Author: Sonakshi Sarkar

খাৰ্গেক অপমান কৰি হিমন্ত বিশ্ব শৰ্মাই কোটি কোটি মানুহক অপমান কৰিছেঃ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰৱ প্ৰিয়ংকা গান্ধী

ৰাজ্যসভাত বিৰোধী দলৰ নেতা তথা নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ বিৰুদ্ধে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা বিতৰ্কিত মন্তব্যক আজি কঠোৰ ভাষাৰে গৰিহণা দিয়ে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে।…

বিস্ফোৰণৰ পৰিণতি; মণিপুৰৰ ভৈয়ামৰ পাঁচ জিলাত ইন্টাৰনেট বন্ধ, পৰিস্থিতি উত্তপ্ত

মণিপুৰৰ বিষ্ণুপুৰ জিলাত বোমা বিস্ফোৰণত দুই শিশুৰ মৃত্যু আৰু মাতৃ আহত হোৱা ঘটনাক কেন্দ্ৰ কৰি ৰাজ্যখনত পুনৰ সৃষ্টি হৈছে এক উত্তপ্ত পৰিৱেশৰ। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰে আজি ৰাজ্যখনৰ পাঁচখন জিলাত…

ভয়ংকৰ বিস্ফোৰণত কঁপি উঠিল মণিপুৰ; দুই শিশুৰ প্ৰাণহানি, মাতৃৰ অৱস্থা সংকটজনক

মণিপুৰৰ বিষ্ণুপুৰ জিলাত মঙলবাৰে সংঘটিত হয় এক অতি ভয়ংকৰ বোমা আক্ৰমণৰ ঘটনা। সন্দেহজনক ৰকেট বা মৰ্টাৰ সদৃশ শক্তিশালী বোমাৰ আক্ৰমণত দুটি নিস্পাপ শিশুৱে প্ৰাণ হেৰুওৱাৰ বিপৰীতে তেওঁলোকৰ মাতৃ বৰ্তমান হাস্পতালত…

ধুবুৰীত অবৈধ জুৱাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা; অভিযানত এজন আটক, জব্দ নগদ ধন

ৰাজ্যৰ নিৰ্বাচনী পৰিৱেশৰ মাজতে ধুবুৰী আৰক্ষীয়ে সোমবাৰে বিয়লি এক অভিযান চলাই বধন্তাৰ পুৰণি আদালত ভৱনৰ এলেকাত অবৈধ ‘তীৰ’ জুৱাৰ ঘাটি উৎখাত কৰে। ৩:৫০ বজাত ধুবুৰী থানাৰ এটা দলে এই অভিযানত…

নিৰ্বাচনৰ আগমুহূর্তত কঠোৰ ব্যৱস্থা; মণিপুৰৰ তিনিখন জিলাত মদ বিক্ৰী-সেৱনত নিষেধাজ্ঞা

মণিপুৰ চৰকাৰে অসম বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত তিনিখন সীমান্তৱৰ্তী জিলাত ‘ড্ৰাই ডে’ ঘোষণা কৰিছে। এই পদক্ষেপ ভোটগ্ৰহণৰ পূৰ্বে আৰু দিনটোত যিকোনো অপ্ৰীতিকৰ পৰিস্থিতি ৰোধ কৰিবলৈ গ্ৰহণ কৰা হৈছে। ৭ এপ্ৰিলৰ বিয়লি…

ৰেল দুৰ্ঘটনাই চাঞ্চল্য; নিউ হাফলঙত ম’হৰ জাকত খুন্দা মাৰি ৮ টা ম’হ নিহত

অসমৰ ডিমা হাছাও জিলাৰ লামডিং-বদৰপুৰ পাহাৰীয়া ৰেলপথত সোমবাৰে এক ভয়ংকৰ ৰেল দুর্ঘটনা সংঘটিত হয়, য’ত কাঞ্চনজংঘা এক্সপ্ৰেছ আৰু এক বনৰীয় ম’বাৰ জাকৰ মাজত সংঘর্ষ ঘটে। নিউ হাফলং ৰেল ষ্টেচনৰ নিকটস্থ…

ভোটৰ আগমুহূর্তত প্ৰচাৰৰ অন্ত; অসমত সন্ধিয়া ৫ বজাৰ পৰা নীৰৱতা নিয়ম জাৰি

অসম বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ অন্তিম দিনত, মুখ্য নিৰ্বাচনী বিষয়াই ঘোষণা কৰা অনুসৰি, ৭ এপ্ৰিলৰ বিয়লি ৫ বজাৰে পৰা সমগ্ৰ ৰাজ্যত ‘ছাইলেন্ট পিৰিয়ড’ বলবৎ হ’ব। ১৯৫১ চনৰ জনপ্ৰতিনিধিত্ব আইনৰ ১২৬…

নিজৰ ভৱিষ্যত বাছনিৰ অধিকাৰ প্ৰাপ্তবয়স্কৰহে; মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

সমগ্ৰ দেশ কঁপাই যোৱা তামিলনাডুৰ টুতিকোৰিন জিলাৰ সাতানকুলম আৰক্ষীৰ জিম্মাত পিতা-পুত্ৰ পি জয়ৰাজ আৰু জে বেনিক্সৰ নৃশংস হত্যাকাণ্ডৰ গোচৰত মাদুৰাইৰ প্ৰথম অতিৰিক্ত জিলা আৰু সত্ৰ আদালতে ৯ জন অভিযুক্ত আৰক্ষী…

বশিষ্ঠত শুই থকা অৱস্থাত ভাৰাঘৰত মহিলাৰ মৃ*ত্যু ; মৃতদেহ চমজি লবলৈ নাহিল পৰিয়ালৰ কোনো লোক

গুৱাহাটীৰ বশিষ্ঠ আৰক্ষী থানাৰ অন্তৰ্গত পাটৰকুছি অঞ্চলত ভাড়াতীয়া হিচাপে থকা সুমিত্ৰা বড়ো (৩৫) নামৰ এগৰাকী বিবাহিতা মহিলাৰ নিশা শুই থকা অৱস্থাত মৃত্যু হয়। জানিব পৰা মতে কিবা অপৰাধজনিত কাৰণত মহিলা…

আমেৰিকাত পৰিয়ালৰ সম্পত্তি থকাৰ কংগ্ৰেছৰ দাবীক নাকচ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে আমেৰিকাত ১ লাখ কোটি ডলাৰ বিনিয়োগৰ দাবীক বিভ্ৰান্তিকৰ আৰু অসত্য বুলি অভিহিত কৰি নাকচ কৰে। আজি সংবাদ মাধ্যমৰ সৈতে হোৱা এক…