্লাবৰ সদস্য আছিল,ৰ মৃত্যু উপলক্ষে গভীৰ শোক প্ৰকাশ কৰিছে। বলদেৱ পাণ্ডে দীৰ্ঘদিন ধৰি…